• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজ্যত আজিৰে পৰা আৰম্ভ ৰাস মহোৎসৱ, উখল-মাখল হাউলী-নলবাৰীৰ পৰা আৰম্ভ কৰি মাজুলীলৈ

ৰাজ্যত আজিৰে পৰা আৰম্ভ ৰাস মহোৎসৱ, উখল-মাখল হাউলী-নলবাৰীৰ পৰা আৰম্ভ কৰি মাজুলীলৈ

2 years ago
কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

6 hours ago
বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

6 hours ago
কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

6 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

7 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

সাৱধান! পত্নীক সকলো কথা কোৱাটো উচিত নে অনুচিত?

7 hours ago
বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

8 hours ago
UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

9 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৫ ৰাশিৰ হ’ব লাভ!

9 hours ago
চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

11 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

12 hours ago
EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

12 hours ago
ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰাজ্যত আজিৰে পৰা আৰম্ভ ৰাস মহোৎসৱ, উখল-মাখল হাউলী-নলবাৰীৰ পৰা আৰম্ভ কৰি মাজুলীলৈ

editor by editor
November 15, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
ৰাজ্যত আজিৰে পৰা আৰম্ভ ৰাস মহোৎসৱ, উখল-মাখল হাউলী-নলবাৰীৰ পৰা আৰম্ভ কৰি মাজুলীলৈ
0
SHARES
188
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজ্যত আজিৰে পৰা আৰম্ভ ৰাস মহোৎসৱ, উখল-মাখল হাউলী-নলবাৰীৰ পৰা আৰম্ভ কৰি মাজুলীলৈ

আজি ১৫ নৱেম্বৰ কাতি মাহৰ পূৰ্ণিমা তিথি। এই পূৰ্ণিমাৰ পৰাই ৰাজ্যত পালন কৰা হয় শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। উজনি-নামমি সকলোতে ৰাইজৰ ভিৰ, কৃষ্ণৰ ৰাসলীলা উদযাপনৰ বাবে।

উজনি আৰু নামনিৰ ৰাসৰ মাজত বহু পাৰ্থক্য দেখিবলৈ পোৱা যায়। উজনিৰ ৰাস অভিনয়কেন্দ্ৰিক, য’ত কৃষ্ণৰ লীলা বোৰ ভাওনাৰ জৰিয়তে দেখুওৱা হয় আনহাতে নামনিৰ ৰাস মূৰ্তিকেন্দ্ৰিক। নামমিৰ নলবাৰী, শুৱালকুছি, ৰামদিয়া, হাউলী, টিহু, পলাশবাৰী আদি অঞ্চলৰ ৰাস মহোৎসৱ উল্লেখনীয়।

ৰাসোৎসৱ মাজুলীৰ দক্ষিণপাট সত্ৰত প্ৰথমে আৰম্ভ হৈছিল। ১৭৬২ শকৰ পৰা দক্ষিণপাট সত্ৰত ৰাসোৎসৱ উদ্‌যাপন হৈ আহিছে। অসমৰ সত্ৰসমূহত বৈদিক ক্ৰিয়াকাণ্ড আৰু নাট্যৰূপে ৰাসোৎসৱ উদ্‌যাপন হয়। দক্ষিণপাট সত্ৰৰ পিছতহে গড়মূৰ, আউনীআটী, বেঙেনাআটী, কমলাবাৰী, ভোগপুৰ আদি সত্ৰলৈ ৰাসৰ প্ৰসাৰ ঘটে।

নামনিৰ হাউলী ৰাসত এইবাৰ ১ কোটি ৭৮ লাখ টকাৰ বাজেটেৰে প্ৰায় ১ হাজাৰ মৃন্ময় মুৰ্ত্তিৰ লগতে এক ব্যত্তিক্ৰমী চিন্তাধাৰাৰে লেজাৰ শ্ব’ আৰু এনিমেছনৰ জৰিয়তে ভক্ত দৰ্শনাৰ্থীক মনোৰঞ্জন প্ৰদানৰ প্ৰয়াস কৰা কৰা হ’ব।

এইবাৰ ১৫ ৰ পৰা ২৯ নৱেম্বৰলৈ পোন্ধৰদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব হাউলী ৰাস মহোৎসৱ। নলবাৰী হৰি মন্দিৰ প্ৰাংগনৰ ৰাসোৎসৱো এইবেলি ১৫ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হব আজিৰে পৰা। য’ত ৰাজ্যৰ প্ৰতিখন থিয়েটাৰ গোষ্ঠীয়ে অংশ লোৱাৰ লগতে বৃহৎ মীনা বজাৰৰো আয়োজন হব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Hawli RashKartick Purnima Rash PurnimaKrishna RashMajuli RashNalbari RashRash
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা
বিনোদন

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

July 17, 2026
জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য
অসম

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

July 16, 2026
NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন
অসম

NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

July 13, 2026
গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!
অসম

গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

July 13, 2026
Next Post
দেশৰ ভিতৰতে প্ৰথম, নেটৱৰ্ক নোহোৱাকৈয়ে কৰি পাৰিব ফোন, BSNLৰ বিশেষ অফাৰ

দেশৰ ভিতৰতে প্ৰথম, নেটৱৰ্ক নোহোৱাকৈয়ে কৰি পাৰিব ফোন, BSNLৰ বিশেষ অফাৰ

পুনৰ পানীৰ হাহাকাৰ ! আজিৰে অহা ৩ দিনলৈ গুৱাহাটীৰ ২৮ অঞ্চলত বন্ধ পানী যোগান

পুনৰ পানীৰ হাহাকাৰ ! আজিৰে অহা ৩ দিনলৈ গুৱাহাটীৰ ২৮ অঞ্চলত বন্ধ পানী যোগান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.