• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দিন হাজিৰা কৰা লোকক ক’ৰোনাই কৰিলে লাখপতি

দিন হাজিৰা কৰা লোকক ক’ৰোনাই কৰিলে লাখপতি

5 years ago
বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ

বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ

8 minutes ago
৫মাহ পাছত উদয় হ’ব মঙ্গল, সাহসেৰে গ্ৰহৰ শক্তি বাঢ়িলেই সাফল্যৰ মুখ দেখিব এই ৪ৰাশিয়ে

৫মাহ পাছত উদয় হ’ব মঙ্গল, সাহসেৰে গ্ৰহৰ শক্তি বাঢ়িলেই সাফল্যৰ মুখ দেখিব এই ৪ৰাশিয়ে

37 minutes ago
এই ৭ কাৰণত শৰীৰত হু হু কৰে কমি যায় শুক্ৰাণু! কমি যায় উদ্দমতা! সন্তান উৎপাদনত সমস্যা, পুৰুষৰ বাবে এই খবৰ

এই ৭ কাৰণত শৰীৰত হু হু কৰে কমি যায় শুক্ৰাণু! কমি যায় উদ্দমতা! সন্তান উৎপাদনত সমস্যা, পুৰুষৰ বাবে এই খবৰ

1 hour ago
SBI ত ৪৪৪ দিনৰ FDত ২ লাখ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI ত ৪৪৪ দিনৰ FDত ২ লাখ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

2 hours ago
এপ্ৰিলৰ আৰম্ভণিতেই ত্ৰিগ্ৰহী যোগ, ৰজা হোৱাৰ সুযোগ পাব ৩ৰাশিৰ জাতকে

এপ্ৰিলৰ আৰম্ভণিতেই ত্ৰিগ্ৰহী যোগ, ৰজা হোৱাৰ সুযোগ পাব ৩ৰাশিৰ জাতকে

2 hours ago
ৰামৰ আশীৰ্বাদ থাকে এই ৫ৰাশিত, এওঁলোকৰ সকলো সমস্যা দূৰ কৰে ৰঘুপতিয়ে

ৰামৰ আশীৰ্বাদ থাকে এই ৫ৰাশিত, এওঁলোকৰ সকলো সমস্যা দূৰ কৰে ৰঘুপতিয়ে

3 hours ago
ভাৰত আমাৰ বন্ধু দেশ, ভাৰতৰ বাবে হৰমুজ খুলি দিছো, স্পষ্ট বাৰ্তা ইৰানৰ, অৱশ্যে দিছে এক চৰ্ত

ভাৰত আমাৰ বন্ধু দেশ, ভাৰতৰ বাবে হৰমুজ খুলি দিছো, স্পষ্ট বাৰ্তা ইৰানৰ, অৱশ্যে দিছে এক চৰ্ত

3 hours ago
LPG চিলিণ্ডাৰ বুকিঙত ডাঙৰ সালসলনি, মাহত কেইটাকৈ পাব চিলিণ্ডাৰ, পূৰ্বৰ দৰে চিলিণ্ডাৰত ৰেহাই থাকিবনে?

LPG চিলিণ্ডাৰ বুকিঙত ডাঙৰ সালসলনি, মাহত কেইটাকৈ পাব চিলিণ্ডাৰ, পূৰ্বৰ দৰে চিলিণ্ডাৰত ৰেহাই থাকিবনে?

18 hours ago
বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

19 hours ago
১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো

১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো

20 hours ago
তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?

তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?

20 hours ago
PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

দিন হাজিৰা কৰা লোকক ক’ৰোনাই কৰিলে লাখপতি

‘ইছাক মুণ্ডা ইটিং’

editor by editor
July 11, 2021
in ক'ভিড-১৯, খাদ্য, বিবিধ, ভাৰত
0
দিন হাজিৰা কৰা লোকক ক’ৰোনাই কৰিলে লাখপতি
0
SHARES
394
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ক’ৰোনা মহামাৰীয়ে সলাই পেলাইছে বহুতৰে জীৱন। বহু ধনাঢ্যও পথৰ ভিক্ষাৰীলৈ পৰ্যবেক্ষিত হৈছে বুলি ক’লেও অত্যুক্তি নহয়। কিন্তু ক’ৰোনাই এজন দিন হাজিৰা কৰা লোকক ৰূপান্তৰিত কৰিলে লাখপতিলৈ। মহামাৰীৰ পৰিণতিত বহুতেই হেৰুৱাইছে জীৱিকা।

কিন্তু এই লোকজন ক’ৰোনাৰ বাবেই লাভ কৰিলে জীৱন যাত্ৰাৰ নতুন পথ। ইছাক মুণ্ডা নামৰ ওড়িশাৰ যুৱকজনে দিন হাজিৰা কৰা পৰিয়াল চলাইছে। মহামাৰীৰ পৰিণতিত দিন হাজিৰাৰ সুবিধা হেৰুৱাই পেলাইছিল ইছাকে। পৰিয়াল চলাবলৈ গৈ বিপদত পৰিছিল যুৱকজনে। এয়া ২০২০ চনৰ কথা। এদিন তেওঁ বন্ধুৰ ফোনত youtube চায় আৰু ব্লগিং কৰা দেখুৱালে। ইয়াৰ পাছতে তেওঁ এটা ফোন কিনাৰ চিন্তা কৰে। আৰু ৩ হাজাৰ টকা ধাৰ লৈ এটা স্মাৰ্ট ফোন ক্ৰয় কৰি নিজৰ এটা youtube চেনেল খোলে। লগে লগে ভাগ্য সলনি হ’ল ইছাক মুণ্ডাৰ। নিজৰ দৈনন্দিন জীৱন চেনেলটোত দেখুৱালে ইছাকে। তেওঁ আপলোড কৰা প্ৰথম ভিডিঅ’টো আছিল পত্নী আৰু সন্তানসকলৰ সৈতে মজিয়াত বহি ভাত খোৱাৰ দৃশ্য।

৩ মাহত এই ভিডিঅ’টো ৫ লাখ লোকে চায়। সেই ভিডিঅ’টোৰ পৰা তেওঁ লাভ কৰে ৩৭ হাজাৰ টকা। ইয়াৰ পাছত তেওঁ বিভিন্ন ভিডিঅ’ আপলোড কৰিছে youtubeত। গ্ৰাম্য জীৱন সংস্কৃতি, জীৱন যাত্ৰা ইছাকৰ ভিডিঅ’ত প্ৰতিফলিত হয়। বৰ্তমান ইছাকৰ youtube চেনেলৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যা ৭ লাখ ৫২ হাজাৰৰো অধিক।

এই youtube চেনেল খোলাৰ ৫-৬ মাহৰ ভিতৰত তেওঁ প্ৰায় ৫ লাখ টকা আৰ্জন কৰিছে। এক অৰ্থত ক’ৰোনা মহামাৰীয়ে সলাই দিলে ইছাকৰ জীৱনৰ গাথা। ইছাকৰ youtube চেনেলটোৰ নাম ‘ইছাক মুণ্ডা ইটিং’।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24coronacovidisak munda
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ
জীৱনশৈলী

বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ

March 26, 2026
SBI ত ৪৪৪ দিনৰ FDত ২ লাখ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ
জীৱনশৈলী

SBI ত ৪৪৪ দিনৰ FDত ২ লাখ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

March 26, 2026
এপ্ৰিলৰ আৰম্ভণিতেই ত্ৰিগ্ৰহী যোগ, ৰজা হোৱাৰ সুযোগ পাব ৩ৰাশিৰ জাতকে
জীৱনশৈলী

এপ্ৰিলৰ আৰম্ভণিতেই ত্ৰিগ্ৰহী যোগ, ৰজা হোৱাৰ সুযোগ পাব ৩ৰাশিৰ জাতকে

March 26, 2026
ভাৰত আমাৰ বন্ধু দেশ, ভাৰতৰ বাবে হৰমুজ খুলি দিছো, স্পষ্ট বাৰ্তা ইৰানৰ, অৱশ্যে দিছে এক চৰ্ত
জীৱনশৈলী

ভাৰত আমাৰ বন্ধু দেশ, ভাৰতৰ বাবে হৰমুজ খুলি দিছো, স্পষ্ট বাৰ্তা ইৰানৰ, অৱশ্যে দিছে এক চৰ্ত

March 26, 2026
Next Post
কাল ক’ৰোনাই কোঙা কৰিলে বাছ মালিক-চালকসকলক

কাল ক’ৰোনাই কোঙা কৰিলে বাছ মালিক-চালকসকলক

অসমৰে সম্পর্ক থকা ভাৰতীয় মূলৰ সমীৰে জয় কৰিলে উইম্বলডন

অসমৰে সম্পর্ক থকা ভাৰতীয় মূলৰ সমীৰে জয় কৰিলে উইম্বলডন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.