অসম লাইভ২৪ঃ অসুস্থ হৈ পৰিছে কলিজা আইতা৷
বাৰ্ধক্যজনিত কাৰণতেই বয়োজ্যেষ্ঠ আইতাকগৰাকী
কলিজা আইতাৰ অসুস্থাৰ খবৰ জনাইছে বৃদ্ধাশ্ৰম কৰ্তৃপক্ষই৷
চিকিৎসকৰ পৰামৰ্শ অনুসৰিয়েই কলিজা আইতাক চিকিৎসা প্ৰদান কৰি থকা বুলি জনাইছে বৃদ্ধাশ্ৰম কৰ্তৃপক্ষই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ