• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এতিয়াও সন্ধানহীন দীপশিখা! উত্তৰাখণ্ডৰ হিমস্খলনত সন্ধানহীন অসমৰ পৰ্বতাৰােহী দীপশিখা হাজৰিকা

এতিয়াও সন্ধানহীন দীপশিখা! উত্তৰাখণ্ডৰ হিমস্খলনত সন্ধানহীন অসমৰ পৰ্বতাৰােহী দীপশিখা হাজৰিকা

4 years ago
পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

41 minutes ago
গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

1 hour ago
এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

2 hours ago
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

3 hours ago
শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

3 hours ago
চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

4 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

এটাৰ পিছত আনটো বিতৰ্কত প্ৰেমানন্দ মহাৰাজৰ আশ্ৰম

4 hours ago
চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

5 hours ago
জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

6 hours ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

19 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

20 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

এতিয়াও সন্ধানহীন দীপশিখা! উত্তৰাখণ্ডৰ হিমস্খলনত সন্ধানহীন অসমৰ পৰ্বতাৰােহী দীপশিখা হাজৰিকা

editor by editor
October 5, 2022
in অসম, উত্তৰ-পূব, ভাৰত, ভ্ৰমণ
0
এতিয়াও সন্ধানহীন দীপশিখা! উত্তৰাখণ্ডৰ হিমস্খলনত সন্ধানহীন অসমৰ পৰ্বতাৰােহী দীপশিখা হাজৰিকা
0
SHARES
186
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ উত্তৰাখণ্ডত ভয়াৱহ প্রাকৃতিক দুৰ্যোগ। হিমস্খলনৰ ঘটনাত আৱদ্ধ হৈ পৰিছে ৩০ৰো অধিক পৰ্বতাৰোহী। উত্তৰাখণ্ডৰ উত্তৰ কাশী জিলাত সংঘটিত হৈছে এই ঘটনা। ‘দ্রৌপদী কা দাণ্ডা’ নামৰ পাহাৰৰ চূড়াত আৰোহণৰ চেষ্টা কৰোঁতেই এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। এই হিমস্খলনত ১০ জন পৰ্বতাৰোহীৰ মৃত্যু হোৱাৰ সন্দেহ। নিহত ১০ পৰ্বতাৰোহীৰ মাজত আছে অসমৰো দুই পৰ্বতাৰোহী।

সূত্ৰ অনুসৰি অসমৰ পৰা যোৱা দুই পৰ্বতাৰোহী ক্ৰমে ভাৰ্গৱ বৰা আৰু দীপশিখা বৰাৰ বৰ্তমানো কোনো সন্ধান হোৱা নাই। আনহাতে বৰ্তমানেও সন্ধানহীন হৈ আছে ১১জন পৰ্বতাৰোহী। উত্তৰ কাশীৰ নেহৰু মাউণ্টেনাৰিং ইনষ্টিটিউটৰ পৰ্বতাৰোহী আছিল আটাইকেইজন পৰ্বতৰোহী। প্ৰতিষ্ঠানটোৰ ২৫ জনীয়া প্ৰশিক্ষাৰ্থী পৰ্বতাৰোহী আৰু ৭জনীয়া প্ৰশিক্ষকৰ দলটোৱে উভতি অহাৰ পথতেই সংঘটিত হৈছে এই অঘটন। ১৬ হাজাৰ ফুট উচ্চতাত সংঘটিত হৈছে এই ভয়াৱহ হিমস্খলন। সন্ধানহীন পৰ্বতাৰোহীক উদ্ধাৰৰ বাবে ব্যাপক অভিযান চলাইছে উদ্ধাৰকাৰী দলে।

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে টুইট যোগে প্ৰকাশ কৰা অনুসৰি হিমস্খলনত আৱদ্ধ পৰ্বতাৰোহী প্ৰশিক্ষাৰ্থীসকলক উদ্ধাৰ কৰিবলৈ জিলা প্ৰশাসন, এন ডি আৰ এফ, এছ ডি আৰ এফ, সেনা আৰু আইটিবিপিৰ জোৱানসকলে দ্ৰুতগতিত উদ্ধাৰ অভিযান চলাইছে। আনহাতে ভাৰতীয় বায়ু সেনাই সাহায্য আৰু উদ্ধাৰ বাবে দুখন চিতা হেলিকপ্টাৰো প্ৰেৰণ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?
অসম

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

October 3, 2026
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ
বিশ্ব

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

October 3, 2026
চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা
অপৰাধ

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

October 3, 2026
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?
ভাৰত

এটাৰ পিছত আনটো বিতৰ্কত প্ৰেমানন্দ মহাৰাজৰ আশ্ৰম

October 3, 2026
Next Post
‘সাৱধান, দেশ ভঙাৰ পথত!’ প্ৰতিষ্ঠা দিৱসত আৰএছ এছ প্ৰধান মোহন ভাগৱতৰ মন্তব্যই দিছে কিহৰ ইংগিত?

'সাৱধান, দেশ ভঙাৰ পথত!’ প্ৰতিষ্ঠা দিৱসত আৰএছ এছ প্ৰধান মোহন ভাগৱতৰ মন্তব্যই দিছে কিহৰ ইংগিত?

জন্মৰ পৰাই কাণেৰে কম শুনে? এইকেইটা উপায়েৰে সুস্থ কৰি তুলিব পাৰিব আপোনাৰ শিশুটিক…

জন্মৰ পৰাই কাণেৰে কম শুনে? এইকেইটা উপায়েৰে সুস্থ কৰি তুলিব পাৰিব আপোনাৰ শিশুটিক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.