• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্বামীহন্তা সোনম অন্তঃসত্ত্বা নেকি? মেডিকেল ৰিপৰ্টৰ তথ্যত নিগেটিভ নহয় ফলাফল, আনক্লিয়াৰ লিখি চিকিৎসকে দিছে আলট্ৰাচাউণ্ডৰ পৰামৰ্শ

স্বামীহন্তা সোনম অন্তঃসত্ত্বা নেকি? মেডিকেল ৰিপৰ্টৰ তথ্যত নিগেটিভ নহয় ফলাফল, আনক্লিয়াৰ লিখি চিকিৎসকে দিছে আলট্ৰাচাউণ্ডৰ পৰামৰ্শ

9 months ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

18 hours ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

19 hours ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

20 hours ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

20 hours ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

21 hours ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

22 hours ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

24 hours ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

1 day ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

1 day ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, February 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

স্বামীহন্তা সোনম অন্তঃসত্ত্বা নেকি? মেডিকেল ৰিপৰ্টৰ তথ্যত নিগেটিভ নহয় ফলাফল, আনক্লিয়াৰ লিখি চিকিৎসকে দিছে আলট্ৰাচাউণ্ডৰ পৰামৰ্শ

স্বামীহন্তা সোনম অন্তঃসত্ত্বা নেকি? মেডিকেল ৰিপৰ্টৰ তথ্যত নিগেটিভ নহয় ফলাফল, আনক্লিয়াৰ লিখি চিকিৎসকে দিছে আলট্ৰাচাউণ্ডৰ পৰামৰ্শ

editor by editor
June 10, 2025
in অপৰাধ, উত্তৰ-পূব
0
স্বামীহন্তা সোনম অন্তঃসত্ত্বা নেকি? মেডিকেল ৰিপৰ্টৰ তথ্যত নিগেটিভ নহয় ফলাফল, আনক্লিয়াৰ লিখি চিকিৎসকে দিছে আলট্ৰাচাউণ্ডৰ পৰামৰ্শ
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিবাহৰ মাত্ৰ ১৩ দিন হৈছিল৷ ইয়াৰ পাছতেই স্বামীৰ ৰহস্যমৃত্যু৷ মেঘালয়ৰ হানিমুন মাৰ্ডাৰ এতিয়া দেশৰ এই মুহূৰ্তৰ টক অফ দ্যা নেশ্ব্যন৷ স্বামী ৰাজা ৰঘুবংশীক হত্যাৰ নেপথ্যত মাষ্টাৰমাইণ্ড সোনমেই সেই কথা প্ৰায় খাটাং হৈ পৰিছে৷ সকলো তদন্ত আগবাঢ়িছে, তাৰমাজতেই আকৌ এটা তথ্য উদঘাটন কৰিছে আৰক্ষীয়ে৷ সোনম অন্তঃসত্ত্বা নেকি? চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰি দিয়া ৰিপৰ্টত লিখা তথ্যত আছে আনক্লিয়াৰ৷ অৰ্থাৎ অন্তঃসত্ত্বা ৰিপৰ্ট নিগেটিভ নহয়৷

সোনম মাতৃ হ’বলৈ ওলাইছে নেকি?

সোমবাৰে সোনম ৰাঘুবংশীৰ মেডিকেল চেকআপ কৰা হৈছে৷ তেওঁৰ শাৰীৰিক আৰু মানসিক অৱস্থাৰ পৰীক্ষা কৰিছে চিকিৎসকে৷ সূত্ৰৰ খবৰ অনুসৰি শাৰীৰিকভাৱে দুৰ্বল হৈ পৰিছে সোনম৷ তেওঁক এনাৰ্জি ড্কিং আৰু জুছ খাবলৈ দিয়া হৈছে৷ কিন্তু এতিয়া আৰক্ষীয়ে এটা ৰিপৰ্টতহে আনক্লিয়াৰ হৈ আছে৷ সেয়া হৈছে সোনমৰ প্ৰেগনেন্সি টেষ্ট৷

এক সৰ্বভাৰতীয় সংবাদ মাধ্যমে দিয়া তথ্য অনুসৰি সোনমৰ সেই ৰিপৰ্টত নিগেটিভ অহা নাই৷ আনক্লিয়াৰ বুলিহে উল্লেখ কৰিছে চিকিৎসকে৷ এসপ্তাহৰ পাছত ফলোআপৰ বাবে আল্ট্ৰাচাউণ্ড কৰাৰ পৰামৰ্শ দিছে চিকিৎসকে৷ বিশেষজ্ঞৰ মতে সন্তানধাৰণৰ একেবাৰে আৰম্ভণিৰ দিশত যদি পৰীক্ষা কৰোৱা হয় তেতিয়া ফলাফল ইতিবাচক নেদেখুৱাই৷ আৰু কিছুদিন অপেক্ষা কৰিব লগা হয় বা আল্ট্ৰাচাউণ্ডৰ দৰে পৰীক্ষা কৰোৱা হয়৷ সোনমৰ আলট্ৰাচাউণ্ডৰ ৰিপৰ্টত কি আহে সেই দিশত নজৰ ৰাখিছে আৰক্ষীয়েও৷

উল্লেখ কৰা প্ৰয়োজন যে, ৰাজাৰ সৈতে বিবাহৰ পূৰ্বৰে পৰাই ৰাজৰ সৈতে মিলামিছা আছিল সোনমৰ৷ সেইক্ষেত্ৰত যদি সোনম অন্তঃসত্বাও তেন্তে সেই সন্তান ৰাজ নে ৰাজাৰ সেয়া স্পষ্ট কৰাও কঠিন হৈ পৰিব পাৰে তদন্ত প্ৰক্ৰিয়াৰ মাজত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰুছ মহিলাৰ শয্যসংগী হোৱাৰ পাছতেই যৌ* ৰোগত আক্ৰান্ত বিল গেটছ! এপষ্টিন ফাইলত ইলন মাস্ক, বিল গেটছৰ কু-অধ্যায়ৰ বৰ্ণনা
অপৰাধ

ৰুছ মহিলাৰ শয্যসংগী হোৱাৰ পাছতেই যৌ* ৰোগত আক্ৰান্ত বিল গেটছ! এপষ্টিন ফাইলত ইলন মাস্ক, বিল গেটছৰ কু-অধ্যায়ৰ বৰ্ণনা

January 31, 2026
প্ৰেম কৰি বিবাহ, বিবাহৰ চাৰিমাহৰ পাছতেই দুই পৰপুৰুষৰ সৈতে হাতে-লুটে ধৰে স্বামীয়ে, চৰম মুহূৰ্তত কি সিদ্ধান্ত ল’লে স্বামীয়ে?
অপৰাধ

প্ৰেম কৰি বিবাহ, বিবাহৰ চাৰিমাহৰ পাছতেই দুই পৰপুৰুষৰ সৈতে হাতে-লুটে ধৰে স্বামীয়ে, চৰম মুহূৰ্তত কি সিদ্ধান্ত ল’লে স্বামীয়ে?

January 21, 2026
৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান
অসম

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

December 22, 2025
অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল
অসম

অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল

December 20, 2025
Next Post
বৰাকত উন্নয়নৰ নতুন জোৱাৰ অনা হ’ব! বৰাক উপত্যকা উন্নয়ন বিভাগৰ সৈতে আলোচনাৰ পাছতেই বৰাকক লৈ কেইবাটাও ডাঙৰ সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ

বৰাকত উন্নয়নৰ নতুন জোৱাৰ অনা হ’ব! বৰাক উপত্যকা উন্নয়ন বিভাগৰ সৈতে আলোচনাৰ পাছতেই বৰাকক লৈ কেইবাটাও ডাঙৰ সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ

মাটি খান্দিলেই পোৱা যায় কোটি কোটি টকাৰ হীৰা, বৰ্ষা আহিলেই ভাৰতৰ এই ৰাজ্যত মাটি খান্দিবলৈ ভিৰ কৰে বহুলোকেই

মাটি খান্দিলেই পোৱা যায় কোটি কোটি টকাৰ হীৰা, বৰ্ষা আহিলেই ভাৰতৰ এই ৰাজ্যত মাটি খান্দিবলৈ ভিৰ কৰে বহুলোকেই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.