• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শেষ নক্সাল ! বৰ্তমানলৈ ৮০ নিহত, ১২৫ আটক, ১৫০ৰ আত্মসমৰ্পণ

শেষ নক্সাল ! বৰ্তমানলৈ ৮০ নিহত, ১২৫ আটক, ১৫০ৰ আত্মসমৰ্পণ

2 years ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

3 hours ago
পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

4 hours ago
‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

4 hours ago
অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

5 hours ago
এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

5 hours ago
শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

6 hours ago
ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

7 hours ago
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

8 hours ago
ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

9 hours ago
যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

9 hours ago
আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

10 hours ago
মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

শেষ নক্সাল ! বৰ্তমানলৈ ৮০ নিহত, ১২৫ আটক, ১৫০ৰ আত্মসমৰ্পণ

editor by editor
April 18, 2024
in ভাৰত, ৰাজনীতি
0
শেষ নক্সাল ! বৰ্তমানলৈ ৮০ নিহত, ১২৫ আটক, ১৫০ৰ আত্মসমৰ্পণ
0
SHARES
5.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শেষ নক্সাল ! বৰ্তমানলৈ ৮০ নিহত, ১২৫ আটক, ১৫০ৰ আত্মসমৰ্পণ

নক্সাল বুলিলেই সন্ত্ৰাসৰ আন এক নাম। চত্তীশগড় জিলাৰ এই সন্ত্ৰাসে বহু বছৰ ধৰি জ্বলা কলা খুৱাইছে চৰকাৰ তথা আৰক্ষীক। সেই নক্সালকেই মাথো দুটা মাহতেই শেষ কৰি দিয়াৰ দৰে কৰে আৰক্ষীয়ে।

আৰক্ষীৰ সৈতে জংঘলৰ মাজত হোৱা সংঘৰ্ষত নক্সালৰ একেবাৰে কঁকাল পৰি যোৱাৰ দৰে অৱস্থা হৈছে। বৰ্তমানলৈ দুৰ্ধৰ্ষ নেতাৰ লগতে মুঠ ৮০ নক্সালী নিহত হোৱাৰ লগতে ১২৫ নক্সালী আৰক্ষীৰ হাতত আটক হৈছে। তাৰোপৰি অন্য ১৫০ নক্সালীয়ে মৃত্যুৰ ভয়ত আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিছে।

মাথো দুদিন পূৰ্বৰ সংঘৰ্ষৰ ফলতে ২৯ নক্সালী আৰক্ষীৰ হাতত নিহত হয়। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা জাৰি কৰা জাননী অনুসৰি ২০০৪-১৪ৰ তুলনাত ২০১৪-২৩ বৰ্ষত বামপন্থী উগ্ৰবাদৰ ঘটনা ৫২ শতাংশ হ্ৰাস। লগতে মৃত্যু হোৱাৰ সংখ্যা ৬৯ শতাংশ বৃদ্ধি।

চত্তীশগড়ত নতুন চৰকাৰ গঠন হোৱাৰ পাছতে নক্সালৰ বিৰুদ্ধে কঠোৰ হোৱা দেখা গৈছে । নক্সালৰ বিৰুদ্ধে নিতৌ সক্ৰিয় অভিযান চলি আছে। এই উদ্দেশ্য এক বিশেষ কমিটিয়ো গঠন কৰা হৈছে। যি কমিটিত আৰক্ষীৰ শীৰ্ষ বিষয়া, কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ, বি এছ এফ, ভাৰত-তীব্বত সীমা জোৱান আৰু চোৰাংচোৱা বিষয়া জড়িত হৈ আছে।

সেই সকলো নেতৃত্বতে এই ডাঙৰ সফলতা হাতত লাগে। বিগত মঙলবাৰৰ ঘটনা , যি ঘটনাত ২৯ নক্সালী নিহত হয়, য’ত কুখ্যাত নক্সালী কমাণ্ডাৰো আছে সেই ঘটনাকে বৰ্তমানলৈ সবাতোকৈ সফল বুলি মান্য কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Maoist insurgencyNakshalNaxaliteterrorist
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’
ভাৰত

‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

September 23, 2026
অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে
অপৰাধ

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

September 23, 2026
ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে
ভাৰত

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

September 23, 2026
যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…
প্ৰযুক্তি

যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

September 23, 2026
Next Post
কালি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, পাহাৰ-ভৈয়াম, নদী পাৰ হৈ ভোটকেন্দ্ৰত উপস্থিত পুলিং বিষয়া

কালি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, পাহাৰ-ভৈয়াম, নদী পাৰ হৈ ভোটকেন্দ্ৰত উপস্থিত পুলিং বিষয়া

পুনৰ সংকটত আপ নেতা! ৯ ঘণ্টা ধৰি ইডিৰ জেৰা নেতা অমনাতুল্লাহক

পুনৰ সংকটত আপ নেতা! ৯ ঘণ্টা ধৰি ইডিৰ জেৰা নেতা অমনাতুল্লাহক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.