কাছাৰৰ থালিগ্ৰামত দস্যু ৰিয়াজুদ্দিন লস্কৰৰ ৰাজত্ব। অবাধে চলাই গৈছে অবৈধ শিলৰ ছিণ্ডিকেট। ছিণ্ডিকেটক লৈ কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা।