• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কইনা চাপৰ, বিবাহৰ ৬ দিনতেই স্বামীগৃহৰ পৰা ওলিয়াই দিয়া হ’ল নৱবিবাহিতা পত্নীক

কইনা চাপৰ, বিবাহৰ ৬ দিনতেই স্বামীগৃহৰ পৰা ওলিয়াই দিয়া হ’ল নৱবিবাহিতা পত্নীক

1 year ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, শীঘ্ৰে মালামাল হ’ব ৫ ৰাশিৰ লোক!

4 minutes ago
মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

29 minutes ago
Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

45 minutes ago
কেঁচা নে সিজোৱা গাজৰ আপোনাৰ বাবে উপকাৰী? জানি হ’ব আচৰিত

কেঁচা নে সিজোৱা গাজৰ আপোনাৰ বাবে উপকাৰী? জানি হ’ব আচৰিত

1 hour ago
Apple ৰ ডাঙৰ দাবী, ভাৰতত হ’ব iPhone 18 Pro ৰ সৰ্বাধিক বিক্ৰী!

Apple ৰ ডাঙৰ দাবী, ভাৰতত হ’ব iPhone 18 Pro ৰ সৰ্বাধিক বিক্ৰী!

2 hours ago
Post Office Scheme: কেৱল সুতৰ পৰাই উপাৰ্জন কৰক ৬ লাখ টকা, ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Scheme: কেৱল সুতৰ পৰাই উপাৰ্জন কৰক ৬ লাখ টকা, ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

3 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

ভাগ্যৰ চকা ঘূৰিব, কাইলৈ ৫ ৰাশিয়ে পাব নতুন দায়িত্ব!

4 hours ago
PM Kisan ৰ বাবে কৰক এই ৩টা কাম, নহ’লে নাপাব পৰৱৰ্তী কিস্তিৰ ধন!

PM Kisan ৰ বাবে কৰক এই ৩টা কাম, নহ’লে নাপাব পৰৱৰ্তী কিস্তিৰ ধন!

4 hours ago
PFৰ নতুন নিয়ম! প্ৰতিমাহে হ্ৰাস পাব নেকি এইসকল কৰ্মচাৰীৰ দৰমহা?

PFৰ নতুন নিয়ম! প্ৰতিমাহে হ্ৰাস পাব নেকি এইসকল কৰ্মচাৰীৰ দৰমহা?

5 hours ago
পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী

পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী

5 hours ago
জাপানৰ ভালুক মন্ত্ৰী! চৰকাৰে কিয় গঠন কৰিলে সুকীয়া মন্ত্ৰালয়?

জাপানৰ ভালুক মন্ত্ৰী! চৰকাৰে কিয় গঠন কৰিলে সুকীয়া মন্ত্ৰালয়?

6 hours ago
যিকোনো মুহূৰ্তত বন্ধ হ’ব শ শ মাদ্ৰাছা, চৰকাৰৰ কঠোৰ নিৰ্দেশ

যিকোনো মুহূৰ্তত বন্ধ হ’ব শ শ মাদ্ৰাছা, চৰকাৰৰ কঠোৰ নিৰ্দেশ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

কইনা চাপৰ, বিবাহৰ ৬ দিনতেই স্বামীগৃহৰ পৰা ওলিয়াই দিয়া হ’ল নৱবিবাহিতা পত্নীক

কইনা চাপৰ, বিবাহৰ ৬ দিনতেই স্বামীগৃহৰ পৰা ওলিয়াই দিয়া হ’ল নৱবিবাহিতা পত্নীক

editor by editor
June 9, 2025
in অপৰাধ, অসম, গুৱাহাটী, জীৱনশৈলী
0
কইনা চাপৰ, বিবাহৰ ৬ দিনতেই স্বামীগৃহৰ পৰা ওলিয়াই দিয়া হ’ল নৱবিবাহিতা পত্নীক
0
SHARES
723
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহানগৰীতে বিবাহৰ ৬ দিনতে স্বামী ঘৰৰ পৰা টানি উলিয়াই দিয়া হ’ল নবিবাহিতা পত্নীক।

জোখতকৈ চাপৰ হোৱাৰ বাবেই ঘৰৰ পৰা উলিয়াই দিলে শাহু শহুৰৰ লগতে স্বামীয়ে।

মহানগৰীৰ ওদালবাক্ৰা নিজৰা পথত এই ঘটনা৷

বিবাহৰ আঠমংগলা নাযাওঁতেই ঘৰৰ পৰা উলিয়াই দিলে নৱবিবাহিত বোৱাৰীক।

স্বপ্না দাস আৰু ৰানা দাসৰ দ্বিতীয় পুত্ৰ ৰাজকুমাৰ দাসে ২ জুনত মায়ংৰ পৰা ৰাজহুৱাকৈ বিয়া পাতি আনিছিল যুৱতীগৰাকীক৷

দেওবাৰে  আঠমঙলা আছিল যদিও দৰাপক্ষ নগ’ল কইনা ঘৰলৈ৷

সোমবাৰে নৱবিবাহিত মহিলাগৰাকীক ঘৰৰ পৰা উলিয়াই দিছে পৰিয়ালে।

বিগত ৭ টা দিনে কইনাৰ ওপৰত অত্যাচাৰ চলোৱাৰো অভিযোগ উত্থাপিত হৈছে৷

ওদালবাক্ৰা আৰক্ষী আহি বোৱাৰীগৰাকীক ঘৰত ৰাখিবলৈ আহ্বান জনোৱাৰ পাছতো পৰিয়ালটোৱে উলিয়াই পঠিয়াইছে বোৱাৰীগৰাকীক৷

স্থানীয় লোকৰ অভিযোগ মতে ডাঙৰ ককাইয়েকে ৰাজেন দাসে পুৰ্বে দুৱাৰ বিয়া কৰাইছিল আৰু দুয়োগৰাকী পত্নীকেই খেদি পঠিয়াইছে৷

ইপিনে শেহতীয়াকৈ বিবাহ কৰোৱা কনিষ্ঠ ভাতৃ ৰাজকুমাৰ দাস অসম চৰকাৰৰ আয়ুক্তৰ কাৰ্যালয়ত কৰ্মৰত।

পৰিয়ালৰ মতে এতিয়া ককায়েক ৰাজেন দাসেহে পত্নী হিচাপে ৰাখিব নৱ বিবাহিতাক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, শীঘ্ৰে মালামাল হ’ব ৫ ৰাশিৰ লোক!

September 17, 2026
মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!
জীৱনশৈলী

মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

September 17, 2026
Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!
বাণিজ্য

Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

September 17, 2026
কেঁচা নে সিজোৱা গাজৰ আপোনাৰ বাবে উপকাৰী? জানি হ’ব আচৰিত
জীৱনশৈলী

কেঁচা নে সিজোৱা গাজৰ আপোনাৰ বাবে উপকাৰী? জানি হ’ব আচৰিত

September 17, 2026
Next Post
চন্দ্ৰ মঙলৰ সংযোগত মহালক্ষ্মী ৰাজযোগ, আজিৰ পৰাই কঁপাল ফুলিছে এই ৩ৰাশিৰ, পূৰণ হ’ব ঘৰ বাহন ক্ৰয়ৰ সপোন

চন্দ্ৰ মঙলৰ সংযোগত মহালক্ষ্মী ৰাজযোগ, আজিৰ পৰাই কঁপাল ফুলিছে এই ৩ৰাশিৰ, পূৰণ হ’ব ঘৰ বাহন ক্ৰয়ৰ সপোন

কেনেকৈ শেষ কৰা হৈছিল ৰাজা ৰঘুবংশীক? মেঘালয়ত ঘটা ঘটনাৰ অটোপছি ৰিপৰ্টত চাঞ্চল্যকৰ তথ্য

কেনেকৈ শেষ কৰা হৈছিল ৰাজা ৰঘুবংশীক? মেঘালয়ত ঘটা ঘটনাৰ অটোপছি ৰিপৰ্টত চাঞ্চল্যকৰ তথ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.