• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

1 month ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

10 hours ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

10 hours ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

10 hours ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

11 hours ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

11 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ভাগ্যই দেখুৱাব নতুন ৰূপ, কাইলৈ কাৰ কেনেকুৱা যাব দিনটো?

11 hours ago
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

12 hours ago
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

13 hours ago
সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

14 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

15 hours ago
৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

16 hours ago
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

মোদীৰ শপতগ্ৰহণ কুণ্ডলীত গ্ৰহ-নক্ষত্ৰৰ অৱস্থান

editor by editor
July 27, 2026
in বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?
0
SHARES
4.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চলিত বৰ্ষৰ মে’ত NEET প্ৰশ্নকাকত ফাদিল কেলেংকাৰীক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কই দেশৰ GenZৰ মাজত ব্যাপক অসন্তুষ্টিৰ সৃষ্টি কৰিছিল। পৰীক্ষা ব্যৱস্থাত স্বচ্ছতা, জবাবদিহিতা আৰু ন্যায় নিশ্চিত কৰাৰ দাবীত শিক্ষাৰ্থীসকলে যি ধৰণে সংগঠিতভাৱে আন্দোলন গঢ়ি তুলিছিল, শিক্ষাৰ্থীসকলৰ সেই ক্ষোভৰ উদ্গীৰণ আৰু শক্তিক সময়মতে কেন্দ্ৰীয় চৰকাৰে উপলব্ধি কৰিব নোৱাৰিলে। যাৰ ফলস্বৰূপে, ১৬ মে’ত সামাজিক মাধ্যমত আৰম্ভ হোৱা ‘ককৰোচ জনতা পাৰ্টী’ নামৰ ডিজিটেল আন্দোলনে জুলাইলৈকে আহি চৰকাৰৰ ওপৰত যথেষ্ট ৰাজনৈতিক চাপ সৃষ্টি কৰে। দেশজুৰি GenZ শিক্ষাৰ্থীৰ আন্দোলনৰ ফলত ২৫ জুলাইত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিবলৈ বাধ্য হয়, চৰকাৰৰ এই সিদ্ধান্তত বহু ৰাজনৈতিক বিশ্লেষককো বিস্মিত কৰি তোলে।

এই ঘটনাৰ পিছতে জ্যোতিষ শাস্ত্ৰত বিশ্বাসীসকলে প্ৰধানমন্ত্ৰী মোদীৰ শপতগ্ৰহণৰ কুণ্ডলীৰ গ্ৰহ-নক্ষত্ৰৰ অৱস্থান সম্পৰ্কে অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে। দেশৰ প্ৰখ্যাত জ্যোতিষবিদ নিৱন্ধকাৰ শচীন মলহোত্ৰাই ‘নৱভাৰত টাইমছ’ত উল্লেখ কৰা মতে মোদীৰ শপতগ্ৰহণ কুণ্ডলীত গ্ৰহ-নক্ষত্ৰৰ অৱস্থান কেনে সংক্ষেপতে দিয়া হল।

মোদীৰ শপতগ্ৰহণ কুণ্ডলীত গ্ৰহ-নক্ষত্ৰৰ অৱস্থান

শচীন মলহোত্ৰাই ‘নৱভাৰত টাইমছ’ত উল্লেখ কৰা মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ৯ জুন সন্ধিয়া ৭:২৩ বজাত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ সময়ত বৃশ্চিক লগ্ন উদয় হৈছিল। লগ্নেশ মংগল মেষ ৰাশিত ষষ্ঠ ভাবত অৱস্থান কৰিছিল আৰু শনিৰ তৃতীয় দৃষ্টিৰ প্ৰভাৱত আছিল। পঞ্চম ভাবত অৱস্থিত ৰাহুক জ্যোতিষবিদ শচীন মলহোত্ৰাই শিক্ষা আৰু ছাত্ৰ ৰাজনীতিৰ ক্ষেত্ৰত চৰকাৰৰ বাবে প্ৰতিকূল যোগ হিচাপে ব্যাখ্যা কৰিছে। একেসময়তে সপ্তম ভাবত বৃহস্পতি, বুধ, সূৰ্য আৰু শুক্ৰৰ যুগ্ম অৱস্থানৰ ফলত বিজেপিয়ে লোকসভা আৰু ৰাজ্যসভাত কিছুমান বিৰোধী সাংসদক নিজৰ মিত্ৰজোঁটলৈ আনি সংখ্যাগৰিষ্ঠতা শক্তিশালী কৰিব পাৰিলেও, যুৱ সমাজৰ মনোভাৱ অনুধাৱন কৰাত ব্যৰ্থ হোৱা বুলি জ্যোতিষবিদসকলে উল্লেখ কৰিছে। শচীন মলহোত্ৰাৰ ব্যাখ্যা অনুসৰি, বৰ্তমান শনিয়ে ৰাহুৰ ওপৰেৰে আৰু ৰাহুৱে শনিৰ ওপৰেৰে গমন কৰি আছে। ভৃগু জ্যোতিষৰ নিয়ম অনুসৰি এই অৱস্থাই শপতগ্ৰহণ কুণ্ডলীৰ শক্তি হ্ৰাস কৰি এই বছৰৰ নৱেম্বৰ মাহৰ আগতেই চৰকাৰৰ ভাবমূৰ্তিৰ ওপৰত পুনৰ ডাঙৰ সংকট সৃষ্টি কৰাৰ সম্ভাৱনা সূচায়।

মোদীৰ জন্ম কুণ্ডলীত ৰাজযোগ দুৰ্বল হোৱাৰ দাবী

জ্যোতিষবিদ শচীন মলহোত্ৰাৰ মতে, ১৯৫০ চনৰ ১৭ ছেপ্টেম্বৰ (উল্লেখিত তাৰিখ অনুসৰি) গুজৰাটৰ ভাডনগৰত জন্মগ্ৰহণ কৰা নৰেন্দ্ৰ মোদীৰ জন্ম কুণ্ডলীত একাধিক শক্তিশালী ৰাজযোগ বিদ্যমান। বৃশ্চিক লগ্নত লগ্নেশ মংগল আৰু নবমেশ চন্দ্ৰৰ সংযোগ, দশম ভাবত আত্মকাৰক শনি আৰু আমাত্যকাৰক শুক্ৰৰ জৈমিনী ৰাজযোগ, লগতে কাৰকাংশ লগ্নৰ পৰা দশম ভাবত বুধৰ অৱস্থানৰ বাবে জনপ্ৰিয়তা আৰু ৰাজসত্তাৰ শক্তিশালী যোগ গঠিত হোৱা বুলি উল্লেখ কৰা হৈছে। কিন্তু জ্যোতিষবিদসকলৰ দাবী অনুসৰি, বৰ্তমান ৰাহুৰ ওপৰত শনিৰ আৰু বৃহস্পতিৰ ওপৰত ৰাহুৰ প্ৰতিকূল গোচৰে এই ৰাজযোগসমূহৰ প্ৰভাৱ ক্ৰমাৎ দুৰ্বল কৰি তুলিছে। ইয়াৰ ফলত, বিশেষকৈ মংগলৰ মহাদশাৰ সময়ছোৱাত আগন্তুক দিনত চৰকাৰৰ সন্মুখত অধিক ৰাজনৈতিক জটিলতা দেখা দিব পাৰে বুলি জ্যোতিষীয় সম্ভাৱনা প্ৰকাশ কৰা হৈছে। শেষত এই দাবী কৰা হৈছে যে, এই বছৰৰ শেষৰ ফালে পুনৰ এবাৰ বৃহৎ গণআন্দোলনৰ আংশকা আছে আৰু সেয়া চৰকাৰৰ বাবে নতুন ৰাজনৈতিক প্ৰত্যাহ্বান কঢ়িয়াই আনিব পাৰে।

গুৰুত্বপূৰ্ণ: ওপৰৰ সকলো জ্যোতিষীয় বিশ্লেষণ আৰু সম্ভাৱনা বিভিন্ন জ্যোতিষবিদৰ দাবী আৰু মতামতৰ সাৰাংশহে মাথোঁ। জ্যোতিষ বিদ্যা বিজ্ঞানসম্মতভাৱে প্ৰমাণিত পূৰ্বানুমানৰ পদ্ধতি নহয়, সেয়ে এই দাবীসমূহক নিশ্চিত তথ্য হিচাপে Asom Live24-এ দাবী নকৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24astrologymodiPM Modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

September 6, 2026
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক
অসম

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

September 5, 2026
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ
জীৱনশৈলী

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

September 5, 2026
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন
জীৱনশৈলী

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

September 5, 2026
Next Post
বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.