• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপোনাৰ জন্মৰ দিন অনুযায়ী আপুনি এই কামতেই সফল হ’ব!

আপোনাৰ জন্মৰ দিন অনুযায়ী আপুনি এই কামতেই সফল হ’ব!

2 years ago
বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

5 hours ago
ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

5 hours ago
আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

5 hours ago
ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

6 hours ago
ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

6 hours ago
কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

7 hours ago
কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!

কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!

7 hours ago
সদায় হাঁহি থকা ছোৱালীজনীয়ে কিয় ল’লে এই সিদ্ধান্ত?

সদায় হাঁহি থকা ছোৱালীজনীয়ে কিয় ল’লে এই সিদ্ধান্ত?

8 hours ago
কাৰ আশীৰ্বাদত ঘাতক ঘনকান্তই বাহনত লিখিছিল PRESS?

কাৰ আশীৰ্বাদত ঘাতক ঘনকান্তই বাহনত লিখিছিল PRESS?

8 hours ago
আন এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড, ব্যৱসায়ীক গু*লীয়াই হ*ত্যা দুৰ্বৃত্তৰ

আন এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড, ব্যৱসায়ীক গু*লীয়াই হ*ত্যা দুৰ্বৃত্তৰ

10 hours ago
মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

11 hours ago
‘১৯৯৩ত হোটেলত ট্ৰাম্পে মোৰ সৈতে কু-কাণ্ড কৰিছিল’

‘১৯৯৩ত হোটেলত ট্ৰাম্পে মোৰ সৈতে কু-কাণ্ড কৰিছিল’

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আপোনাৰ জন্মৰ দিন অনুযায়ী আপুনি এই কামতেই সফল হ’ব!

আপোনাৰ জন্মৰ দিন অনুযায়ী আপুনি এই কামতেই সফল হ’ব! সংখ্যা তত্ত্বৰ সহায়ত কেৰিয়াৰ সম্পৰ্কে কেনেকৈ জানিব?

editor by editor
October 24, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
আপোনাৰ জন্মৰ দিন অনুযায়ী আপুনি এই কামতেই সফল হ’ব!
0
SHARES
4.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰমতে আপুনি সংখ্যাতত্বৰ সহায়ত আপোনাৰ কেৰিয়াৰ বা বৃত্তি সম্পৰ্কে জানিব পাৰে। এই তথ্য লাভ কৰিবৰ বাবে আপুনি আপোনাৰ জন্ম তাৰিখ জনা উচিত। জন্ম তাৰিখৰ ওপৰতেই আপুনি কোনটো ক্ষেত্ৰত ভাগ্যৱান সেই কথা জানিব পাৰিব। কোন ৰাশিৰ লোকসকল কি কামৰ বাবে বিখ্যাত সেই সম্পৰ্কেও আপুনি জানিব পাৰিব।

সংখ্যাতত্ত্ব কি,সংখ্যা অনুযায়ী আপুনি কি পেছাত সফল হ’ব?

সংখ্যাতত্ত্ব অনুসৰি, জন্মৰ তাৰিখ পৰা আপোনাৰ সমস্ত জীৱনৰ কথা জানিব পাৰি। আপোনাৰ জন্মৰ দিনটোৱেই হৈছে আপোনাৰ জন্ম সংখ্যা। উদাহৰণস্বৰূপে, যদি আপোনাৰ জন্ম যিকোনো মাহৰ ১তাৰিখে হয়, তেন্তে আপোনাৰ জন্ম সংখ্যা হৈছে ১। যদি আপোনাৰ জন্ম ১১ তাৰিখে হয়, তেন্তে সংখ্যাটো হ’ব 2। এনেদৰে আপুনি আপোনাৰ বিশেষ সংখ্যাটো জানিব পাৰিব।
সংখ্যা ১ঃ যিসকলৰ বিশেষ সংখ্যা ১, তেওঁলোক ব্যৱস্থাপনা দক্ষতাৰ গৰাকী, তেওঁলোকে ডিজাইনিং, চলচ্চিত্ৰ নিৰ্মাণ বা বিজ্ঞানৰ ক্ষেত্ৰলৈ যাব পাৰে।

সংখ্যা ২ঃ এই বিশেষ নম্বৰৰ গৰাকীসকল সৃষ্টিশীল কামত জড়িত হ’ব পাৰে। তেওঁলোকে নৃত্য, লিখনি, কবিতা আদি অন্যান্য ক্ষেত্ৰত তেওঁলোকে ভাগ্য গঢ়িবলৈ চেষ্টা কৰিব লাগে।

সংখ্যা ৩ঃ যিসকল লোকৰ বিশেষ সংখ্যা ৩ তেওঁলোকে শিক্ষাক্ষেত্ৰ, কাউন্সিলিং আদিত সফলতা লাভ কৰিব পাৰে। তেওঁলোকে চলচ্চিত্ৰ পৰিচালনা, অভিনয়, সাংবাদিকতা আদিলৈও যাব পাৰে।

সংখ্যা ৪ঃ যিসকল লোকৰ বিশেষ সংখ্যা ৪, তেওঁলোকে অভিযান্ত্ৰিক বা কম্পিউটাৰ বিজ্ঞানসম্পৰ্কীয় কাম কৰিব পাৰে। এইবোৰৰ উপৰিও, তেওঁলোকে যন্ত্ৰপাতি সম্পৰ্কীয় কামত সফলতা দেখুৱাব।

সংখ্যা ৫ঃ এই সংখ্যাৰ লোকসকলৰ লিখা-পঢ়াত আগ্ৰহ বেছি। তেওঁলোক এই ক্ষেত্ৰতেই সফল হ’ব।

সংখ্যা ৬ঃ যিসকলৰ বিশেষ সংখ্যা ৬ তেওঁলোকে সামাজিক কাম, চিকিৎসা, আয়ুৰ্বেদ, যোগ, ৰন্ধন আদি বিশয়ত সফল হয়। তেওঁলোকে সমাজ সেৱাতো মনোনিৱেশ কৰিলে সফল হ’ব।

সংখ্যা ৭ঃ এই সংখ্যাৰ লোকসকল কৌতুহলী হয়। তেঁওলোকে চোৰাংচোৱা, বৈজ্ঞানিক গৱেষণা, পুৰাতাত্ত্বিক আদি বিষয়ত সফল হ’ব।

সংখ্যা ৮ঃ এই সংখ্যাৰ লোকসকল বিত্ত সম্পৰ্কীয় কামত উপযুক্ত। তেওঁলোকে বেংকিং লাইনত যাব পাৰে।

সংখ্যা ৯ঃ যিসকলৰ বিশেষ সংখ্যা ৯, তেওঁলোক ফিটনেছ সচেতন, যদি তেওঁলোকে চেষ্টা কৰে, তেওঁলোকে খেলুৱৈ, চিকিৎসক, উকীল আদি হ’ব পাৰে। তেওঁলোকে সেনা বা আৰক্ষীতো যোগদান কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ
অসম

বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

October 28, 2026
ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী
ভাৰত

ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

October 27, 2026
আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!
জীৱনশৈলী

আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

October 27, 2026
ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?
ৰাজনীতি

ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

October 27, 2026
Next Post
৩টা কাৰণঃ বায়ুপ্ৰদূষণৰ ওপৰিও এইকেইটা কাৰণত বাঢ়ে হাওঁফাওঁৰ সমস্যা

৩টা কাৰণঃ বায়ুপ্ৰদূষণৰ ওপৰিও এইকেইটা কাৰণত বাঢ়ে হাওঁফাওঁৰ সমস্যা

BSNLৰ আৰু এক সাফল্য! মাত্ৰ কেইটামানহে দিন, আৰম্ভ হ’ব BSNLৰ 5G সেৱা?

BSNLৰ আৰু এক সাফল্য! মাত্ৰ কেইটামানহে দিন, আৰম্ভ হ’ব BSNLৰ 5G সেৱা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.