• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০০ বছৰৰ পাছত শনিৰ ওপৰত বৃহস্পতিৰ নজৰ, ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ, বাঢ়িব সম্পত্তি

১০০ বছৰৰ পাছত শনিৰ ওপৰত বৃহস্পতিৰ নজৰ, ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ, বাঢ়িব সম্পত্তি

8 months ago
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

14 minutes ago
চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

1 hour ago
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

3 hours ago
বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

3 hours ago
বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

4 hours ago
এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

4 hours ago
কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

5 hours ago
শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

6 hours ago
প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

7 hours ago
মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

8 hours ago
২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

9 hours ago
হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা

হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১০০ বছৰৰ পাছত শনিৰ ওপৰত বৃহস্পতিৰ নজৰ, ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ, বাঢ়িব সম্পত্তি

১০০ বছৰৰ পাছত শনিৰ ওপৰত বৃহস্পতিৰ নজৰ, ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ, বাঢ়িব সম্পত্তি

editor by editor
October 22, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
১০০ বছৰৰ পাছত শনিৰ ওপৰত বৃহস্পতিৰ নজৰ, ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ, বাঢ়িব সম্পত্তি
0
SHARES
7.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১০০ বছৰৰ পাছত দুৰ্লভ যোগ৷ শনিৰ ওপৰত নজৰ পৰিছে বৃহস্পতিৰ৷ জ্যোতিষশাস্ত্ৰৰ মতে এই যোগৰ ফল দুৰ্দান্ত৷ এই শুভ আৰু বিৰল যোগৰ প্ৰভাৱ পৰিব একাধিক ৰাশিৰ জীৱনত৷ প্ৰচুৰ সাফল্য আৰু সৌভাগ্য বহন কৰি আনিব এই যোগে৷ বৈদিক জ্যোতিষ অনুসৰি বৃহস্পতি আৰু শনি অত্যন্ত ক্ষমতাশালী দুটি গ্ৰহ৷ এই দুই গ্ৰহৰ প্ৰভাৱত প্ৰভাৱিত ৰাশিৰ জাতকৰ জীৱনত সুখৰ খবৰ আহিব৷ ১৮ অক্টোবৰত বৃহস্পতিয়ে কৰ্কট ৰাশিত প্ৰৱেশ কৰিছে৷ ইফালে মীন ৰাশিত আছে শনি৷ আৰু সেই শনিৰ ওপৰতেই বৃহস্পতিৰ দৈৱ দৃষ্টি পৰিছে৷

কোন কোন ৰাশি লাভৱান হ’ব?

বৃহস্পতি আৰু শনিৰ এই বিৰল যোগৰ প্ৰভাৱত ৪ ৰাশিৰ জাতকৰ বিপুল উন্নতি কৰিব৷

মকৰ ৰাশি

শনিত বৃহস্পতিৰ দৃষ্টি পৰাত দুৰ্দান্ত লাভ কৰিব মকৰ ৰাশিৰ জাতকে৷ মকৰ ৰাশিৰ তৃতীয় ঘৰত অৱস্থান কৰিছে শনি আৰু সপ্তম ঘৰত অৱস্থান কৰিছে বৃহস্পতিয়ে৷ এই সময়ত পৰিশ্ৰমৰ সম্পূৰ্ণ সুফল লাভ কৰিব৷ কৰ্মক্ষেত্ৰত যিকোনো সমস্যা থাকিলে দূৰ হব৷ কেৰিয়াৰত ডাঙৰ উন্নতিৰ সুযোগ পাব৷

মিথুন ৰাশি

এই ৰাশিৰ জাতকে জীৱনত উন্নতি কৰাৰ নতুন সুযোগ পাব৷ এই সময়ত নতুন প্ৰকল্পত হাত দিলে লাভজনক হব৷ কৰ্মসূত্ৰে বিদেশ যাত্ৰা কৰাৰো সুযোগ আহিব পাৰে৷ উপাৰ্জন আৰু সামাজিক প্ৰতিপত্তি বাঢ়িব পাৰে৷

কন্যা ৰাশি

কন্যা ৰাশিৰ একাদশ ঘৰত বৃহস্পতি আৰু সপ্তম ঘৰত অৱস্থান কৰিছে শনিয়ে৷ ১০০ বছৰ পাছত বৃহস্পতিত শনিৰ নজৰৰ প্ৰভাৱত উপাৰ্জন বাঢ়িব উন্নতি হ’ব পাৰে৷ দীৰ্ঘদিনৰ কোনো ইচ্ছাপূৰণ হব পাৰে৷ নতুন সম্পত্তি ক্ৰয়ৰ বাবেও এই সময় উপযুক্ত৷

কৰ্কট ৰাশি

শনিৰ ওপৰত বৃহস্পতিৰ নজৰৰ প্ৰভাৱত কৰ্মক্ষেত্ৰত নজৰকাঢ়া উন্নতি কৰিব কৰ্কট ৰাশিৰ জাতকে৷ ব্যৱসায়ত উল্লেখযোগ্য সাফল্য লাভৰ সম্ভাৱনা থাকিব৷ পূৰ্বে কৰা বিনিয়োগত লাভ পোৱাৰ সম্ভাৱনা থাকিব৷ সকলো কাম সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ সুযোগ পাব এই ৰাশিৰ জাতকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?
বিনোদন

Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

June 20, 2026
চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা
বাণিজ্য

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

June 20, 2026
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট
বিনোদন

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

June 20, 2026
বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!
বিশ্ব

বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

June 20, 2026
Next Post
নৱেম্বৰত মালব্য ৰাজযোগ, ২মাহৰ ভিতৰতেই নতুন চাকৰি পাব পাৰে এই ৩ৰাশিৰ জাতকে

নৱেম্বৰত মালব্য ৰাজযোগ, ২মাহৰ ভিতৰতেই নতুন চাকৰি পাব পাৰে এই ৩ৰাশিৰ জাতকে

দেৱালী গিফ্টত এখনকৈ Mahindra Scorpio SUV উপহাৰ! ৭০ জন কৰ্মচাৰীৰ হাতত তুলি দিছে বাহনৰ চাবি, ভাইৰেল ভিডিঅ’ত কি কৈছে কোম্পানীৰ মালিকে?

দেৱালী গিফ্টত এখনকৈ Mahindra Scorpio SUV উপহাৰ! ৭০ জন কৰ্মচাৰীৰ হাতত তুলি দিছে বাহনৰ চাবি, ভাইৰেল ভিডিঅ’ত কি কৈছে কোম্পানীৰ মালিকে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.