• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোটি কোটি টকাৰ সম্পত্তি! শিৱকুমাৰ নে চিদ্দাৰামাইয়া? মুখ্যমন্ত্ৰীৰ দৌৰত কোন আগত?

কোটি কোটি টকাৰ সম্পত্তি! শিৱকুমাৰ নে চিদ্দাৰামাইয়া? মুখ্যমন্ত্ৰীৰ দৌৰত কোন আগত?

3 years ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

3 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

4 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

5 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

6 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

6 hours ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

7 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

8 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

8 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

9 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

9 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

1 day ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কোটি কোটি টকাৰ সম্পত্তি! শিৱকুমাৰ নে চিদ্দাৰামাইয়া? মুখ্যমন্ত্ৰীৰ দৌৰত কোন আগত?

editor by editor
May 14, 2023
in ভাৰত, ৰাজনীতি
0
কোটি কোটি টকাৰ সম্পত্তি! শিৱকুমাৰ নে চিদ্দাৰামাইয়া? মুখ্যমন্ত্ৰীৰ দৌৰত কোন আগত?
0
SHARES
967
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ চিদ্দাৰামাইয়া নে ডি কে শিৱকুমাৰ? কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত কোন বহিব? এই বিষয়টোক লৈ কালিৰে পৰাই অব্যাহত আছে চৰ্চা। জয়ৰ পাছতো চিন্তা কমা নাই কংগ্ৰেছ দলৰ। চিদ্দাৰামাইয়া আৰু ডি কে শিৱকুমাৰ দুয়োৰে অনুৰাগীয়েই বিচাৰিছে নিজৰ প্ৰিয় নেতাজন মুখ্যমন্ত্ৰী হওক। কিন্তু সকলোবোৰ নিৰ্ভৰ কৰিছে হাইকমাণ্ডৰ ওপৰত। মুখ্যমন্ত্ৰীৰ দৌৰত চামিল হোৱা কৰ্ণাটক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিবকুমাৰ আৰু চিদ্দাৰামাইয়া দুজনেই যথেষ্ট শক্তিশালী নেতা। দুয়োৰে সম্পত্তিৰ পৰিমানো কম নহয়। ঘৰ, বেংক বেলেন্স, গাড়ী মিলি কোটি কোটি টকাৰ সম্পত্তিৰ অধিকাৰী দুই কংগ্ৰেছ নেতাই।

চিদ্দাৰামাইয়া বনাম ডি কে শিৱকুমাৰ!

কৰ্ণাটকত মুখ্যমন্ত্ৰীৰ দৌৰত চামিল হোৱা ডি কে শিৱকুমাৰৰ সম্পত্তিৰ পাহাৰে চকু কঁপালত তুলিব। অগাধ মাটিৰ মালিক ডি কে শিৱকুমাৰ। নিৰ্বাচন কমিছনত তেওঁ জমা দিয়া ব্যক্তিগত তথ্যত উল্লেখ থকা মতে ২০২২ চনত ৩১ মাৰ্চ পৰ্যন্ত তেওঁৰ আয় আছিল ১৪ কোটি ২৪ লাখ ১ হাজাৰ ৮০০ টকা। পত্নী উষাৰ আয় আছিল ১ লাখ ৯০ হাজাৰ। বৰ্তমান শিৱকুমাৰৰ হাতত নগদ টকা আছে ৪ লাখ ৮৫ হাজাৰ ৮৪৩ টকা। পত্নীৰ হাতত থকা নগদ ধনৰ পৰিমান হৈছে ৯ লাখ ২৮ হাজাৰ ৩৫১ টকা। নিৰ্বাচন কমিছনক জমা দিয়া তথ্য অনুসৰি ডি কে শিৱকুমাৰৰ বেংক একাউণ্টসমূহত থকা মুঠ ধনৰ পৰিমান হৈছে ১৪ কোটি ৬৭ লাখ ৭৩ হাজাৰ ২৮ টকা। তেওঁৰ পত্নীৰ একাউণ্টত আছিল ২ কোটি ৪৪ লাখ ৯৩ হাজাৰ টকা। ৮ লাখ ৩৫ হাজাৰ টকাৰ এখন টয়টা কোয়াচিছ গাড়ীও আছে শিৱকুমাৰৰ নামত। ইয়াৰোপৰি সোণৰ পৰিমান হৈছে ২ কোটি ৮০ লাখ ৭০ হাজাৰ ৫১০ টকা।

সম্পত্তিৰ পৰিমানেৰে কিছু পৰিমানে পিছুৱাই আছে ছিদ্দাৰামাইয়া। পিছুৱাই থাকিলেও কোটিতেই আছে তেওঁৰো সম্পত্তি। ৩১ মাৰ্চ ২০২২ চন পৰ্যন্ত ছিদ্দাৰামাইয়াৰ আয় আছিল ২০লাখ ৪৯ হাজাৰ ৪৮০ টকা। তেওঁৰ পত্নীৰ মুঠ আয় আছিল ১ কোটি ৮ লাখ ৮৩ হাজাৰ ৪৫০ টকা। নিৰ্বাচন কমিছনত জমা দিয়া তথ্যমতে চিদ্দাৰামাইয়াৰ হাতত আছে নগদ ২১ লাখ ৮৬ হাজাৰ ৪৫৬টকা। পেছাত ব্যৱসায়ী তথা এটা ডায়গনষ্টিক চেণ্টাৰৰ ডায়ৰেক্টৰ তেওঁৰ পত্নীৰ হাতত থকা নগদ ধনৰ পৰিমান হৈছে ৬ কোটি ৯২ লাখ ২২ হাজাৰ ৭৫৩ টকা। দম্পতিৰ হাতত থকা সোণৰ পৰিমানো যথেষ্ট। চিদ্দাৰামাইয়াৰ হাতত আছে প্ৰায় ২২ লাখ ২৬ হাজাৰ টকাৰ সোণ। আৰু তেওঁৰ পত্নীৰ নামত আছে ৩৫ লাখ ২৩ হাজাৰ ৫৫০ টকাৰ সোণ। ঘৰ নাথাকিলেও তেওঁৰ আছে কমাৰ্ছিয়েল আৰু ৰেছিডেন্সিয়েল এপাৰ্টমেণ্ট। যাৰ দাম প্ৰায় ৯ কোটি ৪৩ লাখ ৭২ হাজাৰ টকা। বৰ্তমান চিদ্দাৰামাইয়াৰ মুঠ সম্পত্তিৰ পৰিমান হৈছে ৩৫ কোটি ৫১ লাখ ৫৫ হাজাৰ ৯১৫ টকা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!
জীৱনশৈলী

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

March 13, 2026
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ
ক্ৰীড়া

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

March 13, 2026
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী
বিবিধ

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

March 12, 2026
Next Post
ছোৱালীজনী ৩০ হাজাৰ, লৰাটো ১০ হাজাৰ! সংগীতা দত্তই ৫০ হাজাৰ টকাত ক্ৰয় কৰা শিশুদুটি যমজ নহয়

ছোৱালীজনী ৩০ হাজাৰ, লৰাটো ১০ হাজাৰ! সংগীতা দত্তই ৫০ হাজাৰ টকাত ক্ৰয় কৰা শিশুদুটি যমজ নহয়

হিন্দুৰ পবিত্ৰ স্থান অযোধ্যাত বৃহৎ জয় চুলতানৰ! হিন্দুপ্ৰধান ৱাৰ্ডত বিপুল ভোটত জয়ী মুছলমান প্ৰাৰ্থী

হিন্দুৰ পবিত্ৰ স্থান অযোধ্যাত বৃহৎ জয় চুলতানৰ! হিন্দুপ্ৰধান ৱাৰ্ডত বিপুল ভোটত জয়ী মুছলমান প্ৰাৰ্থী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.