• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিজ্ঞানী হিচাপে মোৰ মনটো সন্ধানী, অন্তৰাত্মাক মই মন্দিৰতেই বিচাৰি পাওঁ! মন্দিৰলৈ বাৰে বাৰে কিয় যায় ইছৰো প্ৰধান? আঁৰৰ সকলো কথা অৱশেষত বুজাই দিলে ইছৰো প্ৰধানে

বিজ্ঞানী হিচাপে মোৰ মনটো সন্ধানী, অন্তৰাত্মাক মই মন্দিৰতেই বিচাৰি পাওঁ! মন্দিৰলৈ বাৰে বাৰে কিয় যায় ইছৰো প্ৰধান? আঁৰৰ সকলো কথা অৱশেষত বুজাই দিলে ইছৰো প্ৰধানে

3 years ago
‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

14 minutes ago
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

28 minutes ago
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

52 minutes ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

1 hour ago
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

2 hours ago
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

2 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

3 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

4 hours ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

5 hours ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

5 hours ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

6 hours ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিজ্ঞানী হিচাপে মোৰ মনটো সন্ধানী, অন্তৰাত্মাক মই মন্দিৰতেই বিচাৰি পাওঁ! মন্দিৰলৈ বাৰে বাৰে কিয় যায় ইছৰো প্ৰধান? আঁৰৰ সকলো কথা অৱশেষত বুজাই দিলে ইছৰো প্ৰধানে

editor by editor
August 27, 2023
in জীৱনশৈলী, প্ৰযুক্তি, ভাৰত, লেখা
0
বিজ্ঞানী হিচাপে মোৰ মনটো সন্ধানী, অন্তৰাত্মাক মই মন্দিৰতেই বিচাৰি পাওঁ! মন্দিৰলৈ বাৰে বাৰে কিয় যায় ইছৰো প্ৰধান? আঁৰৰ সকলো কথা অৱশেষত বুজাই দিলে ইছৰো প্ৰধানে
0
SHARES
215
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২৩ আগষ্ট, ২০২৩ ৰ সন্ধিয়া ৬ বাজি৩ মিনিটত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিলে চন্দ্ৰযান-৩ লেণ্ডাৰ বিক্ৰমে। ১৪০ কোটি ভাৰতীয়ৰ আশা-আকাংক্ষা, সপোন সঁচা কৰি চন্দ্ৰৰ কুমেৰুত ভৰি থলে বিক্ৰমে। দীৰ্ঘদিনীয়া গৱেষণা, অক্লান্ত পৰিশ্ৰমৰ ফচল চন্দ্ৰযান-৩। চন্দ্ৰযান-৩ ৰ লেণ্ডাৰ বিক্ৰমে চন্দ্ৰপৃষ্ঠত ভৰি দিয়াৰ পাছতেই ঈশ্বৰৰ চৰণত মূৰ দোৱাইছে ইছৰো প্ৰধান এছ সোমনাথে। দেওবাৰে তেওঁ তিৰুঅনন্তপূৰমত থকা ভাদ্ৰকালী মন্দিৰত উপস্থিত হৈছে ইছৰো প্ৰধান সোমনাথ।

ইছৰো প্রধান তথা বিজ্ঞানী সোমনাথক মন্দিৰলৈ যোৱাক লৈ প্ৰায়সংখ্যকেই সমালোচনা কৰিছে। এজন বিজ্ঞানীয়ে কিয় বাৰে বাৰে মন্দিৰত শিৰনত কৰে? এই প্ৰশ্ন বহুজনেই সোমনাথক কৰিছে। সোমনাথে এই বিষয়টোক লৈ বিগত সময়ত মন্তব্য কৰা নাছিল যদিও দেওবাৰে তেওঁ সংবাদমাধ্যমৰ আগত এই বিষয়টোক লৈ মন্তব্য কৰিছে। সমালোচনাৰ তীৰে বিদ্ধ কৰাত উপায়হীন হৈ মুখ খুলিছে বিজ্ঞানীজনে। কিয় ঈশ্বৰ বিশ্বাসী ইছৰোৰ চেয়াৰমেন সেই কথাৰো উত্তৰ দিছে।

সাংবাদিকৰ সন্মুখত এছ সোমনাথে কয়, ‘মই এজন বিজ্ঞানী ঠিকেই। কিন্তু মইয়ো মানুহ। মোৰ অন্তৰাত্মাইয়ো শান্তি বিচাৰে। শান্তি বিচাৰিয়েই মই মন্দিৰলৈ আহো। মনেৰে মই কোনোবাখিনিত ঈশ্বৰক বিশ্বাস কৰো।’ তিৰুঅনন্তপুৰমৰ ভদ্ৰকালী মন্দিৰত দেওবাৰে ভক্তিভাৱত দেখা গ’ল বিজ্ঞানী এছ সোমনাথক। অঞ্জলি দিয়াৰ পৰা কপালত হোমটিকা লোৱালৈকে সমগ্ৰ দৃশ্য কেমেৰাত বন্দীও হৈছে। তেওঁক এই ৰূপত দেখিয়েই সাংবাদিকে তেওঁৰ ঈশ্বৰৰ চৰণত মূৰ দোৱাই কি বিচাৰে বুলি প্ৰশ্ন কৰে। সেই প্ৰশ্নৰ উত্তৰত সোমনাথে কয়, ‘মই এজন অনুসন্ধানী। মই প্ৰতিসময়তে মহাকাশ সন্ধানী মন এটা কঢ়িয়াও। অন্তৰাত্মাকো সন্ধান কৰো। সন্ধান মোৰ জীৱনৰ অংশ। বিজ্ঞান আৰু আধ্যাত্মিকতা এজন মানুহৰ জীৱনত দুয়োটাৰেই প্ৰয়োজনীয়তা আছে। মই এতিয়ালৈকে বহু মন্দিৰলৈ গৈছো। প্ৰাৰ্থনা কৰিছো, পূজা কৰিছো। বুজিবলৈ চেষ্টা কৰিছো মানুহৰ উৎপত্তি, অস্তিত্ত সম্বন্ধীয় কথা। ঈশ্বৰ বিশ্বাস আমাৰ সংস্কৃতিৰ এটা অংশই। ইয়াৰ বাহিৰলৈ গৈ আমি অন্তৰাত্মাৰ সৈতে আলাপ কৰিব নোৱাৰো। মই স্বীকাৰ কৰো যে, মই এজন বিজ্ঞানী হ’লেও অন্তৰেৰে মই ঈশ্বৰ বিশ্বাসী এজন ব্যক্তি।’

এইসমূহৰ ওপৰিও চন্দ্ৰযান-৩ৰ আপডেটো সাংবাদিকক দিয়ে ইছৰো প্ৰধান সোমনাথে। এছ সোমনাথে এই সন্দৰ্ভত কয়,’সকলোবোৰ পৰিকল্পনামতেই আগবাঢ়িছে। লেণ্ডাৰ ৰোভাৰ প্ৰজ্ঞানে নিজৰ কাম চলাই আছে। প্ৰজ্ঞানত থকা পাঁচটা যন্ত্ৰই কাম কৰি আছে। আমি আশাবাদী আগন্তুক ৩ ছেপ্টেম্বৰত আমি সকলোৰে বাবে চন্দ্ৰৰ কোনেও নেদেখা ছবি মুকলি কৰি দিম। ইয়াৰোপৰি ইছৰোপ্ৰধানে বিক্ৰমে লেণ্ডিং কৰা স্থানক কিয় শিৱশক্তি নাম দিয়া হ’ল সেই সন্দৰ্ভতো মন্তব্য আগবঢ়ায়। তেওঁ কয়, ‘এই বিষয়টোক আমি প্ৰধানমন্ত্ৰীৰ ওপৰত এৰিছো। তেওঁ এটা নাম দিছে তাক আমি উপহাৰ বুলি গ্ৰহণ কৰিছো। ইয়াত আপত্তি কৰিবলৈ একো নাই। বিজ্ঞানীয়ে নিজৰ কাম কৰি আছে। নামটোক লৈ চৰ্চা কৰি লাভ নাই। শিৱশক্তি এটা ভাৰতীয় নামেই।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’
ৰাজনীতি

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

September 29, 2026
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী
বিনোদন

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

September 29, 2026
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য
বিজ্ঞান

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

September 29, 2026
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?
জীৱনশৈলী

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

September 29, 2026
Next Post
চন্দ্ৰযান-৩ ৰ সাফল্যৰ কৃতিত্ব কাৰ? মোদী নে নেহৰুৰ? সমীক্ষাত আপোনাৰো চকু কঁপালত উঠিব

চন্দ্ৰযান-৩ ৰ সাফল্যৰ কৃতিত্ব কাৰ? মোদী নে নেহৰুৰ? সমীক্ষাত আপোনাৰো চকু কঁপালত উঠিব

দাৰিদ্ৰতাক জয় কৰি UPSCত সাফল্য, মাত্ৰ ২১ বছৰ বয়সতে IAS অফিচাৰ হ’ল অটোচালকৰ পুত্ৰ

দাৰিদ্ৰতাক জয় কৰি UPSCত সাফল্য, মাত্ৰ ২১ বছৰ বয়সতে IAS অফিচাৰ হ’ল অটোচালকৰ পুত্ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.