• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধুনীয়া হ’বলৈ অভিনেত্ৰীৰ মুখৰ অস্ত্ৰোপচাৰ! বিকৃত হৈ এতিয়া ঘৰৰ পৰা উলাব নোৱাৰাৰ অৱস্থা

ধুনীয়া হ’বলৈ অভিনেত্ৰীৰ মুখৰ অস্ত্ৰোপচাৰ! বিকৃত হৈ এতিয়া ঘৰৰ পৰা উলাব নোৱাৰাৰ অৱস্থা

4 years ago
বিলাসী জীৱন বিচাৰে নেকি? তেন্তে বিয়া পাতক এইটো মূল্যাংকৰ ছোৱালীক!

বিলাসী জীৱন বিচাৰে নেকি? তেন্তে বিয়া পাতক এইটো মূল্যাংকৰ ছোৱালীক!

23 minutes ago
৮ জুনত ভাগ্য উদয়ৰ সংকেত, কোন ৰাশিৰ জাতক-জাতিকাই পাব শুভ সংবাদ জানক

৮ জুনত ভাগ্য উদয়ৰ সংকেত, কোন ৰাশিৰ জাতক-জাতিকাই পাব শুভ সংবাদ জানক

55 minutes ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

2 hours ago
আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া

আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া

2 hours ago
 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

2 hours ago
‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

3 hours ago
REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ

REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ

3 hours ago
Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

4 hours ago
মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

4 hours ago
লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

5 hours ago
৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

5 hours ago
ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে

ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ধুনীয়া হ’বলৈ অভিনেত্ৰীৰ মুখৰ অস্ত্ৰোপচাৰ! বিকৃত হৈ এতিয়া ঘৰৰ পৰা উলাব নোৱাৰাৰ অৱস্থা

editor by editor
June 20, 2022
in চিনেমা, বিবিধ
0
ধুনীয়া হ’বলৈ অভিনেত্ৰীৰ মুখৰ অস্ত্ৰোপচাৰ! বিকৃত হৈ এতিয়া ঘৰৰ পৰা উলাব নোৱাৰাৰ অৱস্থা
0
SHARES
10k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এগৰাকী অভিনেত্ৰীয়ে সুন্দৰী হ’বলৈ নিজৰ মুখমণ্ডল অস্ত্ৰোপচাৰ কৰি সম্পূৰ্ণৰূপে নষ্ট কৰি পেলালে৷ চিকিৎসকৰ ভুল চিকিৎসাৰ ফলতে অভিনেত্ৰীগৰাকীৰ মুখমণ্ডল বিকৃত হোৱা বুলি খোদ অভিনত্ৰীগৰাকীয়ে অভিযোগ কৰিছে৷

অভিনেত্ৰীগৰাকী হৈছে দক্ষিণৰ সৰু পৰ্দাৰ স্বাতী সতীশ৷ বৰ্তমান বাংগালুৰুৰ বাসিন্দা কানাড়া অভিনেত্ৰী স্বাতী সতীশে সামাজিক মাধ্যমত এটা ভিডিঅ’ ভাইৰেল কৰিছে৷ যিটোত তেওঁৰ বিকৃত মুখখন স্পষ্টভাৱে দেখা গৈছে৷

প্ৰকাশিত খবৰ অনুসৰি শেহতীয়াকৈ মুখমণ্ডলত এটা ৰুট কেনেল বনোৱাইছিল৷ ইয়াৰ পিছতে অভিনেত্ৰীগৰাকীৰ মুখখন অস্বাভাৱিকভাৱে ফুলি উঠাৰ লগতে বিষ আৰম্ভ হয়৷ চিকিৎসকে স্বাতী সতীশৰ মুখমণ্ডল ফুলা আৰু বিষ ২-৩ দিনত ভাল হ’ব বুলি আশ্বস্ত কৰিলেও তিনি সপ্তাহলৈকে অভিনেত্ৰীগৰাকীৰ অৱস্থা একেই আছে৷

লগতে পঢ়ক কেৱল অগ্নিপথেই নহয়, সেনাত ৫ ঐতিহাসিক পৰিৱৰ্তন প্ৰধানমন্ত্ৰী মোদীৰ! পৰিৱৰ্তনসমূহ কি কি?

অভিনেত্ৰীগৰাকীৰ মুখখন ইমানেই বিকৃত হৈ পৰিছে যে এতিয়া তেওঁক চিনি পোৱাটো কঠিন হৈ পৰিছে। আনকি অভিনেত্ৰীগৰাকীয়ে বিকৃত মুখৰ বাবেই ঘৰৰ পৰা ওলাই যোৱাটোও বন্ধ কৰি দিছে।

ইয়াৰ পিছতে স্বাতীয়ে চিকিৎসকগৰাকীয়ে ভুল চিকিৎসা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। অভিনেত্ৰীগৰাকীয়ে কয় যে চিকিৎসা আৰু ঔষধৰ বিষয়ে ডাক্তৰে তেওঁক ভুল তথ্য দিছিল। অভিনেত্ৰীগৰাকীয়ে আন এখন হাস্পতালৰ পৰা গম পালে যে তেওঁক এনাস্থেচিয়া নহয়, চেলিচিলিক এচিড দিয়া হৈছে। বৰ্তমান অভিনেত্ৰীগৰাকী অতিশয় বিচলিত হৈ পৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamSwathi Sathish
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিলাসী জীৱন বিচাৰে নেকি? তেন্তে বিয়া পাতক এইটো মূল্যাংকৰ ছোৱালীক!
জীৱনশৈলী

বিলাসী জীৱন বিচাৰে নেকি? তেন্তে বিয়া পাতক এইটো মূল্যাংকৰ ছোৱালীক!

June 7, 2026
৮ জুনত ভাগ্য উদয়ৰ সংকেত, কোন ৰাশিৰ জাতক-জাতিকাই পাব শুভ সংবাদ জানক
জীৱনশৈলী

৮ জুনত ভাগ্য উদয়ৰ সংকেত, কোন ৰাশিৰ জাতক-জাতিকাই পাব শুভ সংবাদ জানক

June 7, 2026
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?
জীৱনশৈলী

মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

June 7, 2026
আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া
বিনোদন

আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া

June 7, 2026
Next Post
মুখৰ দুৰ্গ্ধন্ধ দূৰ কৰাৰ ঘৰুৱা প্ৰতিকাৰ, ৰাতিপুৱা শুই উঠাৰ পিছত মুখ গোন্ধাই নেকি?

মুখৰ দুৰ্গ্ধন্ধ দূৰ কৰাৰ ঘৰুৱা প্ৰতিকাৰ, ৰাতিপুৱা শুই উঠাৰ পিছত মুখ গোন্ধাই নেকি?

পুৰুষৰ কি কি গুণে নাৰীক আকৰ্ষিত কৰে? কি গুণে নাৰীৰ হৃদয়ক স্পৰ্শ কৰে?

পুৰুষৰ কি কি গুণে নাৰীক আকৰ্ষিত কৰে? কি গুণে নাৰীৰ হৃদয়ক স্পৰ্শ কৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.