• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেদাৰনাথত আকৌ প্ৰলয়! যাত্ৰাপথত পাহাৰ খহি সন্ধানহীন ১০-১২ গৰাকী তীৰ্থযাত্ৰী

3 years ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

7 minutes ago
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

32 minutes ago
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

53 minutes ago
পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

2 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

3 hours ago
বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

4 hours ago
বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

6 hours ago
চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

7 hours ago
স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কেদাৰনাথত আকৌ প্ৰলয়! যাত্ৰাপথত পাহাৰ খহি সন্ধানহীন ১০-১২ গৰাকী তীৰ্থযাত্ৰী

editor by editor
August 4, 2023
in বিবিধ, ভাৰত
0
কেদাৰনাথত আকৌ প্ৰলয়! যাত্ৰাপথত পাহাৰ খহি সন্ধানহীন ১০-১২ গৰাকী তীৰ্থযাত্ৰী
0
SHARES
326
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কেদাৰনাথত আকৌ প্ৰলয়। শুকুৰবাৰে পুৱা বন্ধ হৈ পৰিছে কেদাৰনাথ যোৱা ৰাস্তা। পাহাৰৰ মাটি খহি অহাৰ ফলত একাধিক যাত্ৰী আৱদ্ধ হৈ পৰিছে। পাহাৰৰ মাটি খহি অহাৰ ফলতেই বহু তীৰ্থযাত্ৰী মাটিত তলত পোত যোৱাৰ সন্দেহ কৰিছে প্রশাসনে। ইতিমধ্যে সন্ধানহীন সকলক বিচাৰি অভিযান আৰম্ভ কৰিছে প্রশাসনে। সূত্ৰৰ খবৰ অনুসৰি উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাৰ গৌৰীকুণ্ডত এই ঘটনা। ইতিমধ্যে এন ডি আৰ এফ বাহিনীয়ে আৰম্ভ কৰিছে উদ্ধাৰকাৰ্য। উদ্ধাৰকাৰ্য চলাই থকা দলটোৱে জনোৱা অনুসৰি ১০ৰ পৰা ১২ যাত্ৰী সন্ধানহীন হৈছে। এলেকাটোত প্ৰায় ৩খন দোকান ভাঙি পৰিছে। ২৪ ঘণ্টা ধৰি গৌৰীকুণ্ড এলেকাত বৃষ্টিপাত অধিক হোৱাৰ বাবে এই ভয়াৱহ ঘটনা বুলি জনাইছে প্রশাসনে।

ৰুদ্ৰপ্ৰয়াগৰ SP ডঃ বিশাখাই কয়, ‘নিখোজ যাত্ৰীক বিচাৰি তালাছি অভিযান আৰম্ভ হৈছে। আমি খবৰ পাই লগে লগেই অভিযান আৰম্ভ কৰিছো। তিনিখন দোকানৰ ওপৰত পাহাৰৰ শিল খহি ক্ষতিগ্ৰস্থ হৈছে। ১০-১২ জন যাত্ৰী নিখোজ হৈছে। আমি তেওঁলোকক বিচাৰি উদ্ধাৰ অভিযান আৰম্ভ কৰিছো। বৰষুণৰ বাবে কেদাৰনাথৰ যাত্ৰা ইতিমধ্যে ৰখাই দিছো।’

উল্লেখ্য যে জুন মাহত কেইবাদিনো ধৰি কেদাৰনাথ যাত্ৰা বন্ধ কৰি দিয়া হৈছিল। বৰষুণৰ বাবেই ৰখাই দিয়া হৈছিল কেদাৰনাথ যাত্ৰা। কিন্তু বৰষুণৰ পৰিমান কিছু কমাত যাত্ৰা আকৌ আৰম্ভ হৈছিল। সোনপ্ৰয়াগৰ পৰা কেদৰনাথ ধামৰ উদ্দেশ্যে ৰাওনা হোৱা যাত্ৰীসকলক এই বিপৰ্যয়ৰ পাছতেই ৰখাই দিয়া হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ
জীৱনশৈলী

April 6, 2026
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?
জীৱনশৈলী

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

April 6, 2026
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

April 6, 2026
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে
জীৱনশৈলী

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

April 6, 2026
Next Post
সম্পৰ্ক যদি নিজৰ ইচ্ছাত হয় তেতিয়া মিছা মোকৰ্দমা কিয়? এলাহবাদ হাইকৰ্টে লিভ ইন টুগেদাৰত থকাসকলক লৈ উত্থাপন কৰিছে প্ৰশ্ন

মহাশূন্যত মৃত্যু হ’লে কি পৰিণতি হয় মহাকাশচাৰীৰ দেহৰ? কেনেকৈ কৰা হয় শেষকৃত্য? নাছাৰ বিশেষ নিয়মাৱলীত কি আছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন