• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে আপত্তিজনক টুইট : দলিত বিধায়ক জিগনেশ মেৱানীৰ জামিন লাভ

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে আপত্তিজনক টুইট : দলিত বিধায়ক জিগনেশ মেৱানীৰ জামিন লাভ

4 years ago
PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক

PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক

9 minutes ago
‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা

‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা

27 minutes ago
“মৰম কৰাটো বিচাৰো, কিন্তু সীমা চেৰালে ভাল নালাগে”, বিকৃত ফটো আপলোডকলৈ মন্তব্য কণ্ঠশিল্পী দীপান্বিতাৰ

“মৰম কৰাটো বিচাৰো, কিন্তু সীমা চেৰালে ভাল নালাগে”, বিকৃত ফটো আপলোডকলৈ মন্তব্য কণ্ঠশিল্পী দীপান্বিতাৰ

46 minutes ago
জুলাই মাহত সাৱধানে থাকক ৪ ৰাশিৰ লোক, হ’ব আৰ্থিক ক্ষতি!

৭ ছেপ্টেম্বৰৰ পৰা শনি-বুধৰ সমসপ্তক যোগ, কোন ৩টা ৰাশি হ’ব মালামাল?

2 hours ago
Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

2 hours ago
জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

3 hours ago
হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

4 hours ago
৮ম দৰমহা আয়োগত সলনি হ’ব পেঞ্চনৰ নিয়ম, ১০০% পৰ্যন্ত পেঞ্চনৰ পৰিকল্পনা

8th Pay Commission: কোনবোৰ কৰ্মচাৰীৰ নতুন দৰমহা কাৰ্যকৰী হোৱাৰ লগে লগে গৃহ ভাট্টা দুগুণ হ’ব!

5 hours ago
ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

6 hours ago
Post Office SCSS: প্ৰতিমাহে  পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

Post Office SCSS: প্ৰতিমাহে পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

6 hours ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

19 hours ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে আপত্তিজনক টুইট : দলিত বিধায়ক জিগনেশ মেৱানীৰ জামিন লাভ

editor by editor
April 25, 2022
in অসম, ভাৰত, ৰাজনীতি
0
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে আপত্তিজনক টুইট : দলিত বিধায়ক জিগনেশ মেৱানীৰ জামিন লাভ
0
SHARES
67
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গুজৰাটৰ দলিত বিধায়ক জিগনেশ মেৱানীয়ে জামিন লাভ কৰিছে৷ সোমবাৰে কোকৰাঝাৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে গুজৰাটৰ দলিত বিধায়কগৰাকীৰ জামিন মঞ্জুৰ কৰিছে।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সম্পৰ্কে দুটাকৈ আপত্তিজনক আৰু অপমানজনক টুইট কৰাৰ অভিযোগত কোকৰাঝাৰ আৰক্ষীয়ে বিধায়ক জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰিছিল৷

যোৱা বৃহস্পতিবাৰে অসমৰ কোকৰাঝাৰ আৰক্ষীৰ এটা দলে গুজৰাটৰ পালানপুৰৰ পৰা বিধায়ক মেৱানীক গ্ৰেপ্তাৰ কৰি আনিছিল৷

লগতে পঢ়ক যৌন উৎপীড়নৰ বলি হৈছিল কংগণা ৰাণাৱট, কেতিয়া আৰু কোনে কৰিছিল যৌন নিৰ্যাতন?

বিধায়ক মেৱানীৰ বিৰুদ্ধে কোকৰাঝাৰৰ এগৰাকী বিজেপিৰ নেতাই কোকৰাঝাৰ সদৰ আৰক্ষী থানাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰদ্ধে আপত্তিজনক তথা অপমানজনক টুইট কৰাৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰিছিল৷

উক্ত গোচৰত গ্ৰেপ্তাৰ হোৱা মেৱানীৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি সোমবাৰে কোকৰাঝাৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জামিন প্ৰদান কৰিছে৷ আদালতে ৩০ হাজাৰ টকা বণ্ড আৰু পাঁচটা চৰ্তৰ বিনিময়ত জামিন মঞ্জুৰ কৰে।

লগতে পঢ়ক সাংসদ পত্নী আৰু বিধায়ক স্বামীক জে’ললৈ নিক্ষেপ, কিয় জে’ললৈ গ’ল জনপ্ৰতিনিধি দম্পতী?

বিধায়কগৰাকীক আন কোনো গোচৰত অভিযুক্ত নকৰিলে শীঘ্ৰেই মুকলি আকাশৰ তললৈ ওলাই আহিব।

উল্লেখ্য যে গুজৰাটৰ দলিত নেতা জিগনেশ মেৱানী ভাডগম বিধানসভা সমষ্টিৰ বৰ্তমানৰ বিধায়ক৷ মেৱানীয়ে আগন্তুক গুজৰাট বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamGujarat MLA Jignesh MevaniJignesh Mevani bail grantsMLA Jignesh Mevani
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা
ভাৰত

‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা

September 6, 2026
হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?
ভাৰত

হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

September 6, 2026
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক
অসম

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

September 5, 2026
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে
ভাৰত

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

September 5, 2026
Next Post
ক্ৰমাগত দ্বিতীয়বাৰলৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত ইমানুৱেল মেক্ৰ’ণ

ক্ৰমাগত দ্বিতীয়বাৰলৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত ইমানুৱেল মেক্ৰ’ণ

৬৬ বছৰত দ্বিতীয় বিবাহ কৰাব এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰে, কইনা কোন?

৬৬ বছৰত দ্বিতীয় বিবাহ কৰাব এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰে, কইনা কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.