• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চৰকাৰ সলনিৰ পাছতে ডাঙৰ সিদ্ধান্ত, মহিলা সৈনিকে পৰিধান কৰিব লাগিব হিজাব

চৰকাৰ সলনিৰ পাছতে ডাঙৰ সিদ্ধান্ত, মহিলা সৈনিকে পৰিধান কৰিব লাগিব হিজাব

1 year ago
মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

9 hours ago
আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

10 hours ago
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

10 hours ago
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

11 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

11 hours ago
ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

12 hours ago
কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

12 hours ago
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

13 hours ago
স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

14 hours ago
ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

15 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

15 hours ago
পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

চৰকাৰ সলনিৰ পাছতে ডাঙৰ সিদ্ধান্ত, মহিলা সৈনিকে পৰিধান কৰিব লাগিব হিজাব

editor by editor
September 26, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
চৰকাৰ সলনিৰ পাছতে ডাঙৰ সিদ্ধান্ত, মহিলা সৈনিকে পৰিধান কৰিব লাগিব হিজাব
0
SHARES
156
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চৰকাৰ সলনিৰ পাছতে ডাঙৰ সিদ্ধান্ত, মহিলা সৈনিকে পৰিধান কৰিব লাগিব হিজাব

বাংলাদেশত শ্বেখ হাছিনাৰ চৰকাৰ পতনৰ পিছত সমগ্ৰ দেশতে ইছলামকৰণ তীব্ৰতৰ হৈ পৰিছে। বাংলাদেশৰ সেনাও যেন মৌলবাদীৰ সমুখত আত্মসমৰ্পণ কৰিছে। বাংলাদেশ সেনাই প্ৰথমবাৰৰ বাবে মহিলা জোৱানক হিজাব পৰিধান কৰাৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছে।
২০০০ চনত মহিলাক বাংলাদেশৰ সেনাবাহিনীত অন্তৰ্ভুক্ত কৰা হৈছিল, কিন্তু সেনাবাহিনীত হিজাব পিন্ধা নিষিদ্ধ আছিল। পাছে এতিয়া মৌলবাদীৰ হেঁচাত বাংলাদেশ সেনাই নিয়ম সলনি কৰিছে।

বাংলাদেশৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি যদি মহিলা জোৱানে হিজাব পিন্ধিব বিচাৰে তেন্তে এতিয়া পিন্ধিব পাৰিব। এই সন্দৰ্ভত এডজুটেণ্ট জেনেৰেলৰ কাৰ্যালয়ৰ পৰা এক নিৰ্দেশ জাৰি কৰা হৈছে। ইয়াৰ পিছত এতিয়া মহিলা সামৰিক জোৱানৰ বাবে হিজাব পিন্ধাটো ঐচ্ছিক কৰি তোলা হৈছে।

দেশখনত মহিলা বিষয়া, নাৰ্চিং ষ্টাফ আৰু অন্যান্য সামৰিক বাহিনীৰ লোকে হিজাব পৰিধান কৰাত নিষেধাজ্ঞা উঠাই লোৱা হৈছে। এডজুটেণ্ট জেনেৰেলৰ কাৰ্যালয়ে জাৰি কৰা আদেশত কোৱা হৈছে যে ‘৩ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা পি এছ অ’ সন্মিলনত নীতিগত সিদ্ধান্ত লোৱা হৈছিল, য’ত ইচ্ছুক মহিলা কৰ্মীসকলক ইউনিফৰ্মৰ সৈতে হিজাব পিন্ধিবলৈ দিয়া হৈছিল।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bangladeshbangladesh ArmyBangladesh Women armyhijab
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?
অসম

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

March 20, 2026
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!
জীৱনশৈলী

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

March 20, 2026
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ
অসম

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

March 20, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

March 20, 2026
Next Post
৩০ তাৰিখৰ পৰা নতুন সপ্তাহ, কেনে যাব সপ্তাহটো, কি কয় ভাগ্যচক্ৰই

৩০ তাৰিখৰ পৰা নতুন সপ্তাহ, কেনে যাব সপ্তাহটো, কি কয় ভাগ্যচক্ৰই

অভিকেন্দ্ৰ নগাঁও, কি কয় বতৰে, ডাঙৰ ভূমিকম্প অহাৰ সম্ভাৱনা নেকি !

অভিকেন্দ্ৰ নগাঁও, কি কয় বতৰে, ডাঙৰ ভূমিকম্প অহাৰ সম্ভাৱনা নেকি !

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.