অসম লাইভ২৪ঃ
মুছলমানৰ মাজত নৰেন্দ্ৰ মোদী
ডাউডী ভোৰা মুছলমান সম্প্ৰদায়ৰ মাজত মোদীয়ে অতিবাহিক কৰিলে সময়
মুম্বাইৰ এক অনুষ্ঠানত মোদীক দেখিবলৈ পোৱা গ’ল ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত
এই অনুষ্ঠানতেই মুছলমানৰ উচ্চ প্ৰশংসা কৰিলে নৰেন্দ্ৰ মোদীয়ে
হাতে লিখা কোৰাণৰ ডিজিটেল সংস্কৰণ মুকলিৰ কথাও ক’লে প্ৰধানমন্ত্ৰীয়ে
নতুন প্ৰজন্মই যাতে কোৰাণৰ কথা জানিব পাৰে তাৰবাবে এই আহ্বান নৰেন্দ্ৰ মোদীৰ
মুছলমান নেতাসকলৰ লগত ৰুটি বেলাও দেখিবলৈ পোৱা গ’ল নৰেন্দ্ৰ মোদীক
কিছুদিন পূৰ্বে বিজেপিৰ সংসদীয় বৰ্ডৰ সভাত মুছলমান কাষলৈ যাবলৈ নেতাসকলক নিৰ্দেশ দিছিল
নৰেন্দ্ৰ মোদীয়ে মুছলমান সম্প্ৰদায়ৰ মাজত গৈ সেই উদাহৰণেই দাঙি ধৰিলে
২০২৪ৰ পূৰ্বে মুছলমান সম্প্ৰদায়ৰ লগতো সু-সম্পৰ্ক স্থাপন কৰিব বিচাৰিছে নেকি মোদী আৰু বিজেপিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ