• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শোকাৱহ! কৰ্তব্যৰত অৱস্থাতে নিশা বানত উটি গ’ল বিষয়াসহ আৰক্ষী কণিষ্ঠবল, মৃতদেহ উদ্ধাৰ

শোকাৱহ! কৰ্তব্যৰত অৱস্থাতে নিশা বানত উটি গ’ল বিষয়াসহ আৰক্ষী কণিষ্ঠবল, মৃতদেহ উদ্ধাৰ

4 years ago
FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

42 minutes ago
আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

1 hour ago
ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

2 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

2 hours ago
এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

11 hours ago
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

11 hours ago
জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

12 hours ago
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

12 hours ago
এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

13 hours ago
শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

14 hours ago
সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

15 hours ago
শৰীৰৰ ষ্টেমিনা কিয় কমে?

শৰীৰৰ ষ্টেমিনা কিয় কমে?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

শোকাৱহ! কৰ্তব্যৰত অৱস্থাতে নিশা বানত উটি গ’ল বিষয়াসহ আৰক্ষী কণিষ্ঠবল, মৃতদেহ উদ্ধাৰ

editor by editor
June 20, 2022
in অসম
0
শোকাৱহ! কৰ্তব্যৰত অৱস্থাতে নিশা বানত উটি গ’ল বিষয়াসহ আৰক্ষী কণিষ্ঠবল, মৃতদেহ উদ্ধাৰ
0
SHARES
2.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এক শোকাৱহ ঘটনাই জোকাৰি গৈছে কামপুৰ অঞ্চল৷ কৰ্বত্যৰত অৱস্থাতে এগৰাকী কণিষ্ঠবলসহ এজন আৰক্ষী বিষয়া বানৰ কোবাল সোঁতত উটি গৈ মৃত্যু হৈছে৷

এই শোকাৱহ তথা কৰুণ দুৰ্ঘটনাটো নগাঁও জিলাৰ কামপুৰত সংঘটিত হৈছে৷ ঘটনাৰ বিৱৰণীৰ মতে যোৱা দেওবাৰে নিশা কামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমুজ্জ্বল কাকতি আৰু কণিষ্ঠবল ৰাজীৱ বৰদলৈক কপিলীৰ প্ৰলয়ংকৰী বানে উটুৱাই নিয়ে৷

লগতে পঢ়ক মূৰৰ ওপৰেৰে বিপদৰ ধুমুহা পাৰ হ’ল কিন্তু সলনি নহ’ল কংগনা!

আৰক্ষী বিষয়াজনৰ নেতৃত্ব আৰক্ষীৰ এটা দলে দেওবাৰে নিশা কামপুৰ চহৰৰ মধুপুৰৰ পাচনিঝাৰৰ অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয়ৰ সমীপত এগৰাকী অপৰাধীক বিচাৰি অভিযান চলাবলৈ যোৱাৰ সময়তে হঠাতে আৰক্ষী কণিষ্ঠবলগৰাকীক সংহাৰী বানৰ কোবাল সোঁতে উটুৱাই নিয়ে৷ বানে উটুৱাই আৰক্ষী কণিষ্ঠবলগৰাকীক পানীত জঁপিয়াই উদ্ধাৰ কৰিবলৈ চেষ্টা কৰা আৰক্ষী সমুজ্জ্বল কাকতিকো বানৰ কোবাল সোঁতে উটুৱাই নিয়ে৷

ঘটনাৰ পিছতে SDRF বাহিনীয়ে উদ্ধাৰ অভিযান চলাই আৰক্ষী বিষয়া সমুজ্জ্বল কাকতি আৰু কণিষ্ঠবল ৰাজীৱ বৰদলৈৰ মৃতদেহ উদ্ধাৰ কৰে৷ বানত সলিল সমাধি ঘটা আৰক্ষী বিষয়া সমুজ্জ্ব কাকতি ঘৰ চাংসাৰি আৰু কণিষ্ঠবল ৰাজীৱ বৰদলৈ কামপুৰত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে৷

See more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24assam policeaxom live 24axom live 24 digitalbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন
অসম

NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

July 13, 2026
গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!
অসম

গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

July 13, 2026
Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?
অসম

Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

July 13, 2026
আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 
অসম

আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 

July 13, 2026
Next Post
সুন্দৰী কেপ্তেইন মণিকা খান্না, কেনেকৈ প্ৰাণৰক্ষা কৰিলে ১৮৫ যাত্ৰীৰ? চাওক ভিডিঅ’…

সুন্দৰী কেপ্তেইন মণিকা খান্না, কেনেকৈ প্ৰাণৰক্ষা কৰিলে ১৮৫ যাত্ৰীৰ? চাওক ভিডিঅ’...

ডাকঘৰৰ বাম্পাৰ আঁচনি! মাত্ৰ ৫০ হাজাৰ জমা কৰক আৰু লাভ কৰক ৩৩০০ টকাৰ পেঞ্চন

ডাকঘৰৰ বাম্পাৰ আঁচনি! মাত্ৰ ৫০ হাজাৰ জমা কৰক আৰু লাভ কৰক ৩৩০০ টকাৰ পেঞ্চন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.