• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মোদীৰ গৃহৰাজ্যত অঘটন, ৪ দশক পুৰণি দলং ভাঙি ৯ জন নিহত

মোদীৰ গৃহৰাজ্যত অঘটন, ৪ দশক পুৰণি দলং ভাঙি ৯ জন নিহত

1 year ago
IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

38 minutes ago
ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

1 hour ago
ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

2 hours ago
উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

3 hours ago
বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

4 hours ago
পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

4 hours ago
আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

5 hours ago

গুৱাহাটীত অপেনাৰ ৰোহিতৰ ছিক্সাৰৰ বৰষুণ, ৫টাকৈ মাইলষ্টোন স্পৰ্শ

16 hours ago
ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

18 hours ago
এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা

এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা

18 hours ago
কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!

কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!

18 hours ago
এইবাৰ চীনে মহাকাশত সফলতাৰে কৰিলে ধান খেতি

এইবাৰ চীনে মহাকাশত সফলতাৰে কৰিলে ধান খেতি

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মোদীৰ গৃহৰাজ্যত অঘটন, ৪ দশক পুৰণি দলং ভাঙি ৯ জন নিহত

editor by editor
July 9, 2025
in বিবিধ, ভাৰত
0
মোদীৰ গৃহৰাজ্যত অঘটন, ৪ দশক পুৰণি দলং ভাঙি ৯ জন নিহত
0
SHARES
241
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মোদীৰ গৃহৰাজ্যত অঘটন, ৪ দশক পুৰণি দলং ভাঙি ৯ জন নিহত

গুজৰাটৰ বদোদৰা জিলাত বুধবাৰে পুৱা এক অঘটন সংঘটিত হয়। এখন ৪ দশক পুৰণি দলং ভাঙি নদীত পৰি যায় কেইবাকনো বাহন। যাৰ ফলত মৃত্যু হয় ৯ জনকৈ লোকৰ। উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰে আন ৬ জনক। উদ্ধাৰ অভিযান এতিয়াও অব্যাহত আছে।

আজি বুধবাৰে পুৱা প্ৰায় ৭.৩০ মান বজাত ভাঙি পৰে দলংখন। উল্লেখযোগ্য যে ৯০০ মিটাৰ দৈৰ্ঘ্যৰ এই দলংখনে বদোদৰা আৰু আনন্দ জিলাক সংযোগ কৰিছে।

দলংখন ১৯৮৫ চনত নিৰ্মাণ কৰা হৈছিল আৰু ইয়াৰ মেৰামতি আৰু ৰক্ষণাবেক্ষণৰ কাম সময়ে সময়ে কৰা হৈছিল। মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে কাৰিকৰী বিশেষজ্ঞৰ এটা দলক সেই স্থানলৈ প্ৰেৰণ কৰি দলংখন ভাঙি পৰাৰ কাৰণসমূহৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে।

প্ৰাথমিক তথ্য অনুসৰি দুখন ট্ৰাক, এখন বলেৰো এছ ইউ ভি আৰু এখন পিকআপ ভ্যানকে ধৰি চাৰিখন বাহন দলংখন পাৰ হৈ গৈ থকা অৱস্থাত হঠাতে দলংখন ভাঙি মহিসাগৰ নদীত বাগৰি পৰে।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, বাহনসমূহ নদীত বাগৰি পৰাৰ পূৰ্বে এক প্ৰচণ্ড শব্দ শুনা যায়। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী, স্থানীয় আৰক্ষী আৰু বদোদৰা জিলা প্ৰশাসনে ততাতৈয়াকৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। স্থানীয় লোকেও আহতসকলক ধ্বংসাৱশেষৰ পৰা উলিয়াই আনিবলৈ সহায় কৰে।

এই পৰ্যন্ত তিনিজন লোকক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। স্থানীয় এজন বাসিন্দাই কয় যে, “এই দলংখন কেৱল যান-বাহন দুৰ্ঘটনাৰ বাবেই বিপজ্জনক নহয়, ইয়াত কেইবাটাও আত্মহত্যাৰ কাণ্ড সংঘটিত হৈছে। ইয়াৰ অৱস্থাৰ বিষয়ে বাৰে বাৰে সতৰ্কবাণী দিয়া হৈছিল, কিন্তু প্ৰশাসনে গুৰুত্ব নিদিলে।”

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BadodaraBridge Collapsegujrat
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?
বিনোদন

IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

August 12, 2026
ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!
ভাৰত

ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

August 12, 2026
ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?
প্ৰযুক্তি

ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

August 12, 2026
উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!
অপৰাধ

উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

August 12, 2026
Next Post
বৃহস্পতি – শুক্ৰ এক হৈ গজলক্ষ্মী ৰাজযোগ গঠন, ৪ ৰাশিৰ শিখৰত উঠিব ভাগ্য

বৃহস্পতি - শুক্ৰ এক হৈ গজলক্ষ্মী ৰাজযোগ গঠন, ৪ ৰাশিৰ শিখৰত উঠিব ভাগ্য

ভাইৰেল পোষ্ট, ব্ৰিটেইনৰ মুঠ জন্মগত বিসংগতিৰ ৩৩ শতাংশই পাকিস্তানী, কাৰণ…

ভাইৰেল পোষ্ট, ব্ৰিটেইনৰ মুঠ জন্মগত বিসংগতিৰ ৩৩ শতাংশই পাকিস্তানী, কাৰণ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.