• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাচলি বেপাৰীয়েহে ৫কোটি ধন দাবী কৰিছিল ছলমান খানক! গ্ৰেপ্তাৰ পাচলি বিক্ৰেতা

পাচলি বেপাৰীয়েহে ৫কোটি ধন দাবী কৰিছিল ছলমান খানক! গ্ৰেপ্তাৰ পাচলি বিক্ৰেতা

2 years ago
বিয়াৰ পিছত সন্তান জন্মত নকৰিব পলম, ভুগিব পাৰে সৰ্প দোষত!

সম্পৰ্কত থাকিব একেই প্ৰেম, মাথোঁ কৰক এই কাম!

1 minute ago
“শৰীৰত চুবলৈ বাৰে বাৰে চেষ্টা!”, কোনে অশালীন ইংগিত দিছিল Influencer  ছিমৰনক?

“শৰীৰত চুবলৈ বাৰে বাৰে চেষ্টা!”, কোনে অশালীন ইংগিত দিছিল Influencer ছিমৰনক?

32 minutes ago
Gold Price Crash: ভয়ংকৰভাৱে পতন সোণৰ মূল্য! ৰূপৰ মূল্য  ১০ হাজাৰ টকা হ্ৰাস

Gold Price Crash: ভয়ংকৰভাৱে পতন সোণৰ মূল্য! ৰূপৰ মূল্য ১০ হাজাৰ টকা হ্ৰাস

2 hours ago
PPF একাউণ্টত বছৰি ২৫,০০০ টকা  জমা ৰাখিছে নেকি? মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

PPF একাউণ্টত বছৰি ২৫,০০০ টকা জমা ৰাখিছে নেকি? মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

3 hours ago
মা কামাখ্যাৰ ৰক্তবস্ত্ৰ কি? ভক্তসকলে কেনেকৈ ব্যৱহাৰ কৰিব জানো আহক

মা কামাখ্যাৰ ৰক্তবস্ত্ৰ কি? ভক্তসকলে কেনেকৈ ব্যৱহাৰ কৰিব জানো আহক

4 hours ago
আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে

আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে

5 hours ago
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৫ ৰাশিৰ, জানক দৈনিক ৰাশিফল

5 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব নতুন সুযোগ!

17 hours ago
OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী

OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী

17 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

কাইলৈৰ পৰা ৪ ৰাশিৰ আৰম্ভ হ’ব ভাল দিন, ধনেৰে উপচিব আপোনাৰ ঘৰ!

17 hours ago
Harmanpreet Kaur: নাৰীৰ শক্তি! এইবাৰ বিশ্ব অভিলেখ গঢ়িলে ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে

Harmanpreet Kaur: নাৰীৰ শক্তি! এইবাৰ বিশ্ব অভিলেখ গঢ়িলে ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে

18 hours ago
চীনে কৰিব সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ, বিপদত পৰিব নেকি ভাৰত?

চীনে কৰিব সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ, বিপদত পৰিব নেকি ভাৰত?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

পাচলি বেপাৰীয়েহে ৫কোটি ধন দাবী কৰিছিল ছলমান খানক! গ্ৰেপ্তাৰ পাচলি বিক্ৰেতা

পাচলি বেপাৰীয়েহে ৫কোটি ধন দাবী কৰিছিল ছলমান খানক! গ্ৰেপ্তাৰ পাচলি বিক্ৰেতা

editor by editor
October 24, 2024
in বিনোদন, বিবিধ, ভাৰত, লেখা
0
পাচলি বেপাৰীয়েহে ৫কোটি ধন দাবী কৰিছিল ছলমান খানক! গ্ৰেপ্তাৰ পাচলি বিক্ৰেতা
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলীউড অভিনেতা ছলমান খানক ধমকি দি তেওঁৰ পৰা ৫কোটি টকা বিচৰাৰ সৈতে প্ৰথমে নাম সাঙোৰ খাইছিল লৰেন্স বিষ্ণোইৰ৷ কিন্তু ছলমানক দিয়া এই ধমকি লৰেন্স বিষ্ণোইৰ নাছিল৷ এই ধমকি ছলমানক দিছিল এজন সাধাৰণ পাচলি বিক্ৰেতাই৷ ৫ কোটি ধন দাবী কৰা পাচলি বিক্ৰেতা অৱশেষত পৰিছে আৰক্ষীৰ জালত৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জামছেদপুৰৰ পাচলি বিক্ৰেতাক৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি ধৃতৰ নাম শ্বেখ হুছেইন শেখ মউছিন৷ আৰক্ষীৰ দাবী, বাবা ছিদ্দিকিক হত্যা কৰাৰ পাছত মুম্বাই ট্ৰেফিক বিভাগত হোৱাটছএপ নম্বৰত নতুনকৈ ধমকি দিয়া হৈছিল ছলমান খানক৷

আৰক্ষী সূত্ৰৰ মতে, ছলমানক ধমকি দিয়া ধৃত শ্বেখ হুছেইন ২৬ বছৰীয়া যুৱক৷ ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মুম্বাইলৈ আনিছে ধৃত যুৱকক৷ প্ৰথমে ৫কোটি বিচাৰি ধমকি দিয়া সেই একাউণ্টৰ পৰা মঙলবাৰে পুনৰ এক বাৰ্তা পঠিয়াইছিল৷ আকৌ ধমকি ভৰা বাৰ্তাই আছিল সেই বাৰ্তা৷ সেই নম্বৰৰ সুত্ৰ বিচাৰি নামি পৰিছিল ছাইবাৰ শাখা৷ তদন্ততেই ওলাই পৰে যে এই নম্বৰ জামছেদপুৰৰ৷ তাৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰি মউছিনৰ সন্ধান পায় আৰক্ষীয়ে৷ এটাৰ পাছত আনটো ধমকি দি থকাৰ বাবে ছলমানৰ নিৰাপত্তা আৰু কটকটীয়া কৰা হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিয়াৰ পিছত সন্তান জন্মত নকৰিব পলম, ভুগিব পাৰে সৰ্প দোষত!
জীৱনশৈলী

সম্পৰ্কত থাকিব একেই প্ৰেম, মাথোঁ কৰক এই কাম!

June 22, 2026
“শৰীৰত চুবলৈ বাৰে বাৰে চেষ্টা!”, কোনে অশালীন ইংগিত দিছিল Influencer  ছিমৰনক?
বাণিজ্য

“শৰীৰত চুবলৈ বাৰে বাৰে চেষ্টা!”, কোনে অশালীন ইংগিত দিছিল Influencer ছিমৰনক?

June 22, 2026
Gold Price Crash: ভয়ংকৰভাৱে পতন সোণৰ মূল্য! ৰূপৰ মূল্য  ১০ হাজাৰ টকা হ্ৰাস
বাণিজ্য

Gold Price Crash: ভয়ংকৰভাৱে পতন সোণৰ মূল্য! ৰূপৰ মূল্য ১০ হাজাৰ টকা হ্ৰাস

June 22, 2026
PPF একাউণ্টত বছৰি ২৫,০০০ টকা  জমা ৰাখিছে নেকি? মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক
বাণিজ্য

PPF একাউণ্টত বছৰি ২৫,০০০ টকা জমা ৰাখিছে নেকি? মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

June 22, 2026
Next Post
সস্তাত চাউল, দাইল বিক্ৰি কৰিব আম্বানীয়ে! চৰকাৰৰ সৈতে এই আন এক বৃহৎ চুক্তিৰ দিশত আম্বানী, ক’ত কেনেকৈ কম দামত পাব চাউল-দাইল?

সস্তাত চাউল, দাইল বিক্ৰি কৰিব আম্বানীয়ে! চৰকাৰৰ সৈতে এই আন এক বৃহৎ চুক্তিৰ দিশত আম্বানী, ক’ত কেনেকৈ কম দামত পাব চাউল-দাইল?

ভাৰতৰ ১টকা কোন দেশত ৫০০টকা? জানি থলে সুবিধা আপোনাৰেই

ভাৰতৰ ১টকা কোন দেশত ৫০০টকা? জানি থলে সুবিধা আপোনাৰেই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.