• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশৰ ভিতৰতে প্ৰথম, নেটৱৰ্ক নোহোৱাকৈয়ে কৰি পাৰিব ফোন, BSNLৰ বিশেষ অফাৰ

দেশৰ ভিতৰতে প্ৰথম, নেটৱৰ্ক নোহোৱাকৈয়ে কৰি পাৰিব ফোন, BSNLৰ বিশেষ অফাৰ

1 year ago
১২ বছৰৰ মূৰত কুম্ভমেলা অনুষ্ঠিত হয়, কিন্তু ২০২৫ৰ পাছত আকৌ ২০২৭ত কুম্ভমেলাৰ আয়োজন কিয়?

১২ বছৰৰ মূৰত কুম্ভমেলা অনুষ্ঠিত হয়, কিন্তু ২০২৫ৰ পাছত আকৌ ২০২৭ত কুম্ভমেলাৰ আয়োজন কিয়?

2 hours ago
প্ৰতিদিনে ৩০০ টকাৰ SIP নে মাহে ৯ হাজাৰ SIP? আপোনাৰ বাবে কোনটো বেছি লাভজনক?

প্ৰতিদিনে ৩০০ টকাৰ SIP নে মাহে ৯ হাজাৰ SIP? আপোনাৰ বাবে কোনটো বেছি লাভজনক?

2 hours ago
PNBৰ ৪৪৪ দিনৰ FDত ২.৫ লাখ টকা জমা কৰাৰ কথা ভাৱিছে? ১ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

PNBৰ ৪৪৪ দিনৰ FDত ২.৫ লাখ টকা জমা কৰাৰ কথা ভাৱিছে? ১ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

3 hours ago
৫ বছৰৰ ফিক্সড ডিপোজিটত ২০ লাখ বিনিয়োগঃ SBIনে HDFC কোন বেংকত মুনাফা বেছি?

৫ বছৰৰ ফিক্সড ডিপোজিটত ২০ লাখ বিনিয়োগঃ SBIনে HDFC কোন বেংকত মুনাফা বেছি?

3 hours ago
শৰীৰত শ্ৰী কৃষ্ণৰ শৰীৰত থকা এইকেইটা চিহ্ন আছে নেকি? আপোনাৰ ওপৰতো শ্ৰী কৃষ্ণৰ কৃপা আছে

শৰীৰত শ্ৰী কৃষ্ণৰ শৰীৰত থকা এইকেইটা চিহ্ন আছে নেকি? আপোনাৰ ওপৰতো শ্ৰী কৃষ্ণৰ কৃপা আছে

4 hours ago
জীৱনত ভাল সময় অহাৰ পূৰ্বেই আহে এই ৫সংকেত, জানিব উপচি পৰিব সুখ সৌভাগ্য

জীৱনত ভাল সময় অহাৰ পূৰ্বেই আহে এই ৫সংকেত, জানিব উপচি পৰিব সুখ সৌভাগ্য

4 hours ago
৩০ এপ্ৰিল পৰ্যন্ত মঙ্গল বুধৰ বিশেষ যুঁটি, বাম্পাৰ ইনকাম হ’ব ৪ ৰাশিৰ

৩০ এপ্ৰিল পৰ্যন্ত মঙ্গল বুধৰ বিশেষ যুঁটি, বাম্পাৰ ইনকাম হ’ব ৪ ৰাশিৰ

5 hours ago
বুধবাৰৰ লাকী ৰাশিঃ বুধবাৰে গণেশৰ কৃপা থাকিব এই ৫ৰাশিত

বুধবাৰৰ লাকী ৰাশিঃ বুধবাৰে গণেশৰ কৃপা থাকিব এই ৫ৰাশিত

5 hours ago
ভাৰতত এলক’হলেৰে চলিব বাহন! পেট্ৰল থাকিব মাত্ৰ ১৫শতাংশহে, নতুন প্ৰস্তাৱ অনাৰ পথত কেন্দ্ৰীয় চৰকাৰ

ভাৰতত এলক’হলেৰে চলিব বাহন! পেট্ৰল থাকিব মাত্ৰ ১৫শতাংশহে, নতুন প্ৰস্তাৱ অনাৰ পথত কেন্দ্ৰীয় চৰকাৰ

7 hours ago
জন টাৰ্নাছ কোন? টিম কুকে নিজেই দায়িত্ব এৰি জন টাৰ্নাছৰ কান্ধত কিয় তুলি দিলে এপলৰ দায়িত্ব?

জন টাৰ্নাছ কোন? টিম কুকে নিজেই দায়িত্ব এৰি জন টাৰ্নাছৰ কান্ধত কিয় তুলি দিলে এপলৰ দায়িত্ব?

7 hours ago
ভাৰতৰ পৰা আমদানী কৰা ৬৩ টকাতকৈ অধিক মূল্যৰ সামগ্ৰীৰ ওপৰত নেপালে আৰোপ পৰিলে শুল্ক, ভাৰতীয় বাণিজ্যত পৰিব নেকি প্ৰভাৱ?

ভাৰতৰ পৰা আমদানী কৰা ৬৩ টকাতকৈ অধিক মূল্যৰ সামগ্ৰীৰ ওপৰত নেপালে আৰোপ পৰিলে শুল্ক, ভাৰতীয় বাণিজ্যত পৰিব নেকি প্ৰভাৱ?

8 hours ago
একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ

একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

দেশৰ ভিতৰতে প্ৰথম, নেটৱৰ্ক নোহোৱাকৈয়ে কৰি পাৰিব ফোন, BSNLৰ বিশেষ অফাৰ

editor by editor
November 15, 2024
in বিবিধ, বিশ্ব, ভাৰত, লেখা
0
দেশৰ ভিতৰতে প্ৰথম, নেটৱৰ্ক নোহোৱাকৈয়ে কৰি পাৰিব ফোন, BSNLৰ বিশেষ অফাৰ
0
SHARES
168
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশৰ ভিতৰতে প্ৰথম, নেটৱৰ্ক নোহোৱাকৈয়ে কৰি পাৰিব ফোন, BSNLৰ বিশেষ অফাৰ

দেশবাসীলৈ সুখবৰ, এতিয়াৰ পৰা নেটৱৰ্ক নাথাকিলেও কৰিব পাৰিব ফোন। দেশৰ ভিতৰতে প্ৰথম “Satellite-to-Device” সেৱা আৰম্ভ কৰিবলৈ ওলাইছে বি এছ এন এলে। যিয়ে দেশৰ অতি দুৰ্গম অঞ্চলতো সংযোগ প্ৰদান কৰিব।

বুধবাৰে দূৰসংযোগ বিভাগ বি এছ এ এলে এই কথা ঘোষণা কৰি কয় যে আমেৰিকাৰ কোম্পানী ভায়াছাটৰ সহযোগত এই সেৱা আৰম্ভ কৰা হৈছে। এই নতুন প্ৰযুক্তিৰ লক্ষ্য হৈছে সাধাৰণ মোবাইল নেটৱৰ্ক নোপোৱা অঞ্চলত সংযোগ প্ৰদান কৰা।

আজিও ভাৰতত এনে বহু অঞ্চল আছে য’ত জিঅ’, এয়াৰটেল, ভোডাফোন-আইডিয়াকে ধৰি যিকোনো টেলিকম কোম্পানীৰ নেটৱৰ্ক সুলভ নহয়, যাৰ বাবে তাত বসবাস কৰা লোকসকলে টেলিকম সংযোগৰ সুবিধা ল’ব পৰা নাই।

বিশেষকৈ পাহাৰীয়া আৰু বনাঞ্চলত এনে হয়। মানুহৰ এই সমস্যা দূৰ কৰিবলৈ বিএছএনএলে ভাৰতত প্ৰথমবাৰৰ বাবে চেটেলাইট-টু-ডিভাইচ সেৱা আৰম্ভ কৰিছে, যাৰ জৰিয়তে মানুহে ফোন নেটৱৰ্ক অবিহনেও টেলিকম সংযোগ ব্যৱহাৰ কৰিব পাৰিব।

এই সেৱা প্ৰথমবাৰৰ বাবে ইণ্ডিয়া মোবাইল কংগ্ৰেছ (IMC 2024)ত প্ৰৱৰ্তন কৰা হৈছিল। ভাৰতত ডিজিটেল বিভাজন হ্ৰাস কৰাৰ দিশত ইয়াক এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।

বিএছএনএলৰ মতে, “চেটেলাইট-টু-ডিভাইচ” সেৱাৰ পৰীক্ষণ সম্পূৰ্ণ হৈছে, আৰু ই বিভিন্ন প্ৰত্যাহ্বানমূলক ক্ষেত্ৰতো সুস্থিৰ সংযোগ প্ৰদান কৰিবলৈ সক্ষম।

DoT-এ এই কথা ঘোষণা কৰিছিল শেহতীয়াকৈ কিছুমান মোবাইল ব্ৰেণ্ডে এনে বৈশিষ্ট্য মুকলি কৰিছিল যিয়ে জৰুৰীকালীন অৱস্থাত উপগ্ৰহৰ সংযোগ প্ৰদান কৰে, কিন্তু সেইবোৰ কেৱল জৰুৰীকালীন সেৱাত সীমাবদ্ধ। এতিয়া সাধাৰণ নাগৰিকেও দুৰ্গম অঞ্চলত বি এছ এন এলৰ এই সেৱাৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিব।

এই চেটেলাইট নেটৱৰ্কে ব্যৱহাৰকাৰীক জৰুৰীকালীন কল, এছঅ’এছ বাৰ্তা আনকি ইউপিআই পেমেণ্টতো সহায় কৰিব। অৱশ্যে সাধাৰণ কল আৰু এছএমএছৰ বাবে এই বৈশিষ্ট্য উপলব্ধ হ’ব নে নহয় সেয়া কোম্পানীয়ে স্পষ্ট কৰা নাই।

বি এছ এন এলৰ অংশীদাৰ কোম্পানী ভিয়াছাটে জনোৱা মতে, পৃথিৱীৰ পৰা ৩৬ হাজাৰ কিলোমিটাৰ উচ্চতাত অৱস্থিত জিঅ’ষ্টেচনেৰী এল-বেণ্ড উপগ্ৰহৰ জৰিয়তে এই সেৱা সম্ভৱপৰ হৈছে। আইএমচি ২০২৪ৰ সময়ত ভায়াছাটে এই প্ৰযুক্তি প্ৰদৰ্শন কৰিছিল আৰু লগতে দুমুখীয়া যোগাযোগৰ ক্ষমতাও দেখুৱাইছিল।

অৱশ্যে এই লঞ্চক কেন্দ্ৰ কৰি ক্ৰমাৎ উত্তেজনা বৃদ্ধি পোৱাৰ পিছতো গ্ৰাহকে এই সেৱা কেনেদৰে ব্যৱহাৰ কৰিব পাৰিব সেয়া এতিয়াও প্ৰকাশ কৰা নাই। বি এছ এন এলৰ বৰ্তমানৰ ব্যৱহাৰকাৰীসকলে বৰ্তমানৰ পৰিকল্পনাত এই সেৱা লাভ কৰিব নে অতিৰিক্ত চাৰ্জ আৰোপ কৰিব সেয়া এতিয়াও জানিব পৰা হোৱা নাই। আশা কৰা হৈছে যে বি এছ এন এলৰ এই সেৱা সম্পৰ্কে বিতং তথ্য শীঘ্ৰে উপলব্ধ কৰা হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BSNLBSNl ServiceCall Without networkSatellite-to-DeviceSatellite-to-Device Service
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১২ বছৰৰ মূৰত কুম্ভমেলা অনুষ্ঠিত হয়, কিন্তু ২০২৫ৰ পাছত আকৌ ২০২৭ত কুম্ভমেলাৰ আয়োজন কিয়?
জীৱনশৈলী

১২ বছৰৰ মূৰত কুম্ভমেলা অনুষ্ঠিত হয়, কিন্তু ২০২৫ৰ পাছত আকৌ ২০২৭ত কুম্ভমেলাৰ আয়োজন কিয়?

April 21, 2026
প্ৰতিদিনে ৩০০ টকাৰ SIP নে মাহে ৯ হাজাৰ SIP? আপোনাৰ বাবে কোনটো বেছি লাভজনক?
জীৱনশৈলী

প্ৰতিদিনে ৩০০ টকাৰ SIP নে মাহে ৯ হাজাৰ SIP? আপোনাৰ বাবে কোনটো বেছি লাভজনক?

April 21, 2026
PNBৰ ৪৪৪ দিনৰ FDত ২.৫ লাখ টকা জমা কৰাৰ কথা ভাৱিছে? ১ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?
জীৱনশৈলী

PNBৰ ৪৪৪ দিনৰ FDত ২.৫ লাখ টকা জমা কৰাৰ কথা ভাৱিছে? ১ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

April 21, 2026
৫ বছৰৰ ফিক্সড ডিপোজিটত ২০ লাখ বিনিয়োগঃ SBIনে HDFC কোন বেংকত মুনাফা বেছি?
জীৱনশৈলী

৫ বছৰৰ ফিক্সড ডিপোজিটত ২০ লাখ বিনিয়োগঃ SBIনে HDFC কোন বেংকত মুনাফা বেছি?

April 21, 2026
Next Post
পুনৰ পানীৰ হাহাকাৰ ! আজিৰে অহা ৩ দিনলৈ গুৱাহাটীৰ ২৮ অঞ্চলত বন্ধ পানী যোগান

পুনৰ পানীৰ হাহাকাৰ ! আজিৰে অহা ৩ দিনলৈ গুৱাহাটীৰ ২৮ অঞ্চলত বন্ধ পানী যোগান

মহিলা এছিয়ান চেম্পিয়নছ ট্ৰফীত ভাৰতীয় হকী দলৰ সাফল্য, বিজয়ৰ হেট্ৰিক দলটোৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.