• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতৰ ১টকা কোন দেশত ৫০০টকা? জানি থলে সুবিধা আপোনাৰেই

ভাৰতৰ ১টকা কোন দেশত ৫০০টকা? জানি থলে সুবিধা আপোনাৰেই

2 years ago
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

8 hours ago
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

10 hours ago
UPI লেনদেনত নতুন নিয়ম

UPI লেনদেনত নতুন নিয়ম

11 hours ago
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

11 hours ago
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

12 hours ago
আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

12 hours ago
CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

13 hours ago
আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

13 hours ago
মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

14 hours ago
‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

14 hours ago
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

14 hours ago
মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাৰতৰ ১টকা কোন দেশত ৫০০টকা? জানি থলে সুবিধা আপোনাৰেই

ভাৰতৰ ১টকা কোন দেশত ৫০০টকা? জানি থলে সুবিধা আপোনাৰেই

editor by editor
October 24, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
ভাৰতৰ ১টকা কোন দেশত ৫০০টকা? জানি থলে সুবিধা আপোনাৰেই
0
SHARES
2.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সাধাৰণ জ্ঞান আমাৰ সকলোৰে প্ৰয়োজন৷ ভাষা, দৰ্শন, বিজ্ঞান, ইতিহাসৰ পৰা দেশ বিদেশৰ সমাজনীতি, ৰাজনীতি, অৰ্থনীতি, কূটনীতিক লৈ নানান নতুন নতুন তথ্য আমি প্ৰতিদিনেই শিকি থাকিব পাৰো৷ আজি এই প্ৰতিবেদনত আমি দিয়া তথ্য ৯৯শতাংশ মানুহেই হয়তো নাজানে৷

এই তথ্যৰ সৈতে বিশ্বৰ দুখন দেশৰ সম্পৰ্কৰ এক অন্য ৰসায়ন যুক্ত হৈ আছে৷ আমি জানো বিশ্ব অৰ্থনৈতিক বজাৰত প্ৰতিখন দেশৰ অৰ্থৰ বিশেষ মূল্য আছে৷ অৰ্থৰ ভেল্যু বা মূল্য এখন দেশৰ পৰা গ’লে অন্য এখন দেশত সলনি হয়৷ মাৰ্কিন এক ডলাৰ ভাৰতৰ ৮৪টকা৷  কুৱেইটৰ ১ ডিনাৰ ভাৰতৰ ২৭৮টকা৷ অন্যহাতে ভাৰতৰ ১ টকা এখন দেশত হয়গৈ ৫০০টকা৷ কিন্তু কোন দেশত ভাৰতৰ ১ টকা সেই দেশৰ ৫০০ টকা?

প্ৰাচীনকালৰ পৰাই ভাৰতে এই দেশৰ সৈতে সু সম্পৰ্ক বজায় ৰাখিছে৷ বিশ্বৰ অন্যতম তেল উৎপাদনকাৰী দেশ হোৱা সত্ত্বেও মাৰ্কিন নিষেধাজ্ঞাৰ কাৰণে সেই দেশৰ অৰ্থনৈতিক অৱস্থাৰ দিনে দিনে অৱনতি হৈছে৷ বৰ্তমান সেই দেশত ভাৰতীয় ১ টকাৰ মূল্য তাত প্ৰায় ৫০০ টকা৷ আমি যি দেশৰ কথা কৈছো সেই দেশ বেছিভাগ মানুহৰেই চিনাকি৷ সেই দেশ হৈছে ইৰান৷ অৰ্থনীতিত শক্তিশালী বুলি পৰিচিত হ’লেও এই দেশৰ মুদ্ৰাৰ মূল্য কিন্তু খুবেই কম৷ ইৰানৰ মুদ্ৰাক ৰিয়েল ই ইৰাণ নামে পৰিচিত৷ ইৰান ইংৰাজীত  Rial নামে পৰিচিত৷

প্ৰাচীনতম দেশসমূহৰ মাজত ইৰানৰ ৰিয়ালৰ মান আছিল খুবেই উন্নত৷ কিন্তু বিগত কেইবা বছৰত বজাৰৰ কদৰ ব্যাপকভাৱে কমিছে৷ কাৰণ কেইবাবছৰ ধৰি মাৰ্কিন যুক্তৰাষ্ট্ৰই এই দেশৰ ওপৰত বিভিন্ন অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰিছে৷ সেয়ে বহু দেশে আমেৰিকাৰ ভয়ত ইৰানৰ পৰা অপৰিশোধিত তেল বা ক্ৰুইড অইলৰ লেন দেন কৰা নাই৷ যি কাৰণত আন্তৰ্জাতিক বজাৰত ইৰানৰ অৰ্থনীতি ডুবিবলৈ ধৰিছে৷ যদিও ইৰানৰ অৰ্থনীতিত ভয়াৱহ সংকট আহিছে তথাপিও কিন্তু ভাৰতৰ সৈতে এতিয়াও সুসম্পৰ্ক বৰ্তি আছে ইৰাণৰ৷

ভাৰতীয় ১ ৰুপি ইৰানি ৰিয়ালত হয় ৫০৭.২২ ইৰানি ৰিয়াল৷ অৰ্থাৎ এজন ভাৰতীয়ই যদি ১০,০০০ টকা লৈ ইৰান যায় তেন্তে তেওঁ  সেই দেশত বিলাসিতাৰে কেইবাদিনো কটাব পাৰিব৷ ইৰানৰ গ্ৰেণ্ড ৫ষ্টাৰ হোটেলত থকাৰ বাবে প্ৰতিদিনে মাত্ৰ ৭০০০ টকাহে খৰচ হয়৷ আপুনি যদি মিড ৰেঞ্জৰ ৫ষ্টাৰ হোটেললৈ যায় তেন্তে আপোনাৰ খৰচ হ’ব মাত্ৰ ২০০০ ৰ পৰা ৪০০০ টকা৷ ইয়াৰোপৰি থ্ৰি ষ্টাৰ হোটেললৈ গ’লে খৰচ হ’ব ইয়াতকৈয়ো কম৷ ইৰানে তেওঁলোকৰ স্থানীয় মুদ্ৰাত ভাৰতসহ মাত্ৰ কেইখনমান দেশৰ সৈতেহে ব্যৱসায় কৰি আছে৷ ক্ৰমাগত শত্ৰুতাৰ কাৰণে আমেৰিকাৰ ডলাৰ তেওঁলোকে গ্ৰহণ নকৰে৷ মাৰ্কিন ডলাৰ ৰখা এই দেশত সকলোতকৈ ডাঙৰ অপৰাধ৷

এই নিষেধাজ্ঞাৰ কাৰণেই ইৰানত মাৰ্কিন ডলাৰৰ অবৈধ লেনদেন বৃদ্ধিও পাইছে৷ ইয়াৰ সৈতে ৰিয়াল কিন্তু বিশ্বৰ প্ৰাচীনতম মুদ্ৰাসমূহৰ ভিতৰত এটা৷ ১৭৯৮ চনত প্ৰথম আৰম্ভ কৰা হৈছিল এই মুদ্ৰা৷ ইয়াৰ পাছতেই ১৮২৫ চনত ৰিয়াল বন্ধ কৰা হৈছিল আৰু তাৰপাছৰ পৰা এয়া পুনৰায় আৰম্ভ হয়৷ ২০১২ চনৰ পৰা আন্তৰ্জাতিক বজাৰত ইৰানি ৰিয়ালৰ মূল্যৰ দ্ৰুত পতন হৈছে৷ কিন্তু সৰ্বকালৰ সৰ্বোচ্চ মূল্যস্ফীতিৰ সৈতে ইৰানি পণ্যৰ দাম বাঢ়িছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24best news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়
বিনোদন

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

September 15, 2026
UPI লেনদেনত নতুন নিয়ম
প্ৰযুক্তি

UPI লেনদেনত নতুন নিয়ম

September 15, 2026
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান
বিনোদন

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

September 15, 2026
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য
জীৱনশৈলী

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

September 15, 2026
Next Post
২০২৫ৰ মাৰ্চ মাহৰ ভিতৰত ৩ৰাশিৰ ভাগ্য সোণৰ দৰে জিলিকিব! কোন কোন ৰাশিৰ এই সময়ত ধনলাভৰ সম্ভাৱনা আছে?

২০২৫ৰ মাৰ্চ মাহৰ ভিতৰত ৩ৰাশিৰ ভাগ্য সোণৰ দৰে জিলিকিব! কোন কোন ৰাশিৰ এই সময়ত ধনলাভৰ সম্ভাৱনা আছে?

আপোনাৰ জন্মৰ দিন অনুযায়ী আপুনি এই কামতেই সফল হ’ব!

আপোনাৰ জন্মৰ দিন অনুযায়ী আপুনি এই কামতেই সফল হ’ব!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.