• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অলিম্পিকৰ ইতিহাসত প্ৰথম, অলিম্পিকত সোণ জয় কৰিলে এইবাৰ হ’ব এনে কাম..

অলিম্পিকৰ ইতিহাসত প্ৰথম, অলিম্পিকত সোণ জয় কৰিলে এইবাৰ হ’ব এনে কাম..

2 years ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

5 hours ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

5 hours ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

5 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

6 hours ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

7 hours ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

9 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

9 hours ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

10 hours ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

11 hours ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

11 hours ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

12 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

অলিম্পিকৰ ইতিহাসত প্ৰথম, অলিম্পিকত সোণ জয় কৰিলে এইবাৰ হ’ব এনে কাম..

editor by editor
April 18, 2024
in ক্ৰীড়া
0
অলিম্পিকৰ ইতিহাসত প্ৰথম, অলিম্পিকত সোণ জয় কৰিলে এইবাৰ হ’ব এনে কাম..
0
SHARES
157
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অলিম্পিকৰ ইতিহাসত প্ৰথম, অলিম্পিকত সোণ জয় কৰিলে এইবাৰ হ’ব এনে কাম..

অলিম্পিকৰ ইতিহাসত এইবাৰ এক বিশেষ ঘটনা হ’বলৈ গৈ আছে। সোণ জয় কৰিলে খেলুৱৈয়ে লাভ কৰিব এক বিশেষ সুবিধা। এইবাৰৰ পেৰিছ অলিম্পিকত সোণ জয় কৰিলে খেলুৱৈয়ে কেৱল অলিম্পিক সন্থাৰ ফালৰ পৰাই নহয়, দেশৰ লগতে বিদেশৰ পৰাও লাভ কৰিব বহু ধন।

ট্ৰেক তথা ফিল্ডত এইবাৰ সোণ জয় কৰা সকললৈ বিশ্ব এথলেটিক সন্থাৰ ফালৰ পৰা দিয়া হব ৫০ হাজাৰ ডলাৰ। যি ভাৰতীয় হিচাপত ৪১.৬০ লাখ টকা। বুধবাৰ ১৭ এপ্ৰিল তাৰিখে এই কথা সদৰি কৰে বিশ্ব এথলেটিক সন্থাৰ ফালৰ পৰা।

অলিম্পিকৰ ট্ৰেক আৰু ফিল্ডত মুঠ ৪৮ টা ইভেণ্ট আছে। সেই ৪৮ টাতেই খেল অনুষ্ঠিত হয়। গতিকে সেই ৪৮ টা ইভেন্টৰে গোল্ড লাভ কৰা খেলুৱৈৱে প্ৰত্যকে লাভ কৰিব ৫০ হাজাৰকৈ ডলাৰ।

ভাৰতৰ হৈ নীৰজ চোপ্ৰাই জেভলীনত সোণ জয় কৰাৰ সম্ভাৱনা আছে। পূৰ্বৰ অলিম্পিকতো নীৰজে সোণ জয় কৰিছিল। তাৰ পূৰ্বে কেৱল অভিনৱ বিন্দ্ৰাইহে ভাৰতৰ হৈ সোণ জয় কৰিছিল। নীৰজৰ ওপৰত এইবাৰো সোণ আশা কৰিছে দেশবাসীয়ে।

সেয়ে নীৰজে যদি সোণ জয় কৰে তেন্তে অলিম্পিক সন্থাৰ ফালৰ পৰা লাভ কৰাৰ লগতে দেশৰ বিভিন্ন সন্থাৰ ফালৰ পৰাও লাভ কৰিব বহু ধনৰাশি। লগতে বিশ্ব এথলেটিত সন্থাৰ ফালৰ পৰাও লাভ কৰিব বহু ধন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Gold MedalGold MedalistolympicParis Olympic
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?
বিনোদন

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

July 21, 2026
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ
বিনোদন

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

July 21, 2026
চেম্পিয়ন হ’ল স্পেইন কিন্তু ১৪ কোটি টকা লাভ কৰিলে মিয়া খালিফাই
বিনোদন

চেম্পিয়ন হ’ল স্পেইন কিন্তু ১৪ কোটি টকা লাভ কৰিলে মিয়া খালিফাই

July 20, 2026
স্পেইনৰ বিশ্বজয়ৰ পিছতে কূটনৈতিক মহলত আমেৰিকা-ইৰানৰ যুদ্ধৰ প্ৰসংগ
বিনোদন

স্পেইনৰ বিশ্বজয়ৰ পিছতে কূটনৈতিক মহলত আমেৰিকা-ইৰানৰ যুদ্ধৰ প্ৰসংগ

July 20, 2026
Next Post
এই ৫ ৰাশিৰ মহিলা স্বামী আৰু পৰিয়ালৰ বাবে অতিকে সৌভাগ্যবান, সাক্ষাৎ মা লক্ষ্মী

এই ৫ ৰাশিৰ মহিলা স্বামী আৰু পৰিয়ালৰ বাবে অতিকে সৌভাগ্যবান, সাক্ষাৎ মা লক্ষ্মী

ঘৰৰ এই ৫ স্থানত কোনোদিনে নাৰাখিব আইনা, অমংগলৰ প্ৰতীক

ঘৰৰ এই ৫ স্থানত কোনোদিনে নাৰাখিব আইনা, অমংগলৰ প্ৰতীক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.