• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মৃত্যু আহে কোনবাটে, নাজানে কোনোৱে! নিশা হাঁহি-মাতি ভাত খাই, খন্তেক পাছতেই মৃত্যু সৰ্থেবাৰীৰ যুৱতী কমলিকাৰ…

মৃত্যু আহে কোনবাটে, নাজানে কোনোৱে! নিশা হাঁহি-মাতি ভাত খাই, খন্তেক পাছতেই মৃত্যু সৰ্থেবাৰীৰ যুৱতী কমলিকাৰ…

3 years ago
মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে!  শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে! শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

36 minutes ago
প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

1 hour ago
কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

2 hours ago
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

2 hours ago
শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

2 hours ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

3 hours ago
আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

3 hours ago
এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

4 hours ago
নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

4 hours ago
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

5 hours ago
মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

5 hours ago
ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মৃত্যু আহে কোনবাটে, নাজানে কোনোৱে! নিশা হাঁহি-মাতি ভাত খাই, খন্তেক পাছতেই মৃত্যু সৰ্থেবাৰীৰ যুৱতী কমলিকাৰ…

editor by editor
December 24, 2022
in অসম, জীৱনশৈলী, স্বাস্থ্য
0
মৃত্যু আহে কোনবাটে, নাজানে কোনোৱে! নিশা হাঁহি-মাতি ভাত খাই, খন্তেক পাছতেই মৃত্যু সৰ্থেবাৰীৰ যুৱতী কমলিকাৰ…
0
SHARES
7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভঃ মৃত্যু আহে কেতিয়া? কোনে বাৰু জানে? নাজানে কোনোৱে,নাজানে একোকে। এই ঘটনা সৰ্থেবাৰীত। নিশা শুই থকা অৱস্থাতেই মৃত্যুক সাবটি ল’লে এগৰাকী যুৱতীয়ে। কমলিকা ডেকা নামৰ যুৱতীগৰাকীয়ে নিশা ভাত খাই থকা অৱস্থাতে হঠাতে অসুস্থ হৈ পৰে। অসুস্থ কমলিকাক লগে লগে সৰ্থেবাৰী অসামৰিক চিকিৎসালয়লৈ লৈ যায় পৰিয়ালৰ লোকে। কিন্তু বিধিৰ কি বিধান! ক্ষন্তেক আগলৈকে হাঁহি-মাতি থকা কমলিকাক সৰ্থেবাৰী চিকিৎসালৰ পৰা ততাতৈয়াকৈ বৰপেটালৈ প্ৰেৰণ কৰা হয় যদিও বৰপেটা নাপালেগৈ কমলিকা। বাটতেই মৃত্যুক সাবটি লয় কমলিকাই।

কিন্তু কি এনে ৰোগত আক্ৰান্ত হৈছিল কমলিকা? শাৰীৰিকভাৱে সম্পূৰ্ণ সুস্থই আছিল কমলিকা বুলি জনাইছে পৰিয়ালৰ লোকে। কালি নিশা ভাত খাই থকাৰ সময়ত হঠাতেই অসুস্থ হৈ পৰা কমলিকা ডেকা সৰ্থেবাৰী পৌৰ সভাৰ ৫ নং ৱাৰ্ডৰ নিৰ্বাচিত অগপ প্ৰাৰ্থী আছিল আছিল।

উল্লেখ্য যে, কমলিকা ডেকা সৰ্থেবাৰী পৌৰ সভাৰ ৫ নং ৱাৰ্ডৰ নিৰ্বাচিত অগপ প্ৰতিনিধি আছিল। কমলিকা ডেকাৰ মৃত্যুত সমগ্ৰ সৰ্থেবাৰীত শোকৰ ছাঁ পৰিছে। শনিবাৰে পুৱা সৰ্থেবাৰী পৌৰসভাৰ কাৰ্যালয়ত সকলোৱে অন্তিম বিদায় জনায় কমলিকাক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে!  শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?
জীৱনশৈলী

মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে! শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

March 31, 2026
প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ
জীৱনশৈলী

প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

March 31, 2026
কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে
জীৱনশৈলী

কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

March 31, 2026
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই
জীৱনশৈলী

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

March 31, 2026
Next Post
মুক্তিৰ দিনাই অভিলেখ চাৰ্কাছৰ! চিনেমাপ্ৰেমীয়ে কৈছে সুদিন ঘূৰি আহিছে বলীউডৰ…

মুক্তিৰ দিনাই অভিলেখ চাৰ্কাছৰ! চিনেমাপ্ৰেমীয়ে কৈছে সুদিন ঘূৰি আহিছে বলীউডৰ...

বিবাহৰ ৩১ বছৰ পাছত ৰহস্য ফাদিল! ফুলশয্যাৰ নিশাই পত্নী গৌৰীক এৰি কোন নায়িকাক লগ কৰিবলৈ গৈছিল কিং শ্বাহৰুখ…

বিবাহৰ ৩১ বছৰ পাছত ৰহস্য ফাদিল! ফুলশয্যাৰ নিশাই পত্নী গৌৰীক এৰি কোন নায়িকাক লগ কৰিবলৈ গৈছিল কিং শ্বাহৰুখ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.