হয় ইস্তাফা, নহয় আত্মহত্যা। ভয়ংকৰ সিদ্ধান্তৰ বাবে সাজু এগৰাকী কৰ্মচাৰী। নিৰ্বাচনী বিষয়াৰ হাৰাশাস্তিৰ অভিযোগ। কলিয়াবৰ নিৰ্বাচনী বিষয়া বাৰ্বী হাজৰিকাৰ চৰম মইমতালি, অনৈতিক কাৰ্যকলাপৰ অভিযোগ। অত্যাচাৰ সহিব নোৱাৰি ভয়ংকৰ সিদ্ধান্তৰ বাবে সাজু তলতীয়া কৰ্মচাৰী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















