অসম লাইভ২৪ঃ
মেহমুদ মাদানীৰ মন্তব্যই দেশজুৰি সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ৷ মাদানীয়ে কৈছে-
ভাৰত মুছলমানৰ প্ৰথমখন ৰাষ্ট্ৰ
ভাৰতলৈ ইছলাম বাহিৰৰ পৰা অহা নাই
ইছলাম ভাৰতৰ ধৰ্ম
ইছলাম বিশ্বৰ আটাইতকৈ পুৰণা ধৰ্ম
মুছলমানৰ বাবে ভাৰত আটাইতকৈ ভাল স্থান
ভাৰত আমাৰ দেশ
এই দেশ নৰেন্দ্ৰ মোদী আৰু মোহন ভাগৱতৰ সমানে মেহমুদৰো দেশ
জমিঅত ওলেমআই হিন্দৰ নেতা মেদমুদ মাদানীৰ মন্তব্যক লৈ দেশজুৰি চৰ্চা
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ