• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত দ্বিতীয়বাৰৰ বাবে ছিদ্দাৰামাইয়া, উপমুখ্যমন্ত্ৰী পদ লৈয়েই সন্তুষ্ট ডি কে শিৱকুমাৰ

কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত দ্বিতীয়বাৰৰ বাবে ছিদ্দাৰামাইয়া, উপমুখ্যমন্ত্ৰী পদ লৈয়েই সন্তুষ্ট ডি কে শিৱকুমাৰ

3 years ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

9 minutes ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

25 minutes ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

42 minutes ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

1 hour ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

2 hours ago
সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

2 hours ago
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

4 hours ago
SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

5 hours ago
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

5 hours ago
২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

6 hours ago
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

6 hours ago
পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত দ্বিতীয়বাৰৰ বাবে ছিদ্দাৰামাইয়া, উপমুখ্যমন্ত্ৰী পদ লৈয়েই সন্তুষ্ট ডি কে শিৱকুমাৰ

editor by editor
May 18, 2023
in ভাৰত, ৰাজনীতি
0
কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত দ্বিতীয়বাৰৰ বাবে ছিদ্দাৰামাইয়া, উপমুখ্যমন্ত্ৰী পদ লৈয়েই সন্তুষ্ট ডি কে শিৱকুমাৰ
0
SHARES
89
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কৰ্ণাটক নিৰ্বাচনত কংগ্ৰেছে ১৩৫ খন আসন দখল কৰি সংখ্যাগৰিষ্ঠতা দখল কৰাৰ পাছতেই সকলোৰে মাজত চলিছিল এটাই চৰ্চা। মুখ্যমন্ত্ৰীৰ আসনৰ কোন বহিব। কৰ্ণাটকত কংগ্ৰেছ দলৰ হৈ মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ আছিল দুজন ব্যক্তি। ডি কে শিৱকুমাৰ আৰু ছিদ্দাৰামায়া। সকলো চৰ্চাৰ অন্ত পেলাই কংগ্ৰেছে ঘোষণা কৰিলে মুখ্যমন্ত্ৰীৰ নাম। মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ছিদ্দাৰামাইয়াই।

কৰ্ণাটক নিৰ্বাচনৰ ফলাফল ঘোষণাৰ ৫ দিন পাচত মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিছে কংগ্ৰেছ দলে। দ্বিতীয়বাৰৰ বাবে কৰ্ণাটকত মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ছিদ্দাৰামাইয়াই। ইপিনে উপমুখ্যমন্ত্ৰী হিচাপে শপত ল’ব কৰ্ণাটক কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ডি কে শিৱকুমাৰ। বৃহস্পতিবাৰে কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিছে কংগ্ৰেছৰ সাধাৰণ সম্পাদক কেছি বেণুগোপালে। ২০ তাৰিখে অৰ্থাৎ শনিবাৰে বাংগালুৰুত অনুষ্ঠিত হ’ব ছিদ্দাৰামাইয়াৰ শপতগ্ৰহণ অনুষ্ঠান।

উল্লেখ্য যে পূৰ্বেও অৰ্থাৎ ২০১৩ ৰ পৰা ২০১৮ পৰ্যন্ত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী আছিল ছিদ্দাৰামাইয়া। কিন্তু সেইবাৰ ছিদ্দাৰামাইয়া মুখ্যমন্ত্ৰী হৈ থাকোতে মন্ত্ৰীসভাত স্থান পোৱা নাছিল ডি কে শিৱকুমাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান
অসম

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

March 27, 2026
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?
জীৱনশৈলী

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

March 27, 2026
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন
জীৱনশৈলী

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

March 27, 2026
পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…
জীৱনশৈলী

পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

March 27, 2026
Next Post
SI জোনমণি ৰাভাৰ মৃত্যুৰ ন ন তথ্য! ভাইৰেল ফোনকলত আকৌ ৰ’ডেৰে মৰিয়াই হত্যা কৰাৰেই অভিযোগ

SI জোনমণি ৰাভাৰ মৃত্যুৰ ন ন তথ্য! ভাইৰেল ফোনকলত আকৌ ৰ’ডেৰে মৰিয়াই হত্যা কৰাৰেই অভিযোগ

জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত আভাজ্যোতি ৰাভাক জেৰা CIDৰ

জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত আভাজ্যোতি ৰাভাক জেৰা CIDৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.