লেখাপানী, জাগুনত বনদস্যুৰ দৌৰাত্ম্য। লেখাপানী, জাগুনৰ সংৰক্ষিত বনাঞ্চল তহিলং। সান্ধ্য আইনৰ সময়ছোৱাতো সক্ৰিয় চোৰাং কাঠ বেপাৰী। চোৰাং বেপাৰীৰে বন বিষয়াৰ মিতিৰালিৰ অভিযোগ। ডিগবৈ, লেখাপানী, জাগুনৰ বন বিভাগ নিৰ্বিকাৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ