• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডাকঘৰৰ বাম্পাৰ আঁচনি! মাত্ৰ ৫০ হাজাৰ জমা কৰক আৰু লাভ কৰক ৩৩০০ টকাৰ পেঞ্চন

ডাকঘৰৰ বাম্পাৰ আঁচনি! মাত্ৰ ৫০ হাজাৰ জমা কৰক আৰু লাভ কৰক ৩৩০০ টকাৰ পেঞ্চন

4 years ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

18 minutes ago
আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

1 hour ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

য’তে ত’তে নেপেলাব চুলি, এই ভুলে সকলো সুখ কাঢ়িব আপোনাৰ!

2 hours ago
বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

3 hours ago
সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

4 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

4 hours ago
International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

5 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

18 hours ago
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

19 hours ago
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

19 hours ago
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

20 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ডাকঘৰৰ বাম্পাৰ আঁচনি! মাত্ৰ ৫০ হাজাৰ জমা কৰক আৰু লাভ কৰক ৩৩০০ টকাৰ পেঞ্চন

editor by editor
June 20, 2022
in অসম, বিবিধ, ভাৰত
0
ডাকঘৰৰ বাম্পাৰ আঁচনি! মাত্ৰ ৫০ হাজাৰ জমা কৰক আৰু লাভ কৰক ৩৩০০ টকাৰ পেঞ্চন
0
SHARES
54.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডাকঘৰে সময়ে সময়ে অতি উপযোগী আঁচনি মুকলি কৰে, যিসমূহক আমি চুপাৰহিট আঁচনি বুলি ক’ব পাৰো। আজি ইয়াত আমি ডাকঘৰৰ এনে এটা ছুপাৰহিট আঁচনিৰ বিষয়ে ক’বলৈ আগবাঢ়িছো৷ এই আঁচনিৰ অধীনত (Post Office MIS Scheme Benefits) আপুনি এককালীনভাৱে ধন জমা কৰি আৰু তাৰ পিছত আপুনি প্ৰতিমাহে পেঞ্চন হিচাপে সুতৰ ধন লাভ কৰি থাকিব। আনহাতে, মেচিউৰিটিৰ পিছত আপুনি জমা কৰা এককালীন ধনো ডাকঘৰে আপোনাক ঘূৰাই দিব।

এই আঁচনিখন কি?

ডাকঘৰৰ এই আঁচনিখন হ’ল— ডাকঘৰৰ মাহেকীয়া আয় আঁচনি(MIS)। এই আঁচনিখনত ১০০০ পৰা আপুনি সৰ্বাধিক ৪.৫ লাখ টকা জমা কৰিব পাৰিব। অৱশ্যে যৌথ একাউণ্ট হ’লে সৰ্বোচ্চ ৯ লাখ টকা জমা কৰিব পাৰিব।

এই আঁচনিৰ অধীনত সৰ্বাধিক তিনিজন লোকে যৌথ একাউণ্ট খুলিব পাৰে। লগতে সন্তান যদি নাবালক হয় তেন্তে পিতৃ-মাতৃৰ নামত একাউণ্ট খুলিব পাৰিব। অৱশ্যে ১০ বছৰৰ পিছত সন্তানৰ নামতো ডাকঘৰৰ MIS একাউণ্ট খুলিব পাৰি।

লগতে পঢ়ক শোকাৱহ! কৰ্তব্যৰত অৱস্থাতে নিশা বানত উটি গ’ল বিষয়াসহ আৰক্ষী কণিষ্ঠবল, মৃতদেহ উদ্ধাৰ

এই আঁচনিৰ অধীনত মাহেকীয়া ধন পৰিশোধ কৰা হয়। বৰ্তমান ইয়াৰ সুতৰ হাৰ ৬.৬ শতাংশ। বাৰ্ষিক ভিত্তিত সুতৰ হিচাপ কৰা হয়। কিন্তু, যদি একাউণ্টধাৰীয়ে ইয়াত মাহিলী সুতৰ দাবী নকৰে, তেন্তে তেওঁ এই ধনৰ ওপৰত অতিৰিক্ত সুতৰ সুবিধা নাপাব।

এই ডাকঘৰ আঁচনিখন ৫ বছৰত মিচিউৰিটি হ’ব। একাউণ্ট খোলাৰ এবছৰ নোহোৱালৈকে ইয়াৰ পৰা টকা উলিয়াব নোৱাৰিব। যদি আপুনি ১-৩ বছৰৰ ভিতৰত বন্ধ কৰিব বিচাৰে তেন্তে আপোনাৰ মূল ধনৰ ২% কৰ্তন কৰা হ’ব। একে সময়তে ৩-৫ বছৰৰ ভিতৰত একাউণ্ট বন্ধ কৰিলে ১ শতাংশ জৰিমনা কৰ্তন কৰা হ’ব।

লগতে পঢ়ক সাৱধান! অসম আৰু মেঘালয়ক কেন্দ্ৰীয় বতৰ বিজ্ঞানৰ সাৱধান বাণী

এমআইএছৰ অনুসৰি যদি কোনোবাই এবাৰ এই একাউণ্টত ৫০ হাজাৰ টকা জমা কৰে তেন্তে প্ৰতিমাহে পাব ২৭৫ টকা অৰ্থাৎ প্ৰতি বছৰে ৩৩০০ টকা পাব। অৰ্থাৎ পাঁচ বছৰৰ পাছত মুঠ ১৬,৫০০ টকা সুত হিচাপে পাব। একেদৰে যদি কোনোবাই ১ লাখ টকা জমা কৰে তেন্তে তেওঁ প্ৰতিমাহে ৫৫০ টকা, প্ৰতি বছৰে ৬৬০০ টকা আৰু পাঁচ বছৰত ৩৩,০০০ টকা  লাভ কৰিব। এই আঁচনিত ৪.৫ লাখ টকা জমা কৰিলে ৫ বছৰত মাহেকীয়া ২৪৭৫ টকা, বছৰি ২৯,৭০০ টকা আৰু সুত হিচাপে ১,৪৮,৫০০ টকা পাব।

এই আঁচনিখনৰ কোনো একাউণ্টধাৰীৰ মেচিউৰিটিৰ আগতেই মৃত্যু হয়, তেন্তে এই একাউণ্টটো বন্ধ হৈ যায়। এনে অৱস্থাত মূল ধনৰাশি মনোনীত ব্যক্তিক ঘূৰাই দিয়া হয়। এই আঁচনিত জমা কৰিলে ধাৰা ৮০চিৰ অধীনত কৰ্তনৰ সুবিধা নাপাব। ডাকঘৰৰ পৰা ধন উলিওৱাৰ সময়ত বা সুতৰ আয়ৰ ক্ষেত্ৰতো টিডিএছ কৰ্তন কৰা নহয়। অৱশ্যে এই সুতৰ আয় সম্পূৰ্ণ কৰযোগ্য।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamPost OfficePost Office MIS Scheme
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
জীৱনশৈলী

ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

June 21, 2026
আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক
জীৱনশৈলী

আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

June 21, 2026
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

য’তে ত’তে নেপেলাব চুলি, এই ভুলে সকলো সুখ কাঢ়িব আপোনাৰ!

June 21, 2026
বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!
বিনোদন

বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

June 21, 2026
Next Post
কেৱল অগ্নিপথেই নহয়, সেনাত ৫ ঐতিহাসিক পৰিৱৰ্তন প্ৰধানমন্ত্ৰী মোদীৰ! পৰিৱৰ্তনসমূহ কি কি?

কেৱল অগ্নিপথেই নহয়, সেনাত ৫ ঐতিহাসিক পৰিৱৰ্তন প্ৰধানমন্ত্ৰী মোদীৰ! পৰিৱৰ্তনসমূহ কি কি?

প্ৰতিবাদৰ মাজতে অগ্নীবীৰৰ নিযুক্তি, সুবিধা আৰু কিমান দৰমহা লাভ কৰিব?

প্ৰতিবাদৰ মাজতে অগ্নীবীৰৰ নিযুক্তি, সুবিধা আৰু কিমান দৰমহা লাভ কৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.