• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩টা কাৰণঃ বায়ুপ্ৰদূষণৰ ওপৰিও এইকেইটা কাৰণত বাঢ়ে হাওঁফাওঁৰ সমস্যা

৩টা কাৰণঃ বায়ুপ্ৰদূষণৰ ওপৰিও এইকেইটা কাৰণত বাঢ়ে হাওঁফাওঁৰ সমস্যা

2 years ago
Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

14 seconds ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

1 hour ago
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

2 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

3 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

3 hours ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

12 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

12 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

13 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

13 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

14 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

15 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

৩টা কাৰণঃ বায়ুপ্ৰদূষণৰ ওপৰিও এইকেইটা কাৰণত বাঢ়ে হাওঁফাওঁৰ সমস্যা

৩টা কাৰণঃ বায়ুপ্ৰদূষণৰ ওপৰিও এইকেইটা কাৰণত বাঢ়ে হাওঁফাওঁৰ সমস্যা

editor by editor
October 24, 2024
in স্বাস্থ্য
0
৩টা কাৰণঃ বায়ুপ্ৰদূষণৰ ওপৰিও এইকেইটা কাৰণত বাঢ়ে হাওঁফাওঁৰ সমস্যা
0
SHARES
255
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যান্ত্ৰিক জীৱনত সকলো মানুহেই অভ্যস্ত হৈ পৰিছে। চহৰাঞ্চলত অত্যাধিক পৰিমানে বাঢ়িছে প্ৰদূষণ। ইয়াৰোপৰি বতাহত বিভিন্ন ভাইৰাছ, বেক্টেৰীয়া আৰু ধূলিকণা মিহলি হৈ থকাৰ বাবে ব্যক্তিৰ হাওঁফাওঁৰ সংক্ৰমণ বাঢ়িছে। নাকেৰে অক্সিজেন লোৱাৰ সময়ত শ্বাস-প্ৰশ্বাসৰ মাধ্যমেৰে প্ৰদুষিত বায়ু লোৱাৰ বাবেই এই সংক্ৰমণ বৃদ্ধি পাইছে। এই প্ৰদুষিত পদাৰ্থ তেজত মিহলি হৈ পৰে। তাৰপৰাই নানান সমস্যাৰ উদ্ভৱ হয়। প্ৰদূষিত বায়ুৰ প্ৰভাৱতেই এজমা, চিওপিডিৰ দৰে সমস্যা বৃদ্ধি পায়। ইয়াৰোপৰি হাওঁফাওঁৰ কৰ্কটো হ’ব পাৰে। পৰিবেশবিদ আৰু বিজ্ঞানীৰ দাবী, বায়ুপ্ৰদূষণৰ ওপৰিও হাওঁফাওঁৰ সমস্যা বঢ়াই তোলাৰ তিনিটা পৃথক কাৰণ আছে।

ধূমপান

হাওঁফাওঁৰ সমস্যা হোৱাৰ বিশেষ কাৰণ হৈছে ধূমপান। হাওঁফাওঁৰ সমস্যাত যদি ৬০ শতাংশ দায়ী ধূলিকণা তেন্তে বাকী ৰোৱা ৪০ শতাংশৰ দায় কিন্তু ধূমপানৰ। ইয়াৰ বাবেই হাওঁফাওঁৰ জটিল সমস্যাই দেখা দিব পাৰে। বহু দিন ধৰি চিপিওডিত আক্ৰান্ত, শ্বাসকষ্টৰ সমস্যাত এতিয়া বহুজনেই ভূগি আছে। নিজেই চিগাৰেট সেৱন কৰিলে হাওঁফাওঁৰ সমস্যা হয় তেনে নহয়। কাষত যদি কোনোৱে চিগাৰেটৰ ধোৱা উৰুৱাই তাৰ পৰাও এই ৰোগ হ’ব পাৰে।

জৈৱ জীৱাশ্ম ইন্ধন

ভাৰতৰ বিভিন্ন প্ৰদেশৰ গ্ৰাম্যাঞ্চলত এতিয়াও ইন্ধন হিচাপে কয়লা ব্যৱহাৰ কৰা হয়। মহিলাসকলৰ শ্বাসনলী, হাওঁফাওঁৰ সমস্যা বা কৰ্কটত আক্ৰান্ত হোৱাৰ অন্যতম কাৰণ হৈছে এই ইন্ধনৰ পৰা নিৰ্গত হোৱা ধোঁৱা। এই ধৰণৰ সমস্যাৰ পৰা মুক্তি পাবলৈ এল পি জি ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে চিকিৎসকে। ইয়াৰোপৰি মুকলি ঠাইত খাদ্য ৰান্ধিলে ধোঁৱা চৌদিশে বিয়পি পৰে। এই ধোঁৱাই হাওঁফাওঁৰ সংক্ৰমণ বঢ়াই তোলে।

ৰেডন গেছ

প্ৰকৃতিয়েই এই গেছৰো উৎস। পাহাৰৰ মাটি আৰু পানীৰ মাজত বায়বীয় অৱস্থাত থকা এই ৰেডন গেছ গোন্ধহীন। সাধাৰণতে ঘৰত থকা ছিদ্ৰৰে এই গেছ ভিতৰত প্ৰৱেশ কৰি দীৰ্ঘ দিন পৰ্যন্ত ভিতৰত আৱদ্ধ হৈ থাকিব। বহু বছৰ ধৰি উশাহ-নিশাহত ৰেডন গেছ লৈ থাকিলে হাওঁফাওঁত সংক্ৰমণ হয়। চিকিৎসকে জনোৱা অনুসৰি এই ৰেডন গেছেই এতিয়া হাওঁফাওঁৰ সংক্ৰমণৰ প্রধান কাৰণ হৈ পৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি
জীৱনশৈলী

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

October 5, 2026
ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা
জীৱনশৈলী

ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

October 4, 2026
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী, ক’লে ৩ টা ভয়ংকৰ সত্য!
জীৱনশৈলী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী, ক’লে ৩ টা ভয়ংকৰ সত্য!

October 1, 2026
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

September 30, 2026
Next Post
BSNLৰ আৰু এক সাফল্য! মাত্ৰ কেইটামানহে দিন, আৰম্ভ হ’ব BSNLৰ 5G সেৱা?

BSNLৰ আৰু এক সাফল্য! মাত্ৰ কেইটামানহে দিন, আৰম্ভ হ’ব BSNLৰ 5G সেৱা?

খালী চেকবুকত চহী কৰি ছলমানে দিছিল বিশেষ প্ৰস্তাৱ! লৰেন্স বিষ্ণোইৰ ভাতৃয়ে কি কৈছে?

খালী চেকবুকত চহী কৰি ছলমানে দিছিল বিশেষ প্ৰস্তাৱ! লৰেন্স বিষ্ণোইৰ ভাতৃয়ে কি কৈছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.