• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘কৰ’না এতিয়া অতীত!’ পূজাস্থলীতে জয়া বচ্চনৰ মাস্কক লৈ কাজলে কি ক’লে?

6 months ago
ৰঙালী উদযাপনৰ বাবে অসমলৈ আহি আছে ৰবীনা টেণ্ডন! বেলতলা বিহুৰ বহাগী উৎসৱত ভাগ ল’ব অভিনেত্ৰীগৰাকীয়ে

3 hours ago
ভাৰতৰ প্ৰধানমন্ত্ৰী শিক্ষিত নোহোৱাৰ বাবে দেশত কি কি অসুবিধা হৈছে দেশত? সবিশেষ বুজাই ক’লে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে…

5 hours ago
মোবাইল ফোন আৱিষ্কাৰৰ ৫০ বছৰ! আৱিষ্কাৰক কুপাৰে ক’লে মোবাইল সৃষ্টি কৰাটোৱেই জীৱনত ডাঙৰ এটা ভুল হ’ল…

শিষ্যৰ হাততেই গুৰুৰ পৰাজয়! আইপিএলৰ প্ৰথম মেচত হাৰ্দিকৰ গুজৰাটৰ হাতত ধোনীৰ চেন্নাই পৰাস্ত হোৱাৰ বিশেষ ৫টা কাৰণ…

8 hours ago
বয়সৰ সৈতে নাৰীৰ শাৰীৰিক চাহিদা কিয় কমি যায়? কি কয় সমীক্ষাই…

পেৰাছিটামলৰ পৰা গৰ্ভনিৰোধক বড়ি! আজিৰে পৰা দাম বাঢ়িব এইকেইবিধ ঔষধৰ…

9 hours ago
IPLৰ উদ্বোধনী অনুষ্ঠানত বলীউড আউট! উদ্বোধনী অনুষ্ঠানত অৰিজিতৰ লগতে দাক্ষিণাত্যৰ অভিনেত্ৰীয়েহে কোবালে ছিক্স

1 day ago
ফাগুনে লঠঙা কৰা বিৰিখত ন কুঁহিপাত! সৰুসজাইতেই নহয়, বসন্ত আহিব অসমৰ প্ৰতিখন চহা গাঁৱতো…

গেৰুৱা নহয়, নীলা হ’ল বিজেপি! বিধানসভাত নীলা ছবি চোৱাৰ বাবেই দলটোৰেই নাম সলাই দিলে এইগৰাকী অভিনেতাই…

পৰিণীতি নহয় ৰাজনীতিৰ কথা সুধিবলৈ কৈ গোপনেই বিয়াত বহিল ৰাঘৱ! পৰিণীতি-ৰাঘৱৰ বিবাহৰ খবৰ জনালে ঘনিষ্ঠ সূত্ৰই

৪১ বছৰতেই ৫০০ সন্তানৰ পিতৃ! ‘দয়া কৰি আৰু পিতৃ নহ’ব’ বুলি আদালতে পঠিয়ালে জাননী

টোল গেটসমূহ মডাৰ্ণ আৰু মুক্ত ছিণ্ডিকেট! টোল গেটৰ টকাৰেই সৰুসজাইত বিহু পাতিব নেকিঃ সত্যৰঞ্জন বৰা

  • About
  • Advertise
  • Careers
Saturday, April 1, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

‘কৰ’না এতিয়া অতীত!’ পূজাস্থলীতে জয়া বচ্চনৰ মাস্কক লৈ কাজলে কি ক’লে?

editor by editor
October 5, 2022
in ক'ভিড-১৯, চিনেমা, জীৱনশৈলী, ফেশ্বন, বিনোদন, ভাৰত
0
‘কৰ’না এতিয়া অতীত!’ পূজাস্থলীতে জয়া বচ্চনৰ মাস্কক লৈ কাজলে কি ক’লে?
0
SHARES
292
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ‘মাস্ক কিয় পিন্ধিছে? মাস্কৰ বাবে মুখখন দেখিয়েই পোৱা নাই। খোলক এইখন।’ জয়া বচ্চনক দেখা মাত্ৰকে কাজলে ক’লে এই কথা। কৈয়েই শান্ত নহৈ কাজলে জয়া বচ্চনক মাস্ক খোলাইহে শান্ত হয়। মুম্বাইতো খুব ধুম-ধামেৰে অনুষ্ঠিত হৈছে দুৰ্গা পূজা।

কৰ’নাৰ বাবে বিগত দুটা বছৰৰ পিছত এইবাৰ পুনৰ উলহ-মালহেৰে উৎযাপিত হৈছে দুৰ্গোৎসৱ। ব্যতিক্ৰম নহয় মুম্বাইতো। কাজলে আয়োজন কৰা বিশেষ পূজখনতো এইবাৰ যেন প্ৰাণ ঘূৰি আহিছে। মাস্ক নিপিন্ধানকৈয়ে মা দুৰ্গাৰ আশিষ ল’ব পাৰিছে ভক্তগণে। তাৰ মাজতেই ব্যতিক্ৰমী ৰূপত মাস্ক পৰিহিতা জয়া বচ্চনক দেখি কাজলে জয়া বচ্চনকো কৰ’নাৰ ভয়াৱহতা কমি যোৱাৰ কথা প্ৰকাশ কৰে।

কাজলৰ এই বিশেষ পূজাখনত কেৱল জয়া বচ্চনকেই দেখা গৈছে এনে নহয়। বলীউডৰ ৰণবীৰ কাপুৰ, মণি ৰয়, ৰাণী মুখাৰ্জী, পত্ৰলেখাকে ধৰি বহু তাৰকাক দেখা গৈছে এই বিশেষ পূজাখনত।

প্ৰায় প্ৰতিসময়তে খঙাল এটা ৰূপ কেমেৰাৰ সন্মুখত তুলি ধৰা জয়া বচ্চনক কিন্তু কাজলৰ সৈতে পৃথক ৰূপত দেখা গৈছে। হাঁহি মুখেৰে জয়াই কাজলৰ সৈতে ভাৱ বিনিময় কৰা দেখা গ’ল এই বিশেষ পূজাখনত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBollywood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰঙালী উদযাপনৰ বাবে অসমলৈ আহি আছে ৰবীনা টেণ্ডন! বেলতলা বিহুৰ বহাগী উৎসৱত ভাগ ল’ব অভিনেত্ৰীগৰাকীয়ে
অসম

April 1, 2023
ভাৰতৰ প্ৰধানমন্ত্ৰী শিক্ষিত নোহোৱাৰ বাবে দেশত কি কি অসুবিধা হৈছে দেশত? সবিশেষ বুজাই ক’লে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে…
ভাৰত

ভাৰতৰ প্ৰধানমন্ত্ৰী শিক্ষিত নোহোৱাৰ বাবে দেশত কি কি অসুবিধা হৈছে দেশত? সবিশেষ বুজাই ক’লে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে…

April 1, 2023
মোবাইল ফোন আৱিষ্কাৰৰ ৫০ বছৰ! আৱিষ্কাৰক কুপাৰে ক’লে মোবাইল সৃষ্টি কৰাটোৱেই জীৱনত ডাঙৰ এটা ভুল হ’ল…
প্ৰযুক্তি

মোবাইল ফোন আৱিষ্কাৰৰ ৫০ বছৰ! আৱিষ্কাৰক কুপাৰে ক’লে মোবাইল সৃষ্টি কৰাটোৱেই জীৱনত ডাঙৰ এটা ভুল হ’ল…

April 1, 2023
শিষ্যৰ হাততেই গুৰুৰ পৰাজয়! আইপিএলৰ প্ৰথম মেচত হাৰ্দিকৰ গুজৰাটৰ হাতত ধোনীৰ চেন্নাই পৰাস্ত হোৱাৰ বিশেষ ৫টা কাৰণ…
ক্ৰীড়া

Next Post
এতিয়াও সন্ধানহীন দীপশিখা! উত্তৰাখণ্ডৰ হিমস্খলনত সন্ধানহীন অসমৰ পৰ্বতাৰােহী দীপশিখা হাজৰিকা

‘সাৱধান, দেশ ভঙাৰ পথত!’ প্ৰতিষ্ঠা দিৱসত আৰএছ এছ প্ৰধান মোহন ভাগৱতৰ মন্তব্যই দিছে কিহৰ ইংগিত?

'সাৱধান, দেশ ভঙাৰ পথত!’ প্ৰতিষ্ঠা দিৱসত আৰএছ এছ প্ৰধান মোহন ভাগৱতৰ মন্তব্যই দিছে কিহৰ ইংগিত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন