• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আই পি এলৰ ইতিহাসত সকলোতকৈ দামী বিদেশী ক্ৰিকেটাৰ কেমৰণ গ্ৰীণ! ২৫ কোটি ২০ লাখত KKRয়ে ক্ৰয় কৰিলে কেমৰণক

1 month ago
মীন ৰাশিত অস্ত যাব শনি, হোলিৰ পাছতেই ৩ৰাশিৰ ভাগ্য সলনি হ’ব, উজলি উঠিব অৰ্থভাগ্য

33 minutes ago
অজিত পাৱাৰ যোৱা অভিশপ্ত বিমানখনৰ পাইলট সম্ভাৱী পাঠক! কিমান দক্ষ আছিল হতভাগা কেপ্টেইন সম্ভাৱী?

1 hour ago
বিমান দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লোৱা অজিত পাৱাৰে এৰি গ’ল কিমান সম্পত্তি? জানি থওক তেওঁৰ সম্পত্তিৰ পৰিমাণ

2 hours ago
ভাৰত-ইউৰোপ চুক্তিৰ ফলত ১ কোটিৰ বাহন কিনিব পাৰিব ৫৫লাখত, মাৰ্ছিডিজ, বিএমডব্লিউৰ কিমানত কিনিব?

3 hours ago
ফেব্ৰুৱাৰীৰ প্ৰথম দিনাই শুক্ৰৰ উদয়, প্ৰতিদিনে নতুন নতুন সুখবৰ পাব ৪ৰাশিৰ জাতকে

সঞ্জয় গান্ধী, বিজয় ৰুপানিৰ পৰা আৰম্ভ কৰি অজিত পাৱাৰলৈকে, প্লেন ক্ৰাছতেই মৰ্মান্তিক পৰিণতি দেশৰ এইকেইজন ৰাজনীতিবিদৰ

4 hours ago
চিনেমাত কিয় আৰু গীত নাগায় অৰিজিৎ সিঙে? নেপথ্যৰ কাৰণ নিজেই জনালে অৰিজিৎ সিঙে?

৪ মিনিটত কি ঘটিছিল অজিত পাৱাৰৰ বিমানখনত? দুখলগা বাখ্যা প্ৰত্যক্ষদৰ্শীৰ

সমগ্ৰ ২৬ চনতেই শনিৰ আশীৰ্বাদ থাকিব, পূৰণ হ’ব ২ ৰাশিৰ সকলো ইচ্ছা

22 hours ago
এপ্ৰিলত ভাগ্য ঘূৰিব, শনিৰ কৃপাত ৰজা হ’ব ৩ৰাশিৰ জাতক

23 hours ago
কাইলৈৰ ৰাশিফলঃ বুধবাৰে ব্ৰহ্মা যোগৰ প্রভাৱ, গণপতিৰ কৃপাত বৃহৎ উন্নতিৰ যোগ এই ৫ৰাশিৰ

1 day ago
আপোনাৰ ব্যক্তিগত জীৱনত নজৰ ৰাখিছে গুগলে? ফোনৰ পৰা কি কি তথ্য প্ৰতিনিয়ত পঢ়ি আছে গুগলে?

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, January 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

আই পি এলৰ ইতিহাসত সকলোতকৈ দামী বিদেশী ক্ৰিকেটাৰ কেমৰণ গ্ৰীণ! ২৫ কোটি ২০ লাখত KKRয়ে ক্ৰয় কৰিলে কেমৰণক

আই পি এলৰ ইতিহাসত সকলোতকৈ দামী বিদেশী ক্ৰিকেটাৰ কেমৰণ গ্ৰীণ! ২৫ কোটি ২০ লাখত KKRয়ে ক্ৰয় কৰিলে কেমৰণক

editor by editor
December 16, 2025
in Uncategorized, ক্ৰীড়া, জীৱনশৈলী
0
আই পি এলৰ ইতিহাসত সকলোতকৈ দামী বিদেশী ক্ৰিকেটাৰ কেমৰণ গ্ৰীণ! ২৫ কোটি ২০ লাখত KKRয়ে ক্ৰয় কৰিলে কেমৰণক
0
SHARES
130
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আই পিএলত আকৌ এবাৰ ৰেকৰ্ড গঢ়িলে কলকাতা নাইট ৰাইডাৰ্ছে৷ কেমৰন গ্ৰীণক ২৫ কোটি ২০ লাখ টকাৰে ক্ৰয় কৰিলে কলকাতা নাইট ৰাইডাৰ্ছে৷ আইপিএলৰ নিলামত পূৰ্বেও দামী ক্ৰিকেটাৰ ক্ৰয় কৰাৰ অভ্যাস আছে কলকাতা নাইট ৰাইডাৰ্ছৰ৷ সেই অভ্যাসৰেই আকৌ এবাৰ পুনৰাবৃত্তি৷ ৰেকৰ্ড গঢ়ি কেমৰণ গ্ৰীণক ক্ৰয় কৰিলে কলকাতা নাইট ৰাইডাৰ্ছে৷

গ্ৰীণক লৈ যে টনাআঁজোৰা হ’ব সেই চৰ্চা পূৰ্বৰে পৰাই চলি আছিল৷ কাৰণ নিলামত যিসকল অলৰাউণ্ডাৰ আছে তেওঁলোকৰ মাজত আটাইতকৈ শক্তিশালী জনেই হৈছে কেমৰন৷ গ্ৰীণক লৈ কেকেআৰ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত টনাআঁজোৰা চলিছিল৷ পাছলৈ দুয়ো দলৰ মাজত বুজাপৰা হয়৷ আন্দ্ৰো ৰাছেলক এৰি দিয়ে কেকেআৰে৷ চেন্নাইয়েও এৰি দিয়ে চেম কাৰেণক৷ দুই দলৰেই পেছাৰ অলৰাউণ্ডাৰৰ প্ৰয়োজন আছিল৷

নিলামত দেখা গৈছে গ্ৰীণৰ নাম কোৱাৰ পাছতেই সকলোতকৈ আগত হাত দাঙিছিল মুম্বাই ইণ্ডিয়ানছে৷ কিন্তু ২ কোটি ৬০ লাখ টকাৰ পাছত মুম্বাইয়ে হাত নমায় দিয়ে৷ তাৰপিছতেই আহে কেকেআৰ৷ ৰাজস্থান ৰয়েলছৰ সৈতে তেওঁলোকৰ যুদ্ধ চলিছিল৷ লগে লগে দাম বাঢ়ে গ্ৰীণৰ৷ কিন্তু ১৩ কোটি ২০ লাখ টকাৰ দাম ওঠাৰ পাছত ৰাজস্থানেও হাত নমায়৷ তেতিয়াও হাত দাঙি আছিল চেন্নাইয়ে৷ বাকী যুঁজ চলে চেন্নাই আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত৷
উল্লেখ কৰা প্ৰয়োজন যে ২০২৩ চনৰ নিলামত ১৭ কোটি ৫০ লাখ টকাৰে গ্ৰীণক ক্ৰয় কৰিছিল মুম্বাইয়ে৷ সেই টকাতেই ২০২৪ চনত তেওঁক ক্ৰয় কৰে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে৷ সেই সকলোবোৰ অতিক্ৰম কৰি এইবাৰ ২০ কোটি পাৰ হৈছে তেওঁৰ দৰ৷ কলকাতা নাইট ৰাইডাৰ্ছে চেন্নাইক চেৰ পেলায় ২৫ কোটি ২০ লাখত ক্ৰয় কৰে কেমৰণক৷
আই পি এলৰ নিলামৰ ইতিহাসত বিদেশী ক্ৰিকেটাৰসকলৰ মাজত ৰেকৰ্ড গঢ়া দাম পাইছে গ্ৰীণে৷ ইয়াৰ পূৰ্বে ২৪ কোটি ৭৫ লাখ টকাত মিচেল ষ্টাৰ্কক ক্ৰয় কৰিছিল কলকাতা নাইট ৰাইডাৰ্ছে৷ ষ্টাৰ্কক অতিক্ৰম কৰি এইবাৰ ৰেকৰ্ড গঢ়িলে কেমৰণ গ্ৰীণে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মীন ৰাশিত অস্ত যাব শনি, হোলিৰ পাছতেই ৩ৰাশিৰ ভাগ্য সলনি হ’ব, উজলি উঠিব অৰ্থভাগ্য
জীৱনশৈলী

January 28, 2026
অজিত পাৱাৰ যোৱা অভিশপ্ত বিমানখনৰ পাইলট সম্ভাৱী পাঠক! কিমান দক্ষ আছিল হতভাগা কেপ্টেইন সম্ভাৱী?
জীৱনশৈলী

অজিত পাৱাৰ যোৱা অভিশপ্ত বিমানখনৰ পাইলট সম্ভাৱী পাঠক! কিমান দক্ষ আছিল হতভাগা কেপ্টেইন সম্ভাৱী?

January 28, 2026
বিমান দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লোৱা অজিত পাৱাৰে এৰি গ’ল কিমান সম্পত্তি? জানি থওক তেওঁৰ সম্পত্তিৰ পৰিমাণ
জীৱনশৈলী

বিমান দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লোৱা অজিত পাৱাৰে এৰি গ’ল কিমান সম্পত্তি? জানি থওক তেওঁৰ সম্পত্তিৰ পৰিমাণ

January 28, 2026
ভাৰত-ইউৰোপ চুক্তিৰ ফলত ১ কোটিৰ বাহন কিনিব পাৰিব ৫৫লাখত, মাৰ্ছিডিজ, বিএমডব্লিউৰ কিমানত কিনিব?
জীৱনশৈলী

ভাৰত-ইউৰোপ চুক্তিৰ ফলত ১ কোটিৰ বাহন কিনিব পাৰিব ৫৫লাখত, মাৰ্ছিডিজ, বিএমডব্লিউৰ কিমানত কিনিব?

January 28, 2026
Next Post
স্বাস্থ্য একেই আছে, এজনো অভিযুক্ত জে’লত ক্ষীণাই-শুকাই যোৱা নাই, প্ৰথম শুনানিত কান্দোনত ভাঙি পৰিল অমৃতপ্ৰভা, বাকীসকলে কি ক’লে?

ৰেকৰ্ড গঢ়ি ২৫ কোটি ২০ লাখত KKR য়ে ক্ৰয় কৰিলেও কেমৰণে পাব ১৩কোটিহে, বাকী ১২ কোটি ২০ লাখ ধন ক’লৈ যাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন