• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Jio-ৰ ধামাকা প্লেন! এবাৰ ৰিচাৰ্জ কৰিলে ৯৮ দিন নিশ্চিন্ত হৈ থাকিবলৈ ল’ব পাৰে এই প্লেন

1 year ago
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

55 minutes ago
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

1 hour ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

23 hours ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

1 day ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

2 days ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

Jio-ৰ ধামাকা প্লেন! এবাৰ ৰিচাৰ্জ কৰিলে ৯৮ দিন নিশ্চিন্ত হৈ থাকিবলৈ ল’ব পাৰে এই প্লেন

Jio-ৰ ধামাকা প্লেন! এবাৰ ৰিচাৰ্জ কৰিলে ৯৮ দিন নিশ্চিন্ত হৈ থাকিবলৈ ল’ব পাৰে এই প্লেন

editor by editor
September 28, 2024
in জীৱনশৈলী, প্ৰযুক্তি, বাণিজ্য, বিবিধ, ভাৰত
0
Jio-ৰ ধামাকা প্লেন! এবাৰ ৰিচাৰ্জ কৰিলে ৯৮ দিন নিশ্চিন্ত হৈ থাকিবলৈ ল’ব পাৰে এই প্লেন
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰিলায়েন্স জিঅ’ ভাৰতৰ অন্যতম জনপ্ৰিয় মোবাইল নেটৱৰ্ক অপাৰেটৰ৷ জিঅ’ই এইবাৰ আৰম্ভ কৰিছে আন এক নতুন প্লেন৷ আনলিমিটেড ৫জি সহ নতুন এই প্লেনত আকৰ্ষণীয় বহু সুবিধা লাভ কৰিব৷ জিঅ’ই তেওঁলোকৰ সকলো গ্ৰাহকৰ কথা মূৰত ৰাখি এই ৯৮ দিনৰ নতুন প্লেন আহিছে৷

ইয়াত আনলিমিটেড ৫জিসহ বিভিন্ন ধৰণৰ সুবিধা আছে৷ জিঅ’ৰ এই ৯৮ দিনৰ নতুন প্লেনটো প্ৰিপেইড আৰু পোষ্টপেইড উভয় গ্ৰাহকৰ বাবেই এই প্লেন উপলব্ধ হ’ব৷ নতুন এই প্লেনৰ দাম ৯৯৯ টকা আৰু কোম্পানীৰ অন্যান্য প্লেনৰ দৰেই এই প্লেনটোতো আনলিমিটেড ৫জি এক্সেছ অফাৰ কৰিছে৷ ইয়াৰোপৰি এই প্লেনৰ মাধ্যমেৰে আনলিমিটেড ভয়েছ কল, প্ৰতিদিনে ১০০টা SMS আৰু কোম্পানীৰ জিঅ’ ক্লাউড, Jio Cinema আৰু JioTV এপসমূহৰ এক্সেছো পোৱা যাব৷ যদি কোনোৱে ৫জি অনুপলব্ধ এলেকাত থাকে তেন্তে এই প্লেনটোত দৈনিক ২জিবি কৈ ৮জি ডাটা অফাৰ কৰিব৷ নতুন প্লেনটো ৰিচাৰ্জ কৰিবলৈ আপুনি MyJio এপলৈ যাব লাগিব৷ নতুন এই প্লেনটোৰ দাম হৈছে ৯৯৯টকা৷

নতুন প্লেনটো তেওঁলোকৰ বাবে সুবিধাজনক, যিসকলে দীৰ্ঘম্যাদি কোনো প্লেন বিচাৰে বা যদি কোনোৱে এই প্লেন বিচাৰে য’ত অটিটি প্লেটফৰ্মসমূহৰ এক্সেছ অফাৰ পোৱা যায় তেন্তে এইসকলে ইউজাৰে ১০৪৯টকা আৰু ১২৯৯ টকাৰ এই প্লেনটো ল’ব পাৰে৷ দুয়োটা প্লেনতেই ৮৪ দিনৰ বৈধতা আছে৷ যি আনলিমিটেড ভয়েছ কল আৰু প্ৰতিদিনে ২জিবি ডাটা অফাৰ পাব৷ ১০৪৯ টকাৰ প্লেনত Sony Liv আৰু Zee5 ছাবস্ক্ৰিপশ্ব্যন আছে আৰু বিনামূলীয়াকৈ Netflix ৰ সুবিধাও পাব৷ যি ৪৮০pত কনটেন্ট ষ্ট্ৰিম কৰিবলৈ দিয়ে৷

অন্যহাতে সম্প্ৰতি আৰম্ভ হোৱা ১৭৫ টকাৰ প্লেনো ক্ৰয় কৰিব পাৰে৷ য’ত আপুনি ১০ জিবি অতিৰিক্ত ডাটা আৰু Sony Liv, Zee5, JioCinema প্ৰিমিয়াম, Lionsgate Play, Discovery+, Sun NXT, Kanchha Lannka, Planet Marathi, Chaupal, Hoichoic-ৰ দৰে OTT প্লেটফৰ্মসমূহত  ২৮ দিনৰ এক্সেছ অফাৰ কৰে৷ ইয়াৰোপৰি ইয়াৰ সৈতে আছে ফ্ৰি JioTV

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত
জীৱনশৈলী

February 6, 2026
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?
জীৱনশৈলী

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

February 6, 2026
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন
জীৱনশৈলী

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

February 5, 2026
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব
জীৱনশৈলী

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

February 5, 2026
Next Post
কাইলৈ ইণ্টাৰনেট নাথাকিব, আজিয়েই পঢ়ি থওক নিযুক্তি পৰীক্ষাক লৈ থকা নিৰ্দেশনা

কাম নকৰিব পাৰে এণ্টিবায়োটিকে! অবাধ্য জীৱাণুৰ কামোৰত পৃথিৱীত প্ৰাণ হেৰুৱাব ৪কোটি মানুহে!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন