• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তামিলনাডুৰ পাছতেই অন্ধ্ৰতো NDAৰ সৈতে মিত্ৰতা ভংগ! মোদীক এৰি কাৰ হাতত ধৰিছে পৱন কল্যানে?

তামিলনাডুৰ পাছতেই অন্ধ্ৰতো NDAৰ সৈতে মিত্ৰতা ভংগ! মোদীক এৰি কাৰ হাতত ধৰিছে পৱন কল্যানে?

3 years ago
ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

6 minutes ago
শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

31 minutes ago
আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

1 hour ago
সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

2 hours ago
‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

3 hours ago
বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

4 hours ago
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

4 hours ago
হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

5 hours ago
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

5 hours ago
ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

6 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

আজি কোন ৰাশিৰ ভাগ্যত সফলতা, কোন হ’ব সাৱধান? জানক দৈনিক ৰাশিফল

6 hours ago
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

তামিলনাডুৰ পাছতেই অন্ধ্ৰতো NDAৰ সৈতে মিত্ৰতা ভংগ! মোদীক এৰি কাৰ হাতত ধৰিছে পৱন কল্যানে?

editor by editor
October 5, 2023
in ভাৰত
0
তামিলনাডুৰ পাছতেই অন্ধ্ৰতো NDAৰ সৈতে মিত্ৰতা ভংগ! মোদীক এৰি কাৰ হাতত ধৰিছে পৱন কল্যানে?
0
SHARES
153
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দেশত বিজেপিৰ বিপৰ্যয় আৰম্ভ হোৱাটো খাটাঙেই হৈ পৰিছে৷ এখনৰ পাছত আনখন ৰাজ্যত জনপ্ৰিয়তা হেৰুৱাইছে এন ডি এই৷ দক্ষিণ ভাৰত বিজেপি শূন্য হোৱাৰ পাছতেই এইবাৰ অন্ধ্ৰপ্ৰদেশতো বিজেপিৰ বিপৰ্যয়৷ অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নায়ডুৰ দল তেলেগু দেশম পাৰ্টিৰ সৈতে অৱশেষত মিত্ৰতা ভংগ হোৱাৰ দিশে এন ডিএ৷ তেলেগু অভিনেতা তথা ৰাজনীতিবিদ পৱন কল্যানৰ দল জনসেনা পাৰ্টিয়ে আনুষ্ঠানিকভাৱে বিজেপিৰ সৈতে মিত্ৰতা ভংগ কথা প্ৰকাশ কৰিছে৷

বৃহস্পতিবাৰে পৱন কল্যানে কয় যে অন্ধ্ৰৰ মুখ্যমন্ত্ৰী জগন্মোহন ৰেড্ডীৰ দল আৰু কংগ্ৰেছক হৰুওৱাবৰ বাবে আগন্তুক বিধানসভা নিৰ্বাচনত টিডিপিৰ সৈতে জনসেনা পাৰ্টীয়ে বুজাপৰা কৰিব৷ তেওঁ এই সন্দৰ্ভত কয়, ‘অন্ধ্ৰৰ উন্নয়নৰ বাবে চৰকাৰ বদলি কৰাটো অতি জৰুৰী৷ সেয়ে এন ডি এ এৰি আমি টিডিপিৰ সৈতে হাত মিলোৱাৰ সিদ্ধান্ত লৈছো৷’ দুৰ্নীতিৰ গোচৰত ধৃত অন্ধ্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবুৰ সৈতে পবনৰ বুজাপৰাৰ সিদ্ধান্তই অন্ধ্ৰপ্ৰদেশৰ ৰাজনীতিত ব্যাপক প্ৰভাৱ পেলাব৷

পৱন কল্যানৰ ককায়েক চিৰঞ্জীৱীও তেলেগু চিনেমাজগতৰ জনপ্ৰিয় অভিনেতা৷ ২০১৯ চনৰ নিৰ্বাচনৰ পূৰ্বে নিজৰ দল প্ৰজাৰাজ্যম পাৰ্টীক পৰা বিধায়কো হৈছিল তেওঁ৷ পাছলৈ কংগ্ৰেছ দলত যোগ দি কেন্দ্ৰীয় মন্ত্ৰী হয়গৈ৷ ককায়েকৰ সৈতে ৰাজনীতিত আহিলেও পৱনে কিন্তু কংগ্ৰেছত যোগদান নকৰিলে৷ টিডিপিৰ সৈতে হাত ধৰাই তেলেগু ৰাজনীতিত বহু সালসলনিও ঘটোৱাৰ সম্ভাৱনা থকাৰ কথা ব্যক্ত কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত
প্ৰযুক্তি

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

September 16, 2026
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা
ভাৰত

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

September 16, 2026
UPI লেনদেনত নতুন নিয়ম
প্ৰযুক্তি

UPI লেনদেনত নতুন নিয়ম

September 15, 2026
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান
বিনোদন

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

September 15, 2026
Next Post
মনে মনেই চলাইছে সকলো প্ৰস্তুতি! চন্দ্ৰৰ কুমেৰুত আধিপত্য বিস্তাৰ কৰি মঙলত আকৌ অভিযান চলাবলৈ সাজু ISROৰ দল

মনে মনেই চলাইছে সকলো প্ৰস্তুতি! চন্দ্ৰৰ কুমেৰুত আধিপত্য বিস্তাৰ কৰি মঙলত আকৌ অভিযান চলাবলৈ সাজু ISROৰ দল

মা দুৰ্গাৰ অতি প্ৰিয় এই ৪ ৰাশি, কোনকেইটা ৰাশিৰ জীৱনত ধনৰ আগমন ঘটিব?

মা দুৰ্গাৰ অতি প্ৰিয় এই ৪ ৰাশি, কোনকেইটা ৰাশিৰ জীৱনত ধনৰ আগমন ঘটিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.