• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

1 month ago
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

9 hours ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

9 hours ago
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

10 hours ago
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

10 hours ago
ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

10 hours ago
Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

11 hours ago
IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

12 hours ago
শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

13 hours ago
ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

13 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

14 hours ago
সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

15 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

বাবা ৰামদেৱকো নেৰিলে কংগনাই

editor by editor
August 19, 2026
in চিনেমা, বিনোদন, বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কিছুদিন পূৰ্বে GenZক লৈ অভিনেত্ৰী তথা সাংসদ কংগনা ৰানাৱটৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল যোগগুৰু বাবা ৰামদেৱে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এটা অনুষ্ঠানত কংগনাৰ মন্তব্যৰ সমালোচনা কৰি তেওঁ যুৱপ্ৰজন্মক ‘গাটাৰ জেনেৰেচন’ বুলি কোৱাটো লেতেৰা মানসিকতাৰ পৰিচায়ক বুলি মন্তব্য কৰিছিল। এই মন্তব্যৰ পিছতে এইবাৰ বাবা ৰামদেৱক কঠোৰ ভাষাৰে প্ৰত্যুত্তৰ দিছে কংগনা ৰানাৱটে।

নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত বাবা ৰামদেৱৰ বক্তব্য সম্পৰ্কীয় সংবাদ মাধ্যমৰ এটা স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি কংগনাই লিখিছে, “বাবাজী, মোৰ যৌৱন আৰু শোৱা কোঠাৰ বিষয়ে দিবাস্বপ্নত নাথাকিব। উৰাবাতৰি আৰু গুজৱৰ ভিত্তিত যিকোনো ব্যক্তিয়েই যিকোনো কথা ধৰি ল’ব পাৰে। অন্ততঃ মোক মিছা আৰু অপপ্ৰচাৰমূলক দাবীৰ বাবে উচ্চতম ন্যায়ালয়ে ধমক দিয়া নাই। এয়া সত্য, এয়া কোনো গুজৱ নহয়।” কংগনাৰ এই মন্তব্যৰ পিছতে দুয়োৰে মাজৰ বাকযুদ্ধই নতুন চৰ্চাৰ সৃষ্টি কৰিছে।

কংগনাক লৈ কি কৈছিল বাবা ৰামদেৱে?

‘TV9 ভাৰতবৰ্ষ সত্তা সন্মিলন উত্তৰাখণ্ড’ অনুষ্ঠানত বাবা ৰামদেৱক কংগনা ৰানাৱটৰ GenZ সম্পৰ্কীয় মন্তব্যৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল। ইয়াৰ উত্তৰত তেওঁ কংগনাৰ অতীত আৰু ব্যক্তিগত জীৱনক লৈও মন্তব্য কৰে। বাবা ৰামদেৱে কয়, “তেওঁৰ অৰ্হতা কেনেকুৱা? শৈশৱ কেনেকুৱা আছিল? যৌৱন কেনেকুৱা আছিল? অতীতৰ শোষণ কেনেকুৱা আছিল? মই এনে মানুহৰ কথা ক’ব নিবিচাৰো।” ইয়াৰ পিছতে তেওঁ যুৱপ্ৰজন্মক ‘নলাৰ প্ৰজন্ম’ বুলি কোৱাটোও সমালোচনা কৰে। তেওঁৰ মতে, কোনো যুৱপ্ৰজন্মক এনেদৰে অভিহিত কৰাটো লেতেৰা মানসিকতাৰ পৰিচায়ক আৰু সংশ্লিষ্ট দলৰ সদস্যসকলে এই কথাটো গুৰুত্বসহকাৰে বিবেচনা কৰা উচিত।

অনুষ্ঠানটোত কংগনা ৰানাৱট বাবা ৰামদেৱৰ যোগৰ অনুৰাগী আৰু নিজকে সনাতনী বুলি পৰিচয় দিয়ে বুলি উল্লেখ কৰা হৈছিল। ইয়াৰ উত্তৰত বাবা ৰামদেৱে কয় যে কোনোবাই তেওঁৰ প্ৰশংসা কৰিলে বা যোগৰ প্ৰশংসা কৰিলে বুলিয়েই তেওঁ সেই ব্যক্তিৰ ভুল বা অপৰাধ ঢাকি ৰাখিব নোৱাৰে। তেওঁ লগতে কয় যে যুৱপ্ৰজন্মৰ ভিতৰত সমাজৰ সকলো শ্ৰেণীৰ লোকৰ সন্তান আছে—ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, দলিত, জনজাতি আৰু অনুসূচিত জাতিৰ যুৱক-যুৱতীও ইয়াৰ অংশ। সেয়ে সমগ্ৰ যুৱপ্ৰজন্মক একেলগে লক্ষ্য কৰি কোনো নেতিবাচক মন্তব্য কৰা উচিত নহয় বুলি তেওঁ মত প্ৰকাশ কৰে। বাবা ৰামদেৱৰ মতে, বৰ্তমানৰ যুৱপ্ৰজন্ম এটা বৃহৎ শক্তি আৰু এই শক্তিক কোনো কাৰণতে অস্বীকাৰ কৰিব নোৱাৰি। ইফালে, বাবা ৰামদেৱৰ এই বক্তব্যৰ প্ৰতিক্ৰিয়াত কংগনাই ব্যক্তিগত জীৱন আৰু যৌৱনক লৈ মন্তব্য কৰাৰ বাবে তেওঁক কঠোৰ ভাষাৰে সমালোচনা কৰিছে। ফলত দুয়োৰে মাজৰ এই বাক-বিতণ্ডাই সামাজিক মাধ্যমতো যথেষ্ট চৰ্চা লাভ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24baba raamdevkangaba ranaut
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?
জীৱনশৈলী

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

September 30, 2026
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…
জীৱনশৈলী

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

September 30, 2026
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত
বিনোদন

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

September 30, 2026
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

September 30, 2026
Next Post
SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.