• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘৰৰ এই ৫ স্থানত কোনোদিনে নাৰাখিব আইনা, অমংগলৰ প্ৰতীক

ঘৰৰ এই ৫ স্থানত কোনোদিনে নাৰাখিব আইনা, অমংগলৰ প্ৰতীক

2 years ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

23 minutes ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

54 minutes ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

2 hours ago
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

2 hours ago
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

3 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

5 hours ago
প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

5 hours ago
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

সম্পৰ্কত নাথাকে তিক্ততা, মৰম দিব বিচাৰিব স্বামীয়ে, মাত্ৰ অনুসৰণ কৰক এই টিপছ!

5 hours ago
চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

5 hours ago
বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

6 hours ago
Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

7 hours ago
দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ঘৰৰ এই ৫ স্থানত কোনোদিনে নাৰাখিব আইনা, অমংগলৰ প্ৰতীক

editor by editor
April 18, 2024
in জীৱনশৈলী
0
ঘৰৰ এই ৫ স্থানত কোনোদিনে নাৰাখিব আইনা, অমংগলৰ প্ৰতীক
0
SHARES
257
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঘৰৰ এই ৫ স্থানত কোনোদিনে নাৰাখিব আইনা, অমংগলৰ প্ৰতীক

আইনা চোৱা সকলোৰে অভ্যাস। নিজকে সুন্দৰ কৰি ৰাখিবৰ বাবে আইনা চাবই। কৰবালৈ ওলাই যোৱাৰ সময়তো আইনা চোৱাটো যেন এক প্ৰকাৰৰ কৰ্তব্যৰ দৰে। কিদৰে সাজিব, কিদৰে পিন্ধিব এই সকলোবোৰ এখন আইনাৰ ওপৰতে নিৰ্ভৰ কৰে।

পছে এই সকলোৰে মাজত এনে কিছু লোক আছে যিয়ে প্ৰায় সময়তে আইনাত নিজকে চাই থাকে, বা আইনা চাই থাকিব ভাল পাই। সেই সকল লোকে ঘৰৰ বহু ঠাইতে আইনা লগাই থয়। কিন্তু আইনা সঠিত স্থানত নলগাৰ ফলত ঘৰলৈ অশান্তিৰ আগমণ ঘটে।

ঘৰৰ সামগ্ৰী ৰখা কোঠা অথবা ষ্টোৰ ৰুমত কেতিয়াও আইনা ৰাখিব নাপায়। এই স্থানত আইনা থলে সেই আইনাত আপুনি নিবিচৰা সামগ্ৰীৰ প্ৰতিবিম্ব পৰি থাকিব , যি আপোনাৰ মনলৈ বিৰূপ প্ৰভাৱ আনিব।

পাকঘৰত নাৰাখিব আইনা। বাস্তু শাস্ত্ৰ মতে পাকঘৰত আইনা ৰখাটো অশুভ কাৰক।

ঘৰৰ মুখ্য দ্বাৰত কেতিয়াও আইনা বা আইনা সদৃশ লগাব নালাগে। তেনে কৰিলে নকৰাত্মক শক্তি ঘৰলৈ প্ৰৱেশ কৰে।

চিৰি থকা ঠাইত কেতিয়াও আইনা লগাব নালাগে। চিৰি উঠা নমা কৰা দৃশ্য আইনাত প্ৰতিফলিত হোৱাটো অশুভ কাৰক। কিয়নো চিৰিত আপোনাৰ ওলোটা প্ৰতিবিম্ব প্ৰতিফলিত হয়। যি নিজৰ লগতে পৰিয়ালৰ উন্নতিত বাধা আনে। দুৰ্ঘটনা হোৱাৰো আশংকা।

বিচনাৰ কাষত বা বিছনাৰ ওপৰত কেতিয়াও আইনা লগাব নালাগে। মুখ্যত বিছনাৰ প্ৰতিবিম্ব যাতে আইনাত নপৰে তেনেদৰেহে আইনা ৰাখিব লাগে। আইনাত বিছনাৰ প্ৰতিবিম্ব পৰাটো অশুভ কাৰক। পাৰিবাৰিক জীৱনত ই সমস্যা কৰিব পাৰে।

আইনা সদায়ে ভাল পোহৰ থকা বা পোহৰ পৰা স্থানত ৰাখিব লাগে। য’ত আপোনাৰ প্ৰতিবিম্ব ভালদৰে পোহৰ পৰি থকা অৱস্থাত চাব পাৰে। ই ঘৰলৈ সকৰাত্মক শক্তি আনে।

where-should-you-not-put-mirrors-in-house

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Good LuckMirrorVastuVastu Shastravastu tips
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন
জীৱনশৈলী

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

October 13, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

October 13, 2026
প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!
জীৱনশৈলী

প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

October 13, 2026
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!
জীৱনশৈলী

সম্পৰ্কত নাথাকে তিক্ততা, মৰম দিব বিচাৰিব স্বামীয়ে, মাত্ৰ অনুসৰণ কৰক এই টিপছ!

October 13, 2026
Next Post
শেষ নক্সাল ! বৰ্তমানলৈ ৮০ নিহত, ১২৫ আটক, ১৫০ৰ আত্মসমৰ্পণ

শেষ নক্সাল ! বৰ্তমানলৈ ৮০ নিহত, ১২৫ আটক, ১৫০ৰ আত্মসমৰ্পণ

কালি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, পাহাৰ-ভৈয়াম, নদী পাৰ হৈ ভোটকেন্দ্ৰত উপস্থিত পুলিং বিষয়া

কালি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, পাহাৰ-ভৈয়াম, নদী পাৰ হৈ ভোটকেন্দ্ৰত উপস্থিত পুলিং বিষয়া

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.