• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফেট ৰিমুভেল অস্ত্ৰোপচাৰ কৰি মৃত্যু দক্ষিণৰ জনপ্ৰিয় ২১ বছৰীয়া অভিনেত্ৰীৰ

ফেট ৰিমুভেল অস্ত্ৰোপচাৰ কৰি মৃত্যু দক্ষিণৰ জনপ্ৰিয় ২১ বছৰীয়া অভিনেত্ৰীৰ

4 years ago
২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

20 minutes ago
NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

32 minutes ago
কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

3 hours ago
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

3 hours ago
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

4 hours ago
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

4 hours ago
আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

5 hours ago
উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

5 hours ago
ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

7 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

7 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

9 hours ago
কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ফেট ৰিমুভেল অস্ত্ৰোপচাৰ কৰি মৃত্যু দক্ষিণৰ জনপ্ৰিয় ২১ বছৰীয়া অভিনেত্ৰীৰ

editor by editor
May 17, 2022
in চিনেমা, ভাৰত
0
ফেট ৰিমুভেল অস্ত্ৰোপচাৰ কৰি মৃত্যু দক্ষিণৰ জনপ্ৰিয় ২১ বছৰীয়া অভিনেত্ৰীৰ
0
SHARES
326
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মংগলবাৰে বাংগালুৰুৰ এখন চিকিৎসালয়ত এক চাঞ্চল্যকৰ তথা কৰুণ ঘটনা সংঘটিত হৈছে৷

ঘটনাৰ বিৱৰণীৰ অনুসৰি ফেট ৰিমুভেল অস্ত্ৰোপচাৰ কৰি থকা অৱস্থাত এগৰাকী ২১ বছৰীয়া কানাড়া অভিনেত্ৰীয়ে কৰুণ মৃত্যুক আকোৱালি লয়।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি পিতৃ-মাতৃৰ অজ্ঞাতে অভিনেত্ৰীগৰাকীয়ে ফেট ৰিমুভেলৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰিছিল। অস্ত্ৰোপচাৰৰ সময়ত মৃত্যু হোৱা যুৱতী অভিনেত্ৰীগৰাকীৰ নাম চেতনা ৰাজ৷ তেওঁ সৰু পৰ্দাৰ অভিনেত্ৰী আছিল৷

লগতে পঢ়ক যৌন সম্পৰ্কৰ সন্তুষ্টি বয়সৰ ওপৰত নিৰ্ভৰ কৰে নেকি? গৱেষণাই কি কয়?

বাংগালুৰুৰ আব্বিগেৰেৰ বাসিন্দা আছিল চেতনা ৰাজ। অস্ত্ৰোপচাৰৰ সময়ত হাওঁফাওঁত পানী জমা হোৱাৰ বাবেই মৃত্যু হোৱা বুলি চিকিৎসালয় কৰ্তৃপক্ষই প্ৰকাশ কৰিছে।

ইফালে এই কৰুণ ঘটনাটো পোহৰলৈ অহাৰ লগে লগে পৰিয়ালে অস্ত্ৰোপচাৰ বিশেষজ্ঞসকলৰ গাফিলতিৰ বাবেই অভিনেত্ৰী চেতনা ৰাজৰ মৃত্যু হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

চেতনা ৰাজে জনপ্ৰিয় ধাৰাবাহিক ‘গীতা’, ‘ডৰেছানী’, ‘অলাভিনা নীলদানা’ আদিত অভিনয় কৰিছিল। কানাড়া চিনেমা ‘হাৱায়ামী’তো অভিনয় কৰিছিল চেতনাই।

লগতে পঢ়ক মাত্ৰ এই নিয়ম মানি চলক, এতিয়াৰ পৰা গাড়ীত উঠিলেও বমি নহয় আৰু আপোনাৰ

শেহতীয়াকৈ চেতনা ৰাজৰ পিতৃ গোবিন্দ ৰাজে সদৰী কৰা মতে যোৱা সোমবাৰে পুৱা ৮.৩০ বজাত তেওঁৰ কন্যাক চিকিৎসালয়ত অস্ত্ৰোপচাৰৰ বাবে ভৰ্তি কৰোৱা বুলি জানিব পাৰিছে। তেওঁলোকে অৱগত হোৱাৰ পূৰ্বেই চিকিৎসকৰ দলে চেতনা ৰাজৰ অস্ত্ৰোপচাৰ আৰম্ভ কৰিছিল।

অস্ত্ৰোপচাৰৰ পিছতে সন্ধিয়ালৈ চেতনা ৰাজৰ হাওঁফাওঁত পানী আৰু চৰ্বিৰ পৰিমাণ বৃদ্ধি হোৱাৰ ফলত তেওঁ শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ সন্মুখীন হৈছিল বুলি প্ৰকাশ কৰা হৈছে৷ ইফালে অস্ত্ৰোপচাৰ সম্পন্ন কৰা চিকিৎসালয়খনৰ আই চি ইউত কোনো ধৰণৰ উপযুক্ত সা-সুবিধা নাছিল বুলিও চেতনাৰ পিতৃয়ে অভিযোগ কৰিছে।

পিতৃৰ মতে অভিনেত্ৰী চেতনা ৰাজে তেওঁলোকৰ পৰা ফেট ৰিমুভেলৰ অস্ত্ৰোপচাৰৰ অনুমতি বিচাৰিছিল যদিও পৰিয়ালৰ লোকে অস্ত্ৰোপচাৰ কৰিবলৈ বাধা প্ৰদান কৰিছিল৷ সেয়ে চেতনাই পৰিয়ালৰ অজ্ঞাতে অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত লৈছিল৷

লগতে পঢ়ক বাওঁ আঁঠুত ভৰ দি প্ৰেমৰ প্ৰস্তাৱ কিয় আগবঢ়োৱা হয়? কি গোপন ৰহস্য আছে?

‘‘চিকিৎসালয়ৰ গাফিলতিৰ বাবে মোৰ কন্যাৰ মৃত্যু হৈছে। তেওঁলোকে অভিভাৱকৰ সন্মতি আৰু উপযুক্ত সঁজুলি অবিহনে অস্ত্ৰোপচাৰ কৰিছে।’’ চেতনাৰ পিতৃ সংবাদ মাধ্যমৰ আগত কয়৷

‘‘মোৰ ছোৱালীজনী স্বাস্থ্যৱতী আৰু উদ্যমী আছিল। তেওঁ সম্পূৰ্ণ সুস্থ আছিল। বন্ধু-বান্ধৱীৰ সৈতে হস্পিতাললৈ গৈছিল। কোনোবাই তাইক পৰামৰ্শ দিছে যে তাইৰ কঁকালত চৰ্বি বেছি আছিল আৰু পৰিয়ালৰ কোনো সদস্যৰ পৰামৰ্শ নোলোৱাকৈ তাই অস্ত্ৰোপচাৰৰ বাবে আহিছিল। মই চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিম।’’ অভিনেত্ৰী চেতনা ৰাজৰ পিতৃ গোবিন্দ ৰাজে কয়৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24at removal surgeryaxom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamChetana RajTollywood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?
অসম

২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

March 19, 2026
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?
জীৱনশৈলী

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

March 19, 2026
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?
জীৱনশৈলী

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

March 19, 2026
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?
নিয়োগ

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

March 19, 2026
Next Post
৯ গৰাকী পত্নী! এগৰাকীয়েই হ’ব পাৰিব মাতৃ! কি নিয়ম কৰিলে স্বামীয়ে?

৯ গৰাকী পত্নী! এগৰাকীয়েই হ’ব পাৰিব মাতৃ! কি নিয়ম কৰিলে স্বামীয়ে?

কিশোৰীক ডিজিটেল ধৰ্ষণ কৰি গ্ৰেপ্তাৰ হ’ল ৮১ বছৰীয়া স্কেচ শিল্পী, কি এই ডিজিটেল ধৰ্ষণ?

কিশোৰীক ডিজিটেল ধৰ্ষণ কৰি গ্ৰেপ্তাৰ হ’ল ৮১ বছৰীয়া স্কেচ শিল্পী, কি এই ডিজিটেল ধৰ্ষণ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.