• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিৰ্বাচনী প্ৰচাৰ মাজতে এৰি হঠাতে কাৰ জন্মদিন খাবলৈ গুচি গ’ল ৰাহুল-প্ৰিয়ংকা…!

নিৰ্বাচনী প্ৰচাৰ মাজতে এৰি হঠাতে কাৰ জন্মদিন খাবলৈ গুচি গ’ল ৰাহুল-প্ৰিয়ংকা…!

2 years ago
২৫ বছৰৰ বাবে ৫০লাখৰ গৃহঋণ ল’বলৈ আপোনাৰ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

২৫ বছৰৰ বাবে ৫০লাখৰ গৃহঋণ ল’বলৈ আপোনাৰ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

14 minutes ago
শুক্ৰৰ সকলোতকৈ প্ৰিয় এই ৩ৰাশি! তেওঁলোকৰ জীৱনত সুখ, বিলাসিতা সদায়ে থাকে

শুক্ৰৰ সকলোতকৈ প্ৰিয় এই ৩ৰাশি! তেওঁলোকৰ জীৱনত সুখ, বিলাসিতা সদায়ে থাকে

39 minutes ago
জোঁট বান্ধিব সূৰ্য-বুধে, তিনি ৰাজযোগত পাঁচ ৰাশিৰ ভাগ্য সলনি হ’ব, হাতলৈ ধন আহিব কোন ৫ৰাশিৰ?

জোঁট বান্ধিব সূৰ্য-বুধে, তিনি ৰাজযোগত পাঁচ ৰাশিৰ ভাগ্য সলনি হ’ব, হাতলৈ ধন আহিব কোন ৫ৰাশিৰ?

1 hour ago
দৰ্পচূৰ্ণ হ’ল গৌৰৱ গগৈৰ! জ্ঞানশ্ৰীয়েই পালে গৌৰৱতকৈ অধিক ভোট, কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল গৌৰৱ?

দৰ্পচূৰ্ণ হ’ল গৌৰৱ গগৈৰ! জ্ঞানশ্ৰীয়েই পালে গৌৰৱতকৈ অধিক ভোট, কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল গৌৰৱ?

2 hours ago
TN07 CM 2026’ নম্বৰপ্লেটক লৈ সামাজিক মাধ্যমত চৰ্চা, ভৱিষ্যতৰ ইংগিত আগতেই দিছিল নেকি থালাপতি বিজয়ে?

TN07 CM 2026’ নম্বৰপ্লেটক লৈ সামাজিক মাধ্যমত চৰ্চা, ভৱিষ্যতৰ ইংগিত আগতেই দিছিল নেকি থালাপতি বিজয়ে?

2 hours ago
১৫ মে’ৰ পৰা বৃষ ৰাশিত সূৰ্য, কেৰিয়াৰত উন্নতি, আৰ্থিক লাভ, প্ৰতিপত্তি বাঢ়িব এই ৫ৰাশিৰ

১৫ মে’ৰ পৰা বৃষ ৰাশিত সূৰ্য, কেৰিয়াৰত উন্নতি, আৰ্থিক লাভ, প্ৰতিপত্তি বাঢ়িব এই ৫ৰাশিৰ

2 hours ago
লিভাৰৰ সমস্যা জনাই দিয়ে ভৰিয়েই! ভৰিৰ কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ লিভাৰে অসুস্থতাৰ সংকেত দিছে?

লিভাৰৰ সমস্যা জনাই দিয়ে ভৰিয়েই! ভৰিৰ কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ লিভাৰে অসুস্থতাৰ সংকেত দিছে?

18 hours ago
ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?

ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?

18 hours ago
ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?

ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?

19 hours ago
মঙ্গলৰ ৰুচক যোগত মে মাহজুৰি উন্নতিৰ জোৱাৰ, কোন ৪ৰাশিৰ ওপৰত অৰ্থবৃষ্টি হ’ব?

মঙ্গলৰ ৰুচক যোগত মে মাহজুৰি উন্নতিৰ জোৱাৰ, কোন ৪ৰাশিৰ ওপৰত অৰ্থবৃষ্টি হ’ব?

19 hours ago
হাৰ্টত অক্সিজেনৰ ঘাটি? ৫ লক্ষণ দেখিলেই বুজিব হাৰ্ট এটেকৰ বিপদ আহি আছে আপোনাৰ

হাৰ্টত অক্সিজেনৰ ঘাটি? ৫ লক্ষণ দেখিলেই বুজিব হাৰ্ট এটেকৰ বিপদ আহি আছে আপোনাৰ

20 hours ago
সংখ্যাগৰিষ্ঠতা থাকিও মুখ্যমন্ত্ৰী হোৱাৰ পথত বাধা আহিছে থালাপতি বিজয়ৰ, কংগ্ৰেছৰ সমৰ্থনেহে পূৰ্ণ কৰিব নেকি বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন?

সংখ্যাগৰিষ্ঠতা থাকিও মুখ্যমন্ত্ৰী হোৱাৰ পথত বাধা আহিছে থালাপতি বিজয়ৰ, কংগ্ৰেছৰ সমৰ্থনেহে পূৰ্ণ কৰিব নেকি বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

নিৰ্বাচনী প্ৰচাৰ মাজতে এৰি হঠাতে কাৰ জন্মদিন খাবলৈ গুচি গ’ল ৰাহুল-প্ৰিয়ংকা…!

editor by editor
April 18, 2024
in ভাৰত, ৰাজনীতি
0
নিৰ্বাচনী প্ৰচাৰ মাজতে এৰি হঠাতে কাৰ জন্মদিন খাবলৈ গুচি গ’ল ৰাহুল-প্ৰিয়ংকা…!
0
SHARES
428
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিৰ্বাচনী প্ৰচাৰ মাজতে এৰি হঠাতে কাৰ জন্মদিন খাবলৈ গুচি গ’ল ৰাহুল-প্ৰিয়ংকা…!

লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি তুংগত। কাইলৈ শুকুৰবাৰ ১৯ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। কাইলৈ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ হ’ব আৰু ইয়াৰ বাবে নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে সমাপ্ত হৈছে।

অৱশ্যে যিবোৰ অঞ্চলত এতিয়াও ভোটদানৰ সময় আছে, দ্বিতীয় আৰু তৃতিয় পৰ্যায়ৰ ভোট হবলৈ আছে, সেইবোৰ অঞ্চলত সকলো দলেই প্ৰচাৰত ব্যস্ত। কংগ্ৰেছৰ হৈ গান্ধী পৰিয়ালৰ সদস্যসকলেও সৰ্বশক্তিৰে প্ৰচাৰ চলাইছে। কংগ্ৰেছৰ মহাসচিব প্ৰিয়ংকা গান্ধী আৰু ৰাহুল গান্ধীয়েও দেশৰ বিভিন্ন প্ৰান্তত সভাত অংশগ্ৰহণ কৰি ভোটদানৰ আহ্বান জনাই আছে।

ইয়াৰ মাজতে দুয়ো ভাই-ভনী হঠাতে নিৰ্বাচনী প্ৰচাৰৰ পৰা আঁতৰি গৈছে। কাৰোবাৰ জন্মদিন উদযাপন কৰিবলৈ বুলি অব্যাহতি লৈছে প্ৰিয়ংকা আৰু ৰাহুল গান্ধী। আজি হঠাতে নিৰ্বাচনী প্ৰচাৰৰ পৰা আঁতৰত দেখা গ’ল দুয়োগৰাকী কংগ্ৰেছী নেতাকে।

কাৰণ হ’ল আজি বৃহস্পতিবাৰ ১৮ এপ্ৰিল গান্ধী পৰিয়ালৰ জোঁৱাই আৰু প্ৰিয়ংকাৰ স্বামী ৰবাৰ্ট ভাদ্ৰাৰ জন্মদিন। সেই উপলক্ষেই হঠাতে নিৰ্বাচনৰ পৰা আঁতৰি যায় প্ৰিয়ংকা আৰপ ৰাহুল গান্ধী।

https://x.com/irobertvadra/status/1780859674301972717

আজি ৱাদ্ৰাই ৫৫ সংখ্যক জন্মদিন উদযাপন কৰি জন্মদিনৰ ছবিও শ্বেয়াৰ কৰিছে। ৱাদ্ৰাৰ লগতে প্ৰিয়ংকা আৰু ৰাহুলকো দেখা যায়। সামাজিক মাধ্যম X (পূৰ্বৰ টুইটাৰ) ৰ জৰিয়তে শ্বেয়াৰ কৰে জন্মদিনৰ ফটো।

আনহাতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে ৰবাৰ্ট ৱাড্ৰাই। আজিকালি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ইংগিত ধাৰাবাহিকভাৱে দি আহিছে প্ৰিয়ংকাৰ স্বামীগৰাকীয়ে। শেহতীয়াকৈ তেওঁ কয় যে প্ৰয়োজন হ’লে আমেথিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰে।

উল্লেখ্য যে, কংগ্ৰেছে এতিয়াও প্ৰকাশ কৰা নাই আমেথি বা ৰায়ে বৰেলীৰ প্ৰাৰ্থীৰ নাম। সংবাদ সংস্থা এ এন আইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ভাদ্ৰাই কয় যে আমেথি, মোৰাদাবাদ আনকি হাৰিয়ানাৰ মানুহেও মোক সক্ৰিয় ৰাজনীতিত আহি নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ নিজৰ সমষ্টি বাছি ল’বলৈ অনুৰোধ জনাইছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Congressloksabha electionLoksabha election 2024priyanka gandhiRahun Gandhi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২৫ বছৰৰ বাবে ৫০লাখৰ গৃহঋণ ল’বলৈ আপোনাৰ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?
জীৱনশৈলী

২৫ বছৰৰ বাবে ৫০লাখৰ গৃহঋণ ল’বলৈ আপোনাৰ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

May 6, 2026
জোঁট বান্ধিব সূৰ্য-বুধে, তিনি ৰাজযোগত পাঁচ ৰাশিৰ ভাগ্য সলনি হ’ব, হাতলৈ ধন আহিব কোন ৫ৰাশিৰ?
জীৱনশৈলী

জোঁট বান্ধিব সূৰ্য-বুধে, তিনি ৰাজযোগত পাঁচ ৰাশিৰ ভাগ্য সলনি হ’ব, হাতলৈ ধন আহিব কোন ৫ৰাশিৰ?

May 6, 2026
দৰ্পচূৰ্ণ হ’ল গৌৰৱ গগৈৰ! জ্ঞানশ্ৰীয়েই পালে গৌৰৱতকৈ অধিক ভোট, কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল গৌৰৱ?
জীৱনশৈলী

দৰ্পচূৰ্ণ হ’ল গৌৰৱ গগৈৰ! জ্ঞানশ্ৰীয়েই পালে গৌৰৱতকৈ অধিক ভোট, কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল গৌৰৱ?

May 6, 2026
TN07 CM 2026’ নম্বৰপ্লেটক লৈ সামাজিক মাধ্যমত চৰ্চা, ভৱিষ্যতৰ ইংগিত আগতেই দিছিল নেকি থালাপতি বিজয়ে?
জীৱনশৈলী

TN07 CM 2026’ নম্বৰপ্লেটক লৈ সামাজিক মাধ্যমত চৰ্চা, ভৱিষ্যতৰ ইংগিত আগতেই দিছিল নেকি থালাপতি বিজয়ে?

May 6, 2026
Next Post
অলিম্পিকৰ ইতিহাসত প্ৰথম, অলিম্পিকত সোণ জয় কৰিলে এইবাৰ হ’ব এনে কাম..

অলিম্পিকৰ ইতিহাসত প্ৰথম, অলিম্পিকত সোণ জয় কৰিলে এইবাৰ হ'ব এনে কাম..

এই ৫ ৰাশিৰ মহিলা স্বামী আৰু পৰিয়ালৰ বাবে অতিকে সৌভাগ্যবান, সাক্ষাৎ মা লক্ষ্মী

এই ৫ ৰাশিৰ মহিলা স্বামী আৰু পৰিয়ালৰ বাবে অতিকে সৌভাগ্যবান, সাক্ষাৎ মা লক্ষ্মী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.