• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এবটল তেজৰ বাবে হাহাকাৰ কৰাৰ দিন শেষ! প্ৰাণ ৰক্ষা কৰিব কৃত্ৰিম তেজে, ডাঙৰ আৱিষ্কাৰ জাপানী বিজ্ঞানীৰ, বজাৰত কেতিয়া উপলব্ধ হ’ব এই ৰক্ত?

এবটল তেজৰ বাবে হাহাকাৰ কৰাৰ দিন শেষ! প্ৰাণ ৰক্ষা কৰিব কৃত্ৰিম তেজে, ডাঙৰ আৱিষ্কাৰ জাপানী বিজ্ঞানীৰ, বজাৰত কেতিয়া উপলব্ধ হ’ব এই ৰক্ত?

1 year ago
চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

1 hour ago
ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

1 hour ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

সলনি হ’ব ভাগ্য, যদি বিয়া পাতে এই ৰাশিৰ যুৱকৰ সৈতে!

2 hours ago
‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

3 hours ago
১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

4 hours ago
পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

6 hours ago
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

8 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

8 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

9 hours ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

21 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

22 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এবটল তেজৰ বাবে হাহাকাৰ কৰাৰ দিন শেষ! প্ৰাণ ৰক্ষা কৰিব কৃত্ৰিম তেজে, ডাঙৰ আৱিষ্কাৰ জাপানী বিজ্ঞানীৰ, বজাৰত কেতিয়া উপলব্ধ হ’ব এই ৰক্ত?

এবটল তেজৰ বাবে হাহাকাৰ কৰাৰ দিন শেষ! প্ৰাণ ৰক্ষা কৰিব কৃত্ৰিম তেজে, ডাঙৰ আৱিষ্কাৰ জাপানী বিজ্ঞানীৰ, বজাৰত কেতিয়া উপলব্ধ হ’ব এই ৰক্ত?

editor by editor
June 9, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা, স্বাস্থ্য
0
এবটল তেজৰ বাবে হাহাকাৰ কৰাৰ দিন শেষ! প্ৰাণ ৰক্ষা কৰিব কৃত্ৰিম তেজে, ডাঙৰ আৱিষ্কাৰ জাপানী বিজ্ঞানীৰ, বজাৰত কেতিয়া উপলব্ধ হ’ব এই ৰক্ত?
0
SHARES
197
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ব্লাড গ্ৰুপক লৈ আৰু চিন্তিত হ’ব নালাগে৷ ব্লাড বিচাৰি হাহাকাৰো কৰিব নালাগে৷ এবটল তেজৰ বাবে হাহাকাৰ কৰাৰ দিন শেষ হৈছে! কি গ্ৰুপৰ তেজৰ প্ৰয়োজন সেই বিষয়ত চিন্তিত হৈ পৰাৰো কোনো প্ৰয়োজন নাই৷ কাৰণ মানৱ শৰীৰৰ তেজৰ বিকল্প নিৰ্মাণ হৈছে গৱেষণাগাৰত৷ গৱেষণাগাৰত বনোৱা হৈছে কৃত্ৰিম ৰক্তকোষ৷ এই দাবী কৰিছে জাপানৰ এদল বিজ্ঞানীয়ে৷ কৃত্ৰিম তেজেৰেই ৰোগীৰ প্ৰাণ ৰক্ষা কৰিব পাৰিব বুলি জনাইছে বিজ্ঞানীয়ে৷ আৰম্ভ হৈছে মানৱ শৰীৰতো ক্লিনিকেল ট্ৰায়েল৷

জাপানৰ নাৰা মেডিকেল ইউনিভাৰ্ছিটিৰ গৱেষকে কৃত্ৰিম ৰক্তকোষ তৈয়াৰ কৰিছে গৱেষণাগাৰত৷ তেজৰ গ্ৰুপ যিয়েই নহওক কি সকলোৰে শৰীৰত কাম কৰিব এই তেজে৷ গৱেষণাগাৰত কৃত্ৰিম ৰক্ত পৰীক্ষা নতুন নহয়৷ আমেৰিকাৰ বিজ্ঞানীয়েও দীৰ্ঘ সময় ধৰি সেই প্ৰচেষ্টা চলাই আছিল৷ ২০২০ চনত নেশ্ব্যনেল ইনষ্টিটিউট অফ হেলথৰ এখন গৱেষণাপত্ৰতো কৃত্ৰিম তেজৰ উল্লেখ পোৱা গৈছে৷ ২০২২ চনত বিৰল তেজৰ গ্ৰুপৰ ব্যক্তিৰ শৰীৰত কৃত্ৰিম তেজৰ ট্ৰায়েলো কৰা হৈছে৷ মানুহে তৈয়াৰ কৰা সেই ৰক্তকোষসমূহক বেছি দিন ৰাখি থব নোৱাৰি৷ এতিয়াও অৱশ্যে এই ৰক্তকোষে সাধাৰণ মানুহৰ দেহৰ ৰক্তৰ দৰে কাম কৰা নাই৷ কিন্তু জাপানে আৱিস্কাৰ কৰা ৰক্ত কোষে আকৌ এবাৰ আশাৰ কিৰণ আনিছে৷

জাপানী গৱেষক হিৰোমী ছাকাই আৰু তেওঁৰ দলে কৃত্ৰিম ৰক্তকোষ তৈয়াৰৰ গৱেষণা অব্যাহত ৰাখিছে৷ হিৰোমীয়ে জনাইছে যে দাতাৰ শৰীৰৰ পৰা যি তেজ লোৱা হয় তাৰ আয়ুস ৪২ দিনতকৈ বেছি নহয়৷ কাৰণ লোহিত ৰক্তকণিকা শৰীৰৰ বাহিৰলৈ আহিলে বেছি সময় টিকি থাকিব নোৱাৰে৷ কিন্তু কৃত্ৰিম ৰক্তকোষে তাতকৈ বেছি দিন টিকি থাকিব বুলি তেওঁৰ দাবী৷ প্ৰাথমিকভাৱে ১৬ জনৰ শৰীৰত ১০০ৰ পৰা ৪০০ মিলি লিটাৰ কৃত্ৰিম ৰক্ত দিয়া  হৈছে৷ ইয়াৰ প্ৰভাৱ কেনে সেয়াও পৰীক্ষা চলি আছে৷ দফায় দফায় হিউমেন ট্ৰায়েল চলিছে৷ যদিও ইয়াৰ ফলাফলক লৈ এতিয়া পৰ্যন্ত বিস্তাৰিত কোনো তথ্য লাভ কৰিব পৰা হোৱা নাই৷

কৃত্ৰিম ৰক্তকোষ কেনেকৈ তৈয়াৰ কৰা হ’ব?

গৱেষকে প্লুৰিপোটেণ্ট ষ্টেম কোষৰ পৰা ৰক্তৰ কোষ তৈয়াৰৰ চেষ্টা কৰিছে৷ প্লৰিপোটোণ্ট ষ্টেম চেল প্ৰকৃততে এই ধৰণৰ ষ্টেম চেল যাৰ পৰা শৰীৰৰ যিকোনো ধৰণৰ কোষ সহজেই বনাই পেলাব পাৰি৷ সেয়া লাগে ৰক্তকোষেই হওক বা পাকস্তলী বা কিডনিৰ কোষেই হওক৷ এই ধৰণৰ প্লৰিপোটেণ্ট ষ্টেম চেল বনাব পাৰি দুই ধৰণে৷

  • ১. ভ্ৰুণৰ কোষ লৈ যাক কোৱা হয় এমব্ৰায়োনিক ষ্টেম চেল বা ই এছ৷
  • ২. প্ৰাপ্তবয়স্কৰ শৰীৰৰ পৰা লৈ তৈয়াৰ কৰা হয় ইনডিউছড প্লুৰিপোটেণ্ট চেল বা আই পি এছ৷ এই ধৰণৰ কোষ যাতে দীৰ্ঘ সময় টিকি থাকিব পাৰে তাৰ বাবে নানান পদ্ধতিৰ প্ৰয়োগ কৰিছে গৱেষকে৷

কৃত্ৰিম ৰক্তৰ কোষ প্ৰকৃততে লোহিত ৰক্তকণিকাৰ দৰে নহলেও তাৰ দৰেই কাম কৰিব৷ অৰ্থাৎ অক্সিজেন সমৃদ্ধ ৰক্ত পৰিবহণত সহায় কৰিব বুলি দাবী কৰিছে জাপানী গৱেষকে৷ কোনো বিৰল ৰোগৰ ক্ষেত্ৰত জটিল অস্ত্ৰোপচাৰৰ সময়ত অথৱা বিৰল তেজৰ গ্ৰুপ থকা ব্যক্তিৰ ক্ষেত্ৰত এই ধৰণৰ কৃত্ৰিম তেজ কামত আহিব বুলি দাবী গৱেষকৰ৷

গৱেষণাগাৰত যিসমূহ কৃত্ৰিম ৰক্তকোষ বনোৱা হৈছে সেইসমূহ সময়ৰ লগে লগে স্বাভাৱিক ৰক্তকোষৰ দৰে বাঢ়ি উঠিব পাৰিব৷ ইয়াৰোপৰি শৰীৰত প্ৰৱেশৰ পাছত কোনো ধৰণৰ পাৰ্শ্বপ্ৰতিক্ৰিয়া হবনে নহয়, বা প্ৰকৃত তেজৰ সৈতে কৃত্ৰিম তেজৰ মিলন হলে কোনো সমস্যা হ’ব পাৰে নেকি সেই বিষয়ে এতিয়া গৱেষণা অব্যাহত ৰাখিছে গৱেষকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!
বাণিজ্য

চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

August 26, 2026
ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…
বিনোদন

ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

August 26, 2026
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া
জীৱনশৈলী

সলনি হ’ব ভাগ্য, যদি বিয়া পাতে এই ৰাশিৰ যুৱকৰ সৈতে!

August 26, 2026
‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?
অসম

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

August 26, 2026
Next Post
কইনা চাপৰ, বিবাহৰ ৬ দিনতেই স্বামীগৃহৰ পৰা ওলিয়াই দিয়া হ’ল নৱবিবাহিতা পত্নীক

কইনা চাপৰ, বিবাহৰ ৬ দিনতেই স্বামীগৃহৰ পৰা ওলিয়াই দিয়া হ’ল নৱবিবাহিতা পত্নীক

চন্দ্ৰ মঙলৰ সংযোগত মহালক্ষ্মী ৰাজযোগ, আজিৰ পৰাই কঁপাল ফুলিছে এই ৩ৰাশিৰ, পূৰণ হ’ব ঘৰ বাহন ক্ৰয়ৰ সপোন

চন্দ্ৰ মঙলৰ সংযোগত মহালক্ষ্মী ৰাজযোগ, আজিৰ পৰাই কঁপাল ফুলিছে এই ৩ৰাশিৰ, পূৰণ হ’ব ঘৰ বাহন ক্ৰয়ৰ সপোন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.