• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৬ৰ অংকঃ নামনিক এৰি উজনিলৈ যাব ড০ হিমন্ত বিশ্ব শৰ্মা…

২০২৬ৰ অংকঃ নামনিক এৰি উজনিলৈ যাব ড০ হিমন্ত বিশ্ব শৰ্মা…

2 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

1 day ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

1 day ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

1 day ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

1 day ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

1 day ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

1 day ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, February 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

২০২৬ৰ অংকঃ নামনিক এৰি উজনিলৈ যাব ড০ হিমন্ত বিশ্ব শৰ্মা…

৩০বছৰ ধৰি নিজা দখলত ৰখা জালুকবাৰী সমষ্টি এৰি যোৰহাট বিধানসভা সমষ্টিত প্ৰতিন্দন্দ্বিতা কৰাৰ প্লেনিং

editor by editor
December 29, 2023
in অসম
0
২০২৬ৰ অংকঃ নামনিক এৰি উজনিলৈ যাব ড০ হিমন্ত বিশ্ব শৰ্মা…
0
SHARES
318
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ জালুকবাৰী ত্যাগ কৰি উজনিমুখী হ’ব ড০ হিমন্ত বিশ্ব শৰ্মা। ৩০বছৰ ধৰি নিজা দখলত ৰখা জালুকবাৰী সমষ্টি এৰি যোৰহাট বিধানসভা সমষ্টিত প্ৰতিন্দন্দ্বিতা কৰাৰ প্লেনিং কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। যোৰহাটত নিজে প্ৰতিন্দন্দ্বিতা কৰি উজনিৰ ৫০টা সমষ্টিত বিজেপিৰ জয় নিচান উৰুৱাৰ পৰিকল্পনা হিমন্ত বিশ্ব শৰ্মাৰ। তলে তলে ইতিমধ্যে সকলো ৰাজনৈতিক কুজকাৱাজ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

২০২৬ৰ বিধানসভা নিৰ্বাচনত যোৰহাট বিধানসভা সমষ্টিত প্ৰতিন্দন্দ্বিতা কৰাৰ আঁৰত আছে অন্য এটা কাৰন। ইতিমধ্যে হৈ যোৱা সমষ্টি পুণঃনিৰ্ধাৰণ প্ৰক্ৰিয়াত বিলুপ্তি ঘটিছে জালুকবাৰী বিধানসভা সমষ্টি। এই পৰিস্থিতিৰে সুযোগ লৈ মুখ্যমন্ত্ৰীয়ে এইবাৰ নামনিৰ পৰিৱৰ্তে উজনিত নিজৰ স্থিতি সবল কৰাৰ উদ্দেশ্যৰে যোৰহাট বিধানসভা সমষ্টিত প্ৰতিন্দন্দ্বিতা কৰাৰ পৰিকল্পনা যুগুত কৰিছে।

হিমন্ত বিশ্ব শৰ্মাই উজনিৰ ভিতৰত যোৰহাট বিধানসভা সমষ্টি বাচি লোৱাৰ অন্য এটা কাৰন আছে। যোৰহাটতে বাল্য কাল কটাইছিল হিমন্ত বিশ্ব শৰ্মাই। বাল্য শিক্ষা যোৰহাটতে গ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰাৰ পাছতে হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ বাল্য ভৱন লৈ গৈ নষ্টালজিক হৈ পৰিছিল। ইয়ো অন্য এটা উল্লেখনীয় কাৰন বুলি কব পাৰি।

আনহাতে উজনিত বিজেপিয়ে ৫০টাকৈ সমষ্টি দখল কৰি আছে। এই শক্তিক আৰু অধিক শক্তিমান বনাবলৈ হিমন্ত বিশ্ব শৰ্মাই উজনিত প্ৰতিন্দন্দ্বিতা কৰাৰ বাবে মন মেলিছে। আমি যদি চাও পূৰ্বৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া, প্ৰফুল্ল মহন্তৰ পৰা সৰ্বানন্দ সোণোৱালৰ লৈকে সকলোৱে উজনি অসমৰ পৰা প্ৰতিনিধিত্ব কৰিছিল। সকলোবোৰ মিলাই এইবাৰ ২০১৬ত অন্য এক ৰণনীতিৰে নিৰ্বাচনত অৱৰ্তীণ হব শাসকীয় বিজেপি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

January 29, 2026
৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান
অসম

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

December 22, 2025
অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল
অসম

অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল

December 20, 2025
‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?
অসম

‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

December 16, 2025
Next Post
দিল্লীত শান্তি চুক্তিঃ আজিৰ পৰা অসম সন্ত্ৰাসবাদমুক্ত!

দিল্লীত শান্তি চুক্তিঃ আজিৰ পৰা অসম সন্ত্ৰাসবাদমুক্ত!

কংগ্ৰেছৰ দিন ‘ভোগালী’ কৰিবলৈ আহি আছে ৰাহুল…

কংগ্ৰেছৰ দিন 'ভোগালী' কৰিবলৈ আহি আছে ৰাহুল...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.