• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোন হ’ব ঝাৰখণ্ডৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী, আজি প্ৰথম চৰণৰ ভোটগ্ৰহণ

কোন হ’ব ঝাৰখণ্ডৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী, আজি প্ৰথম চৰণৰ ভোটগ্ৰহণ

2 years ago
Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

6 minutes ago
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

13 hours ago
ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

14 hours ago
Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

14 hours ago
মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

14 hours ago
বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

15 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

ৰাখী বন্ধনৰ দিনটোত কাৰ কাৰ উদয় হ’ব ভাগ্য? জানক ৰাশিফল

16 hours ago
ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

16 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

17 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

Baba Vanga Predictions: বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ধ্বংস হ’ব নেকি পৃথিৱী?

17 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু! পূৰ্বেই উমান পাইছিল নেকি মৃত্যুৰ কথা, গীতে সৃষ্টি কৰিছে চৰ্চা

19 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কোন হ’ব ঝাৰখণ্ডৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী, আজি প্ৰথম চৰণৰ ভোটগ্ৰহণ

editor by editor
November 13, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
কোন হ’ব ঝাৰখণ্ডৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী, আজি প্ৰথম চৰণৰ ভোটগ্ৰহণ
0
SHARES
51
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোন হ’ব ঝাৰখণ্ডৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী, আজি প্ৰথম চৰণৰ ভোটগ্ৰহণ

ঝাৰখণ্ড বিধানসভা নিৰ্বাচন ২০২৪ৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আজি। পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈ সন্ধিয়া ৫ বজালৈকে চলিব ভোটদান। ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া কে. ৰবি কুমাৰে কয় যে আজি ৮১খন বিধানসভাৰ আসনৰ ভিতৰত ৪৩খন বিধানসভা আসনত ভোটগ্ৰহণ আৰম্ভ হৈছে।

মুঠ ২.৬০ কোটি ভোটাৰৰ ভিতৰত ১.৩৭ কোটি ভোটাৰে আজি ৬৮৩ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। অহা ২০ নৱেম্বৰত ৩৮খন আসনত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ২৩ নৱেম্বৰত মহাৰাষ্ট্ৰৰ সমান্তৰালকৈ ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰো ফলাফল ঘোষণা কৰা হ’ব।

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ৯৫০টা ভোটগ্ৰহণ কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে। ১৮ অক্টোবৰত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে অধিসূচনা জাৰি কৰা হৈছিল। মনোনয়নৰ অন্তিম তাৰিখ আছিল ২৫ অক্টোবৰ। প্ৰাৰ্থীত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ আছিল ৩০ অক্টোবৰ।

ঝাৰখণ্ডত চলিত বিধানসভাৰ কাৰ্যকাল ২০২৫ চনৰ ৫ জানুৱাৰীত শেষ হ’ব। আজি ২০১৯ চনৰ নিৰ্বাচনত প্ৰথম পৰ্যায়ৰ ৪৩খন আসনৰ ভিতৰত বিজেপিয়ে মাত্ৰ ১৩খন আসনহে লাভ কৰিছিল। গ্ৰেণ্ড এলায়েন্সে ২৫খন আসন লাভ কৰিছিল।

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত চম্পাই সোৰেণ, বন্না গুপ্তা, সৰ্যু ৰায়, চম্পাই সোৰেণৰ পুত্ৰ বাবুলাল সোৰেন, ৰামদাস সোৰেন, পূৰ্ণিমা দাস, ডাঃ অজয় কুমাৰ, মংগল কালিন্দিৰ দৰে হাই প্ৰফাইল প্ৰাৰ্থীৰ আজি ভাগ্য নিৰ্ণয় কৰিব ভোটাৰে।

আনহাতে ৰাজ্যখনত ৬৮৩ জন প্ৰাৰ্থীৰ ভিতৰত আছে ৬০৯ জন পুৰুষ, ৭৩ জন মহিলা আৰু এজন তৃতীয় লিংগৰ লোক। প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ হ’বলগীয়া ৪৩খন আসনৰ ভিতৰত ২০খন আসন অনুসূচিত জনজাতিৰ বাবে আৰু ৬খন আসন অনুসূচিত জাতিৰ বাবে সংৰক্ষিত।

প্ৰথম পৰ্যায়ত আজি ১৩ নৱেম্বৰত কোদৰমা, বৰকথা, বৰহী, বৰকাগাঁও, হাজৰিবাগ, ছিমৰিয়া, চতৰা, বাহাৰাগোৰা, ঘাটশিলা, পোটকা, জগছলাই, জমছেদপুৰ পূৱ, জামছেদপুৰ পশ্চিম, ইচাগড়, চেৰাইকেলা, চৈবাছা, মাজগাঁও, জগন্নাথপুৰ, মনোহৰপুৰ, চক্ৰধৰপুৰ , খাৰছানৱা। ৰাঁচী, হাতিয়া, কাংকে, মন্দাৰ, ছিছাই, গুমলা, বিষুণপুৰ, ছিমডেগা, কোলেবিৰা, লোহৰদগা, মণিকা, লাতেহাৰ, পাংকি, দলটেনগঞ্জ, বিষ্ৰমপুৰ, ছাটাৰপুৰ, হুছেইনবাদ, গড়োৱা, ভৱনাথপুৰ বিধানসভাৰ আসনত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

প্ৰথম পৰ্যায়ত মুঠ ৪৩খন আসনৰ ভিতৰত জেএমএমই ২৩খন আসনত আৰু কংগ্ৰেছে ১৭খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। আনহাতে ৰাষ্ট্ৰীয় জনতা দলে মুঠ পাঁচখন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে, ইয়াৰে দুখন গ্ৰেণ্ড এলায়েন্সৰ প্ৰাৰ্থীৰ বিৰোধী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Champai SorenHemant SorenJharkhand ElectionJhrakhandNext CM
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?
জীৱনশৈলী

Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

August 28, 2026
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী
ভাৰত

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

August 27, 2026
ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব
জীৱনশৈলী

ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

August 27, 2026
Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…
জীৱনশৈলী

Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

August 27, 2026
Next Post
ট্ৰাম্পৰ কেবিনেটত কোন কোন হাই প্ৰফাইল লোক, ভাৰতীয় লোকৰ লগতে স্থান ইলন মাস্কৰো

ট্ৰাম্পৰ কেবিনেটত কোন কোন হাই প্ৰফাইল লোক, ভাৰতীয় লোকৰ লগতে স্থান ইলন মাস্কৰো

তেলেংগানাত ভয়ংকৰ দুৰ্ঘটনা, লাইনচ্যুত ১১ টাকৈ ডবা, যাৰ ফলত বাতিল ৩০ খন ট্ৰেইন

তেলেংগানাত ভয়ংকৰ দুৰ্ঘটনা, লাইনচ্যুত ১১ টাকৈ ডবা, যাৰ ফলত বাতিল ৩০ খন ট্ৰেইন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.