• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যৌন উৎপীড়নৰ বলি হৈছিল কংগণা ৰাণাৱট, কেতিয়া আৰু কোনে কৰিছিল যৌন নিৰ্যাতন?

যৌন উৎপীড়নৰ বলি হৈছিল কংগণা ৰাণাৱট, কেতিয়া আৰু কোনে কৰিছিল যৌন নিৰ্যাতন?

4 years ago
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

10 minutes ago
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

36 minutes ago
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

1 hour ago
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

2 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

3 hours ago
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

3 hours ago
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

4 hours ago
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

4 hours ago
ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

5 hours ago
ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

6 hours ago
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

6 hours ago
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

যৌন উৎপীড়নৰ বলি হৈছিল কংগণা ৰাণাৱট, কেতিয়া আৰু কোনে কৰিছিল যৌন নিৰ্যাতন?

editor by editor
April 25, 2022
in অপৰাধ, চিনেমা, বিনোদন
0
যৌন উৎপীড়নৰ বলি হৈছিল কংগণা ৰাণাৱট, কেতিয়া আৰু কোনে কৰিছিল যৌন নিৰ্যাতন?
0
SHARES
399
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলিউদৰ মোহময়ী অভিনেত্ৰী তথা বিতৰ্কৰ কুইন কংগণা ৰাণাৱটে যৌন নিৰ্যাতনৰ সন্মুখীন হৈছিল৷ এই কথা খোদ বিতৰ্কিত অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে৷

লোক আপ নামৰ এটা ধাৰাবাহিক ৰিয়েলিট শ্ব’ত কংগণা ৰাণাৱটে এই কথা প্ৰকাশ কৰি কয় যে তেওঁ মাত্ৰ ৬ বছৰ বয়সতে যৌন উৎপীড়নৰ সন্মুখীন হৈছিল৷

শ্ব’টোৰ এগৰাকী প্ৰতিযোগী মুনৱাৰ ফাৰুকীয়ে তেওঁ শিশুকালত যৌন উৎপীড়নৰ সন্মুখীন হোৱাৰ অভিজ্ঞতাৰ কথা প্ৰকাশ কৰাৰ সময়তে বলিউদৰ অভিনেত্ৰীগৰাকীয়ে তেওঁৰ অতীত জীৱনৰ কথা শ্বেয়াৰ কৰিবলৈ বিচাৰে৷ প্ৰতিযোগী ফাৰুকীয়ে শ্ব’টোত মাত্ৰ পাঁচবছৰ বয়সতে দুগৰাকীৰ আত্মীয় দ্বাৰা সন্মুখীন হোৱা যৌন উৎপীড়নৰ কথা প্ৰকাশ কৰে৷

লগতে পঢ়ক সমাপ্ত হ’ল দুবছৰীয়া প্ৰেমৰ সম্বন্ধ। দুখত ভাগিছে অনুৰাগী!

ইয়াৰ পিছতে অতীত অৰ্থাৎ শৈশৱৰ কথা শ্বেয়াৰ কৰি কংগণা ৰাণাৱটে কয় যে তেওঁ মাত্ৰ ৬ বছৰ বয়সতে যৌন উৎপীড়নৰ সন্মুখীন হৈছিল৷

‘‘সকলোৱে শৈশৱত এনেধৰণৰ স্পৰ্শৰ সন্মুখীন হৈ আহিছে৷ মই নিজেই ইয়াৰ সাক্ষী৷ যেতিয়া মই খুবেই সৰু আছিলো, আমাৰ চহৰতে এজন মোতকৈ কিছু বয়সত ডাঙৰ লোক আছিল৷ তেওঁ মোৰ গোপনীয় স্থানসমূহত স্পৰ্শ কৰিছিল৷’’ অভিনেত্ৰী কংগণাই কয়৷

কংগণাই  লগতে কয়, ‘‘কিন্তু সেই সময়ত মই তেওঁৰ উদ্দেশ্য বুজি পোৱা নাছিলো৷’’

লগতে পঢ়ক গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন… মহানগৰবাসীলৈ অগপৰ ধন্যবাদ জ্ঞাপন

‘‘আৰু নিজৰ যৌনাকাংক্ষা পূৰণ  কৰিবলৈ তেওঁ আমাক ফোন কৰি মাতিছিল আৰু আমাৰ কাপোৰ খুলিবলৈ দিছিল আৰু গোটেই শৰীৰটোক চাইছিল৷ তেতিয়া আমি মাত্ৰ ৬ বছৰীয়া আছিলো৷’’ সন্মুখীন হোৱা যৌন উৎপীড়ণৰ সবিশেষ বৰ্ণনা কৰি কংগণা ৰাণাৱটে কয়৷

অৱশ্যে, ঘটনাটোৰ সম্পৰ্কে বিৱৰি ক’লেও অভিনেত্ৰী কংগণা ৰাণাৱটে সেই লোকজনৰ পৰিচয় ৰাজহুৱা কৰা নাই৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamkangaba ranaut
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী
ক্ৰীড়া

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

March 11, 2026
বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ
ক্ৰীড়া

বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

March 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত
ক্ৰীড়া

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

February 9, 2026
Next Post
কোটি কোটি অনুৰাগীৰ বুকুত আঘাত! বাগদান সম্পন্ন হ’ল চেলেনা গুমেজৰ!

কোটি কোটি অনুৰাগীৰ বুকুত আঘাত! বাগদান সম্পন্ন হ’ল চেলেনা গুমেজৰ!

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে আপত্তিজনক টুইট : দলিত বিধায়ক জিগনেশ মেৱানীৰ জামিন লাভ

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে আপত্তিজনক টুইট : দলিত বিধায়ক জিগনেশ মেৱানীৰ জামিন লাভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.