শৰতক আদৰিবলৈ সাজু প্ৰকৃতি। কঁহুৱাৰ নান্দনিক সৌন্দৰ্যই হাত বাউলি মাতিছে সকলোকে। নদীৰ দুয়োপাৰে শুভ্ৰ কহুৱাৰ দলিচা।