• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কন্যাৰ নামত প্ৰতিদিনে মাথো ১২১ টকা জমা কৰক, বিবাহৰ সময়ত লাভ কৰক ২৭ লাখ টকা

কন্যাৰ নামত প্ৰতিদিনে মাথো ১২১ টকা জমা কৰক, বিবাহৰ সময়ত লাভ কৰক ২৭ লাখ টকা

8 months ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

1 week ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

1 week ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

1 week ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

1 week ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

1 week ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

1 week ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

1 week ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

1 week ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

1 week ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

2 weeks ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

2 weeks ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কন্যাৰ নামত প্ৰতিদিনে মাথো ১২১ টকা জমা কৰক, বিবাহৰ সময়ত লাভ কৰক ২৭ লাখ টকা

editor by editor
July 8, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
কন্যাৰ নামত প্ৰতিদিনে মাথো ১২১ টকা জমা কৰক, বিবাহৰ সময়ত লাভ কৰক ২৭ লাখ টকা
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কন্যাৰ নামত প্ৰতিদিনে মাথো ১২১ টকা জমা কৰক, বিবাহৰ সময়ত লাভ কৰক ২৭ লাখ টকা

কন্যাৰ জন্মৰ পাছতে এতিয়া আৰু শিক্ষা আৰু বিবাহৰ নামত বহু টকা বিনিয়োগ কৰাৰ প্ৰয়োজন নাই। সামান্য টকা জমা কৰিয়েই লাভ কৰক বহু টকা। ভাৰতীয় জীৱন বীমা নিগম (LIC)ৰ ‘কান্যদান পলিচি’ৰ জৰিয়তে লাভ কৰক এই সুবিধা।

এই কন্যাদান পলিচিৰ জৰিয়তে প্ৰতিদিনে মাত্ৰ ১২১ টকা সঞ্চয় কৰি কন্যাৰ বিবাহৰ সময়ত লাভ কৰক ২৭ লাখ পৰ্যন্ত পুঁজি। এই আঁচনি বিশেষভাৱে কন্যা সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ ডিজাইন কৰা হৈছে।

যদি আপুনি দৈনিক মাত্ৰ ১২১ টকা সঞ্চয় কৰে, তেন্তে মাহে প্ৰায় ৩৬০০ টকা সঞ্চয় কৰিলে আপোনাৰ কন্যাৰ বাবে এটা ডাঙৰ পুঁজি কৰিব পাৰিব। এল আই চিৰ ‘কন্যাদান পলিচি’ৰ অধীনত মুঠ পলিচিৰ সময়সীমা ২৫ বছৰ। ২৫ বছৰৰ পাছত আপুনি লাভ কৰিব ২৭ লাখ টকা।

কিন্তু এই ২৫ বছৰৰ প্ৰথম ২২ বছৰৰ বাবেহে আপুনি প্ৰিমিয়াম দিব লাগিব। বাকি ৩ বছৰত কোনো কিস্তি দিব নালাগে। পৰিকল্পনাৰ শেষত প্ৰায় ২৭ লাখ মেচিউৰিটি ৰাশি লাভ কৰিব। এই পৰিমাণৰ দ্বাৰা আপোনাৰ কন্যাই উচ্চ শিক্ষা, কেৰিয়াৰ আৰম্ভ কৰা বা বিবাহৰ দৰে ডাঙৰ ডাঙৰ সপোনবোৰ সহজেই পূৰণ কৰিব পাৰে।

এই আঁচনিৰ অধীনত আপুনি আপোনাৰ কন্যাৰ বাবে এটা ডাঙৰ পুঁজি সৃষ্টি কৰিব পাৰে, যাতে আপোনাৰ কন্যাই শিক্ষা, কেৰিয়াৰ বা বিবাহৰ সপোন পূৰণ কৰিব পাৰে।

এই পলিচীৰ আটাইতকৈ বিশেষ কথাটো হ’ল যে পলিচিৰ সময়ছোৱাত পিতৃৰ মৃত্যু হ’লে বা পৰিয়ালটোৰ ওপৰত কোনো ধৰণৰ ডাঙৰ আৰ্থিক বোজা থাকিলে, পৰিস্থিতি চাই এল আই চিয়ে ভৱিষ্যতৰ সকলো প্ৰিমিয়াম কিস্তি নিজেই আদায় দিয়ে। লগতে কোনো দুৰ্ঘটনাৰ ফলত মৃত্যু হ’লে পৰিয়ালটোক ১০ লাখ পৰ্যন্ত আৰ্থিক সাহায্য প্ৰদান কৰা হয়। ইয়াৰ পিছতো কন্যাই সময়মতে পলিচিৰ সম্পূৰ্ণ মেচিউৰিটিৰ ধন লাভ কৰে।

অৱশ্যে এই নীতিৰ সুবিধা ল’বলৈ পিতৃৰ বয়স ১৮ৰ পৰা ৫০ বছৰৰ ভিতৰত আৰু কন্যাৰ নূন্যতম বয়স ১ বছৰ হ’ব লাগে। বিশেষকৈ যিসকল অভিভাৱকে কম আয়ৰ সৈতেও নিজৰ কন্যাৰ ভৱিষ্যত সুৰক্ষিত কৰিব বিচাৰে তেওঁলোকৰ বাবে এই পৰিকল্পনা উপযোগী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Daughter FutureKanyadan Policylic
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
অৱশেষত আৰক্ষীৰ জালত মছজিদত গাহৰি মাংস পেলোৱা, প্ৰেমত বিফল হোৱা বাবে কৰিছিল তেনে

অৱশেষত আৰক্ষীৰ জালত মছজিদত গাহৰি মাংস পেলোৱা, প্ৰেমত বিফল হোৱা বাবে কৰিছিল তেনে

মোদীৰ গৃহৰাজ্যত অঘটন, ৪ দশক পুৰণি দলং ভাঙি ৯ জন নিহত

মোদীৰ গৃহৰাজ্যত অঘটন, ৪ দশক পুৰণি দলং ভাঙি ৯ জন নিহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.