• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
BSNLৰ আৰু এক সাফল্য! মাত্ৰ কেইটামানহে দিন, আৰম্ভ হ’ব BSNLৰ 5G সেৱা?

BSNLৰ আৰু এক সাফল্য! মাত্ৰ কেইটামানহে দিন, আৰম্ভ হ’ব BSNLৰ 5G সেৱা?

2 years ago
IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

11 minutes ago
Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

48 minutes ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

2 hours ago
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

3 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

4 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

4 hours ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

13 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

13 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

14 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

14 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

15 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

BSNLৰ আৰু এক সাফল্য! মাত্ৰ কেইটামানহে দিন, আৰম্ভ হ’ব BSNLৰ 5G সেৱা?

BSNLৰ আৰু এক সাফল্য! মাত্ৰ কেইটামানহে দিন, আৰম্ভ হ’ব BSNLৰ 5G সেৱা?

editor by editor
October 24, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
BSNLৰ আৰু এক সাফল্য! মাত্ৰ কেইটামানহে দিন, আৰম্ভ হ’ব BSNLৰ 5G সেৱা?
0
SHARES
223
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জুলাই মাহৰ পৰা বিএছএলৰ গ্ৰাহক বহু পৰিমাণে বৃদ্ধি হৈছে৷ গ্ৰাহক বৃদ্ধিৰ লগে লগেই বিএছএনএলেও নিজৰ সেৱা পূৰ্বতকৈ মসৃণ কৰিবলৈ যত্ন কৰিছে৷ ৪জি সেৱা যোগান ধৰিবলৈ আৰম্ভ কৰিছে এই সংস্থাই৷ শেহতীয়াকৈ বিএছএনলে ৫জি সেৱাৰো পৰীক্ষণ আৰম্ভ কৰিছে৷

কেন্দ্ৰীয় টেলিকম মন্ত্ৰী, জ্যোতিৰাদিত্য সিন্ধিয়াই এই সন্দৰ্ভত কয়, ‘৩.৬ গিগাহাৰ্টজ আৰু ৭০০ মেগাহাৰ্টজ’ দুই ব্ৰেণ্ডেই দেশীয়ভাৱে তৈয়াৰ হোৱা ৫জি ৰেডিঅ’ এক্সেছ নেটৱৰ্ক আৰু কোৰৰ পৰীক্ষা সফল হৈছে৷ বিএছএনএলে শীঘ্ৰেই দেশীয় ৫জি পৰিসেৱা স্থাপন কৰিব৷

বৰ্তমান ৩৯,০০০ হাজাৰ ৪জি নেটৱৰ্ক স্থাপন কৰা হৈছে৷ লক্ষ্য হৈছে ২০২৫ চনৰ মাজত ১লাখ চাইট স্থাপন কৰা৷ ২০২৫ চনৰ মাজত এই ৪জি নেটৱৰ্কৰ চাইটসমূহত ৫জি আপগ্ৰেড কৰা হ’ব৷ দেশৰ প্ৰথম টেলিকম অপাৰেটৰ হিচাপে দেশীয় ৪জি আৰু ৫জি নেটৱৰ্ক স্থাপন কৰিব বিএছএনএলে৷

উল্লেখ্য যে ৭০০ মেগাহাৰ্টজ ব্ৰেণ্ডক ৫জি প্ৰিমিয়াম ব্ৰেণ্ড বুলি বিবেচনা কৰা হয়৷ কাৰণ এই ব্ৰেণ্ডে বৃহৎ এলেকাত কভাৰেজ দিয়ে৷ ৰিলায়েন্স জিঅ’ক বাদ দি টেলিকম অপাৰেটৰৰ মাজত একমাত্ৰ বিএছএনএলৰেই এই এক্সেছ আছে৷ এই এক্সেছ দিবৰ বাবে এয়াৰটেল আৰু আইডিয়াইও আজিলৈকে সাহস কৰা নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?
বাণিজ্য

IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

October 6, 2026
Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?
বাণিজ্য

Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

October 6, 2026
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?
অসম

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

October 6, 2026
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে
জীৱনশৈলী

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

October 6, 2026
Next Post
খালী চেকবুকত চহী কৰি ছলমানে দিছিল বিশেষ প্ৰস্তাৱ! লৰেন্স বিষ্ণোইৰ ভাতৃয়ে কি কৈছে?

খালী চেকবুকত চহী কৰি ছলমানে দিছিল বিশেষ প্ৰস্তাৱ! লৰেন্স বিষ্ণোইৰ ভাতৃয়ে কি কৈছে?

নৱেম্বৰত সূৰ্য-শনি-শুক্ৰ-বুধৰ স্থান পৰিবৰ্তন! সুবৰ্ণ সময় আৰম্ভ এই ৪ৰাশিৰ জাতক-জাতিকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.