• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৬৬ বছৰত দ্বিতীয় বিবাহ কৰাব এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰে, কইনা কোন?

৬৬ বছৰত দ্বিতীয় বিবাহ কৰাব এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰে, কইনা কোন?

4 years ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণে দেখুৱাইছে যাদু! আজি কিমান হৈছে সোণ-ৰূপৰ মূল্য?

33 minutes ago
চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

55 minutes ago
বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

1 hour ago
২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

2 hours ago
অষ্টম দৰমহা আয়োগত কি ভিত্তিত বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা?

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে ৫টা ডাঙৰ আপডেট! দৰমহা আৰু পেঞ্চন কেতিয়া বৃদ্ধি পাব জানক 

2 hours ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

3 hours ago
যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

4 hours ago
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

4 hours ago
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

6 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভয়? এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰিলে পাব যথেষ্ট লাভ

6 hours ago
আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

7 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

৬৬ বছৰত দ্বিতীয় বিবাহ কৰাব এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰে, কইনা কোন?

editor by editor
April 25, 2022
in ক্ৰীড়া, ভাৰত
0
৬৬ বছৰত দ্বিতীয় বিবাহ কৰাব এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰে, কইনা কোন?
0
SHARES
189
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৬৬ বছৰ বয়সত জীৱনৰ তৃতীয় ইংনিছ আৰম্ভ কৰিবলৈ সাজু হৈছে ভাৰতৰ এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰে৷ অৰ্থাৎ দ্বিতীয় বিবাহ কৰিবলৈ সাজু হৈছে ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ এগৰাকীয়ে৷

দ্বিতীয় বিবাহৰ বাবে সাজু প্ৰাক্তন ক্ৰিকেটাৰগৰাকী হৈছে অৰুণ লাল৷ অৰুণ লাল এসময়ৰ ভাৰতীয় ক্ৰিকেট দলৰ অ’পেনাৰ বেটছমেন আছিল৷

অহা ২ মে’ত সম্পন্ন হ’বলগীয়া অৰুণ লালৰ কইনাগৰাকীৰ নাম হৈছে বুলবুল সাহা৷ বুলবুল সাহাৰ বয়স হৈছে ৩৮ বছৰ৷ অৰ্থাৎ বুলবুল সাহা অৰুণ লালতকৈ প্ৰায় ২৮ বছৰ সৰু৷

লগতে পঢ়ক প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে আপত্তিজনক টুইট : দলিত বিধায়ক জিগনেশ মেৱানীৰ জামিন লাভ

ইতিমধ্যে অৰুণ লাল আৰু বুলবুল সাহাৰ বিয়াৰ সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে৷ অতিথিসকলকো নিমন্ত্ৰণ কৰা হৈছে৷ বিবাহ অনুষ্ঠানত প্ৰাক্তন ভাৰতীয় দলৰ অধিনায়ক তথা বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলীসহ বংগ ক্ৰিকেট দলৰ খেলুৱৈসকলৰ লগতে কৰ্মকৰ্তাসকল উপস্থিত থাকিব৷ উল্লেখ্য অৰুণ লাল বৰ্তমান বংগ ৰঞ্জী ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক৷

ইফালে সংবাদ মাধ্যমৰ বাতৰি অনুসৰি অৰুণ লাল আৰু বুলবুল সাহাৰ বাগদান এমাহৰ পূৰ্বেই সম্পন্ন হৈ গৈছে৷ আনহাতে, অৰুণ লালৰ প্ৰথমা পত্নী ৰীণা এতিয়াও জীৱিত৷ ইতিমধ্যে অৰুণ লালে প্ৰথমা পত্নীৰে বুজাবুজিৰে বিবাহ বিচ্ছেদ কৰিছে৷ অৱশ্যে ৰীণা এতিয়া অসুস্থ বুলি জানিব পৰা গৈছে৷ প্ৰকাশিত খবৰ মতে বিয়াৰ পিছত বুলবুলে ৰীণাৰ যত্ন ল’ব৷

লগতে পঢ়ক কোটি কোটি অনুৰাগীৰ বুকুত আঘাত! বাগদান সম্পন্ন হ’ল চেলেনা গুমেজৰ!

উল্লেখযোগ্য যে অৰুণ লালে ১৯৮২ৰ পৰা ১৯৮৯ চনলৈ ভাৰতীয় দলৰ হৈ ১৬খন টেষ্ট আৰু ১৬খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত অংশ লৈছিল।

২০০১ চনত ঘৰুৱা ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা অৰুণ লালে ২০১৬ চনত হনুৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল। অৱসৰ গ্ৰহণ কৰাৰ পিছতে তেওঁ ধাৰাভাষ্যকাৰৰ পেচা গ্ৰহণ কৰে৷

মাৰাত্মক কেন্সাৰৰ পৰা সুস্থ হৈ উঠি অৰুণ লালে প্ৰশিক্ষণৰ কেৰিয়াৰ আৰম্ভ কৰে। তেওঁৰ প্ৰশিক্ষণতে বংগ ক্ৰিকেট দলে ৰঞ্জী ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছিল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamformer cricketer arun lal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!
ভাৰত

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

July 27, 2026
আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ
ভাৰত

আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

July 26, 2026
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?
বিশ্ব

হাইঠা মাটিত পৰিল! হঠাৎ কিয় ভাৰতৰ প্ৰতি নৰম হ’ল ড’নাল্ড ট্ৰাম্প?

July 25, 2026
কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ
বাণিজ্য

কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

July 25, 2026
Next Post
মহানগৰীত চাঞ্চল্যকৰ ঘটনা : তিনিমহলাৰ পৰা বনকৰা কিশোৰীক পেলাই দিলে মালিকনীয়ে

মহানগৰীত চাঞ্চল্যকৰ ঘটনা : তিনিমহলাৰ পৰা বনকৰা কিশোৰীক পেলাই দিলে মালিকনীয়ে

মুকেশ আম্বানীক পিছ পেলালে আদানীয়ে, বিশ্বৰ কেই নম্বৰ ধনী ব্যক্তি হ’ল গৌতম আদানী?

মুকেশ আম্বানীক পিছ পেলালে আদানীয়ে, বিশ্বৰ কেই নম্বৰ ধনী ব্যক্তি হ’ল গৌতম আদানী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.