• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেৱল অগ্নিপথেই নহয়, সেনাত ৫ ঐতিহাসিক পৰিৱৰ্তন প্ৰধানমন্ত্ৰী মোদীৰ! পৰিৱৰ্তনসমূহ কি কি?

কেৱল অগ্নিপথেই নহয়, সেনাত ৫ ঐতিহাসিক পৰিৱৰ্তন প্ৰধানমন্ত্ৰী মোদীৰ! পৰিৱৰ্তনসমূহ কি কি?

4 years ago
ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

2 minutes ago
স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

42 minutes ago
চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

1 hour ago
আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

2 hours ago
মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

2 hours ago
8th Pay Commission: ৬ নং স্তৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! ফিটমেণ্ট ফ্যাক্টৰত কিমান পাব বকেয়া?

8th Pay Commission: ৬ নং স্তৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! ফিটমেণ্ট ফ্যাক্টৰত কিমান পাব বকেয়া?

3 hours ago
ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?

ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?

20 hours ago
গৰমত কি কি ৰঙৰ কাপোৰ পিন্ধা উচিত? ভুল কৰিলে হ’ব পাৰে ডাঙৰ বিপদ!

গৰমত কি কি ৰঙৰ কাপোৰ পিন্ধা উচিত? ভুল কৰিলে হ’ব পাৰে ডাঙৰ বিপদ!

20 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, জুনত ৫ ৰাশিৰ কি কি হ’ব পৰিৱৰ্তন?

20 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

জীৱনলৈ আহিব পৰিৱৰ্তন! জুনত কোন কোন ৰাশিৰ সলনি হ’ব ভাগ্য?

21 hours ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

ক্ষীণ নে শকত ছোৱালী পচন্দ পুৰুষৰ? সমীক্ষাত পোহৰলৈ আহিছে আচল ৰহস্য

21 hours ago
World No Tobacco Day: চিগাৰেট সেৱনৰ অভ্যাস কিয় এৰাটো কঠিন? শেষ হ’ব পাৰে জীৱন!

World No Tobacco Day: চিগাৰেট সেৱনৰ অভ্যাস কিয় এৰাটো কঠিন? শেষ হ’ব পাৰে জীৱন!

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

কেৱল অগ্নিপথেই নহয়, সেনাত ৫ ঐতিহাসিক পৰিৱৰ্তন প্ৰধানমন্ত্ৰী মোদীৰ! পৰিৱৰ্তনসমূহ কি কি?

editor by editor
June 20, 2022
in ভাৰত, ৰাজনীতি
0
কেৱল অগ্নিপথেই নহয়, সেনাত ৫ ঐতিহাসিক পৰিৱৰ্তন প্ৰধানমন্ত্ৰী মোদীৰ! পৰিৱৰ্তনসমূহ কি কি?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশৰ বহু ৰাজ্যত সেনাবাহিনীত নতুন নিযুক্তি আঁচনি ‘অগ্নিপথ’ৰ বিৰোধিতা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিৰ বিৰোধিতা কৰি ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ যুৱক-যুৱতী। অগ্নিপথৰ বিৰোধিতাৰে বহু ৰাজ্যত হিংসাত্মক প্ৰতিবাদ বৰ্তমানো অব্যাহত আছে৷ প্ৰতিবাদৰ মাজতে চৰকাৰৰ এই নতুন আঁচনিখনক সেনাবাহিনীত এক বৃহৎ পৰিৱৰ্তন হিচাপে বিবেচনা কৰা হৈছে যদিও মোদী চৰকাৰে সেনাৰ বাবে অনা এইখন প্ৰথম আঁচনি নহয়। ইয়াৰ পূৰ্বেও মোদী চৰকাৰে সেনা বাহিনীত বহু পৰিৱৰ্তন সাধন কৰিছিল৷

নৰেন্দ্ৰ মোদী কেন্দ্ৰত ক্ষমতাত থকা যোৱা ৮ বছৰত তেওঁৰ চৰকাৰে এনে কেতবোৰ সলনিৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰিছে। মোদী চৰকাৰে যোৱা ৮ বছৰত সেনাবাহিনীত কৰা ৫ টা ডাঙৰ পৰিৱৰ্তন তলত উল্লেখ কৰা হৈছে।

লগতে পঢ়ক সুন্দৰী কেপ্তেইন মণিকা খান্না, কেনেকৈ প্ৰাণৰক্ষা কৰিলে ১৮৫ যাত্ৰীৰ? চাওক ভিডিঅ’

১. ৱান ৰেংক ৱান পেঞ্চন: ক্ষমতালৈ অহাৰ লগে লগে মোদী চৰকাৰে সেনাবাহিনীত কৰা প্ৰথম পৰিৱৰ্তনটো আছিল ৱান ৰেংক ৱান(এক পদ এক পেঞ্চন) পেঞ্চন। ২০১৫ চনৰ ৭ নৱেম্বৰত ৱান ৰেংক ৱান পেঞ্চনৰ অধিসূচনা প্ৰকাশ কৰা হৈছিল। চৰকাৰৰ এই আঁচনিখন বিভিন্ন সময়ত অৱসৰ লোৱা একে ৰেংকৰ জোৱানৰ একেটা পেঞ্চনৰ নীতি প্ৰৱৰ্তন কৰা হৈছিল। ২০১৪ চনৰ ১ জুলাইৰ পৰা ৱান ৰেংক ৱান পেঞ্চন কাৰ্যকৰী কৰা হৈছিল। চৰকাৰৰ এই আঁচনিৰ পৰা ২০ লাখৰো অধিক প্ৰাক্তন সেনা জোৱানে সুবিধা লাভ কৰিছে।

২. চিডিএছৰ নিযুক্তি: মোডী চৰকাৰে দ্বিতীয় কাৰ্যকালত নিযুক্তি দিয়ে চীফ অৱ ডিফেন্স ষ্টাফ (চিডিএছ)। ২০১৯ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱসৰ ভাষণত কৈছিল, ‘‘আমাৰ সেনাবাহিনী ভাৰতৰ গৌৰৱ। তিনিওটা সেনাৰ মাজত সমন্বয় আৰু অধিক তীব্ৰতৰ কৰিবলৈ মই লালকিল্লাৰ পৰা এটা ডাঙৰ সিদ্ধান্ত ঘোষণা কৰিব বিচাৰিছো। আৰু এয়া হৈছে চীফ অৱ ডিফেন্স ষ্টাফ৷’’

ইয়াৰ পিছত ২০১৯ চনৰ ২৪ ডিচেম্বৰত এই পদটো প্ৰৱৰ্তন কৰা হয়। দেশৰ প্ৰথম চিডিএছ হিচাপে নিযুক্তি দিয়া হৈছিল জেনেৰেল বিপিন ৰাৱটক। যোৱা বছৰৰ ডিচেম্বৰ মাহত হেলিকপ্টাৰ দুৰ্ঘটনাত তেওঁৰ মৃত্যু হৈছিল।

লগতে পঢ়ক শোকাৱহ! কৰ্তব্যৰত অৱস্থাতে নিশা বানত উটি গ’ল বিষয়াসহ আৰক্ষী কণিষ্ঠবল, মৃতদেহ উদ্ধাৰ

৩. স্বদেশীৰ প্ৰচাৰ: ২০২০ চনৰ ৯ আগষ্টত মোদী চৰকাৰে বহিঃদেশৰ পৰা ১০০ তকৈ অধিক সামৰিক সামগ্ৰী ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ কৰে। স্বাৱলম্বী ভাৰতৰ অধীনত থলুৱা সামগ্ৰীৰ প্ৰচাৰৰ বাবে এই কাম কৰা হৈছিল।

৪. নতুন থিয়েটাৰ কমাণ্ড সৃষ্টিৰ প্ৰস্তুতি: ২০২২ চনৰ ১৫ আগষ্টত দেশত প্ৰথমটো ইন্টিগ্ৰেটেড থিয়েটাৰ কমাণ্ড আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। তিনিওটা সেনাক একেখন চালিৰ তলত আনি উন্নত সমন্বয়ৰ বাবে নতুন থিয়েটাৰ কমাণ্ড বনাইছে চৰকাৰে।

লগতে পঢ়ক সাৱধান! অসম আৰু মেঘালয়ক কেন্দ্ৰীয় বতৰ বিজ্ঞানৰ সাৱধান বাণী

৫. অগ্নিপথ আঁচনি: সেনাৰ বাবে চৰকাৰৰ এইখন নতুন আঁচনি। এই আঁচনিৰ অধীনত অগ্নিবীৰসকলক ৪ বছৰলৈ সেনাবাহিনীত নিযুক্তি দিয়া হ’ব। কিন্তু কৰ্মক্ষমতাৰ ভিত্তিত ২৫% অগ্নীবীৰক সেনা বাহিনীত বাহাল ৰাখিব পৰা যাব। অৰ্থাৎ ৪ বছৰৰ পাছতো তেওঁৰ চাকৰি সেনাবাহিনী বাহাল থাকিব। ইয়াক সেনাবাহিনীৰ এক বৃহৎ পৰিৱৰ্তন আখ্যা দিয়া গৈছে।

যোৱা ১৪ জুনত চৰকাৰে বৰ্তমানৰ প্ৰক্ৰিয়াটো বাতিল কৰি চাৰি বছৰৰ বাবে সশস্ত্ৰ বাহিনীত সৈনিক নিযুক্তিৰ বাবে অগ্নিপথ আঁচনিৰ ঘোষণা কৰে। অগ্নিবীৰসকলৰ বয়সৰ সীমা ১৭.৫ বছৰৰ পৰা ২১ বছৰলৈ নিৰ্ধাৰণ কৰা হৈছিল। ইয়াৰ ফলত বহু ৰাজ্যত বৃহৎ পৰিমাণৰ প্ৰতিবাদ আৰু হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে। পিছত প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰথম নিযুক্তিৰ বাবে বয়স শিথিল কৰাৰ কথা ঘোষণা কৰে। চৰকাৰে প্ৰথমবাৰৰ বাবে নিযুক্তিৰ বাবে সৰ্বোচ্চ বয়স ২৩ বছৰ নিৰ্ধাৰণ কৰিছে।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: agneepathasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamCDSindian army
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছাগলী আকৃতিৰ কেক কাটি ঈদ উদযাপন, বিধায়ক নন্দকিশোৰ গুৰজাৰে দেখুৱালে আদৰ্শ
ভাৰত

ছাগলী আকৃতিৰ কেক কাটি ঈদ উদযাপন, বিধায়ক নন্দকিশোৰ গুৰজাৰে দেখুৱালে আদৰ্শ

May 29, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
দিব্য অস্ত্রৰ ভিতৰত অন্যতম ৰামৰ ধনু, এই ধনুৰ ওজন শুনিলে চকু কঁপালত উঠিব আপোনাৰ
জীৱনশৈলী

দিব্য অস্ত্রৰ ভিতৰত অন্যতম ৰামৰ ধনু, এই ধনুৰ ওজন শুনিলে চকু কঁপালত উঠিব আপোনাৰ

May 28, 2026
মুখ্যমন্ত্ৰীৰ আসনক লৈ টনাআঁজোৰা! কংগ্ৰেছশাষিত কৰ্ণাটকত পাঁচ বছৰ নৌহঁওতেই সলনি মুখ্যমন্ত্ৰী, ছিদ্দাৰামাইয়াৰ পদত্যাগ মানেই কৰ্ণাটকে নতুন মুখ্যমন্ত্ৰী হিচাপে পাব ডি কে শিৱকুমাৰক
জীৱনশৈলী

মুখ্যমন্ত্ৰীৰ আসনক লৈ টনাআঁজোৰা! কংগ্ৰেছশাষিত কৰ্ণাটকত পাঁচ বছৰ নৌহঁওতেই সলনি মুখ্যমন্ত্ৰী, ছিদ্দাৰামাইয়াৰ পদত্যাগ মানেই কৰ্ণাটকে নতুন মুখ্যমন্ত্ৰী হিচাপে পাব ডি কে শিৱকুমাৰক

May 28, 2026
Next Post
প্ৰতিবাদৰ মাজতে অগ্নীবীৰৰ নিযুক্তি, সুবিধা আৰু কিমান দৰমহা লাভ কৰিব?

প্ৰতিবাদৰ মাজতে অগ্নীবীৰৰ নিযুক্তি, সুবিধা আৰু কিমান দৰমহা লাভ কৰিব?

ধুনীয়া হ’বলৈ অভিনেত্ৰীৰ মুখৰ অস্ত্ৰোপচাৰ! বিকৃত হৈ এতিয়া ঘৰৰ পৰা উলাব নোৱাৰাৰ অৱস্থা

ধুনীয়া হ’বলৈ অভিনেত্ৰীৰ মুখৰ অস্ত্ৰোপচাৰ! বিকৃত হৈ এতিয়া ঘৰৰ পৰা উলাব নোৱাৰাৰ অৱস্থা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.