• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ট্ৰাম্পৰ কেবিনেটত কোন কোন হাই প্ৰফাইল লোক, ভাৰতীয় লোকৰ লগতে স্থান ইলন মাস্কৰো

ট্ৰাম্পৰ কেবিনেটত কোন কোন হাই প্ৰফাইল লোক, ভাৰতীয় লোকৰ লগতে স্থান ইলন মাস্কৰো

2 years ago
আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

1 hour ago
২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

2 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

4 hours ago
৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

17 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৪ ৰাশিৰ হাতলৈ আহিব ধন!

17 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

18 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

প্ৰস্ৰাৱত অধিক ফেন? নকৰিব আওকান, হ’ব পাৰে এইসমূহ গুৰুতৰ ৰোগ

18 hours ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগাস্ৰাৱ? এয়া স্বাভাৱিক নে চিন্তাৰ বিষয় জানক

19 hours ago
কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

পুৰুষৰ তুলনাত এইটো বস্তু বেছি থাকে নাৰীৰ! জানি হ’ব আচৰিত

20 hours ago
২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

20 hours ago
কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

21 hours ago
প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

ট্ৰাম্পৰ কেবিনেটত কোন কোন হাই প্ৰফাইল লোক, ভাৰতীয় লোকৰ লগতে স্থান ইলন মাস্কৰো

editor by editor
November 13, 2024
in Uncategorized
0
ট্ৰাম্পৰ কেবিনেটত কোন কোন হাই প্ৰফাইল লোক, ভাৰতীয় লোকৰ লগতে স্থান ইলন মাস্কৰো
0
SHARES
83
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ট্ৰাম্পৰ কেবিনেটত কোন কোন হাই প্ৰফাইল লোক, ভাৰতীয় লোকৰ লগতে স্থান ইলন মাস্কৰো

আমেৰিকাৰ দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পিছত ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰিছে নিজৰ নতুন কেবিনেট সদস্যৰ নাম। এই দলত আছে ভাৰতীয় লোকৰ লগতে বহু কেইগাৰকী হাই প্ৰফাইল লোক। ইলন মাস্কেও স্থান পাইছে ট্ৰাম্পৰ কেবিনেটত।

ট্ৰাম্পৰ নতুন কেবিনেটত ইলন মাস্কৰ পৰা বিবেক ৰামাস্বামীলৈকে নতুন নামে সুযোগ লাভ কৰিছে। ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱাৰ পিছত ভাষণত ইলন মাস্ক আৰু তেওঁৰ কোম্পানীৰ বহু প্ৰশংসা কৰিছিল ট্ৰাম্পে। দীৰ্ঘদিন ধৰি জল্পনা-কল্পনাও চলি আছিল যে যদিহে ট্ৰাম্পে নিৰ্বাচনত জয়ী হয় তেন্তে ইলন মাস্কে নিশ্চিতভাৱে নিজৰ দলত স্থান লাভ কৰিব। এতিয়া সেয়া দিঠকত পৰিণত হোৱাৰ দিশে।

ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পাছত ড’নাল্ড ট্ৰাম্পে ২০২৫ চনৰ ২০ জানুৱাৰীত শপত গ্ৰহণ কৰিব। ইতিমধ্যে তেওঁ নিজৰ চৰকাৰখনক ফলপ্ৰসূ আৰু কাৰ্যক্ষম কৰি তুলিবলৈ বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে। এই ক্ৰমত ট্ৰাম্পে চৰকাৰী দক্ষতা বিভাগৰ দায়িত্ব টেছলা আৰু স্পেচএক্সৰ মুৰব্বী ইলন মাস্ক আৰু ভাৰতীয় মূলৰ ব্যৱসায়ী তথা উদ্যোগী বিবেক ৰামাস্বামীক অৰ্পণ কৰিছে।

আনহাতে ফক্স নিউজৰ এংকৰ পিট হেগছেথকো ড’নাল্ড ট্ৰাম্পৰ দলত অন্তৰ্ভুক্ত কৰা হৈছে। জানিব পৰা মতে ট্ৰাম্পে পিট হেগছেথক প্ৰতিৰক্ষা মন্ত্ৰী কৰিবলৈ ওলাইছে।

একে সময়তে ট্ৰাম্পে ষ্টিভেন উইটকফক মধ্যপ্ৰাচ্যৰ প্ৰতিনিধি হিচাপে নিযুক্তি দিছে। ইৰাক আৰু আফগানিস্তানৰ যুদ্ধৰ অভিজ্ঞতাও ষ্টিভেনৰ আছে।

ট্ৰাম্পে তেওঁৰ সহায়িকা এলিছ ষ্টেফানিকক ৰাষ্ট্ৰসংঘত আমেৰিকাৰ ৰাষ্ট্ৰদূত হিচাপে প্ৰেৰণ কৰাৰ প্ৰস্তাৱ দিছে। ৰাষ্ট্ৰপতি নিৰ্বাচনত ষ্টেফানিক গুৰুত্বপূৰ্ণ মিত্ৰৰ ভূমিকা পালন কৰিছিল। ট্ৰাম্পৰ দলৰ পৰৱৰ্তী নাম টম হোমেন। আমেৰিকাৰ সীমান্ত আৰু অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়নৰ দায়িত্বত টম হোমানক নিযুক্তি দিছে ট্ৰাম্পে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: america presidentBibek RamaswamiDonald TrumpElon MaskTrump cabinet
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

August 9, 2026 - Updated on August 10, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
Next Post
তেলেংগানাত ভয়ংকৰ দুৰ্ঘটনা, লাইনচ্যুত ১১ টাকৈ ডবা, যাৰ ফলত বাতিল ৩০ খন ট্ৰেইন

তেলেংগানাত ভয়ংকৰ দুৰ্ঘটনা, লাইনচ্যুত ১১ টাকৈ ডবা, যাৰ ফলত বাতিল ৩০ খন ট্ৰেইন

৭২ ঘণ্টাৰ পাছত শনিয়ে সলাব নিজৰ স্থান, সমস্যা বাঢ়িব ৩ ৰাশিৰ

৭২ ঘণ্টাৰ পাছত শনিয়ে সলাব নিজৰ স্থান, সমস্যা বাঢ়িব ৩ ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.