• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘৰত ৰাখক এই ৭সামগ্ৰী, বাঢ়িব অৰ্থ সম্পদ, পাব মা লক্ষ্মীৰ আশীৰ্বাদ

ঘৰত ৰাখক এই ৭সামগ্ৰী, বাঢ়িব অৰ্থ সম্পদ, পাব মা লক্ষ্মীৰ আশীৰ্বাদ

4 months ago
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

5 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

5 hours ago
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

6 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

7 hours ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

7 hours ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

7 hours ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

8 hours ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

9 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

10 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

11 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

11 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ঘৰত ৰাখক এই ৭সামগ্ৰী, বাঢ়িব অৰ্থ সম্পদ, পাব মা লক্ষ্মীৰ আশীৰ্বাদ

ঘৰত ৰাখক এই ৭সামগ্ৰী, বাঢ়িব অৰ্থ সম্পদ, পাব মা লক্ষ্মীৰ আশীৰ্বাদ

editor by editor
May 27, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ঘৰত ৰাখক এই ৭সামগ্ৰী, বাঢ়িব অৰ্থ সম্পদ, পাব মা লক্ষ্মীৰ আশীৰ্বাদ
0
SHARES
182
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাস্তুশাস্ত্ৰই কৈছে যে প্ৰতিখন ঘৰতেই পজিটিভ আৰু নিগেটিভ এনাৰ্জি থাকে৷ যি ব্যক্তিৰ ঘৰত নিগেটিভ এনাৰ্জি বেছি থাকে তেনে ঘৰত অশান্তি আৰু অনাটনে দেখা দিয়ে৷ আকৌ পজিটিভ এনাৰ্জি বেছি থাকিলে সংসাৰত সুখ সমৃদ্ধি উপচি পৰে৷ ঘৰত পজিটিভ এনাৰ্জি বঢ়োৱাৰ বাবে কি কৰিব তাৰ উপায় বাস্তুশাস্ত্ৰত উল্লেখ আছে৷ এই সামগ্ৰী ঘৰত থাকিলে সুখী হয় মা লক্ষ্মী৷ তেওঁলোকৰ আশীৰ্বাদত সংসাৰত সুখ সৌভাগ্য ভৰি উঠে৷ জানি থওক ঘৰত কি কি ৭ মূৰ্তি ৰখাটো অত্যন্তু শুভ৷

হাতী

হাতীৰ ওপৰত মা লক্ষ্মীৰ আশীৰ্বাদ থাকে৷ সেয়ে ঘৰত হাতীৰ মূৰ্তি ৰখাটো খুবেই শুভ৷ ঘৰত তাম, পিতল বা ৰূপেৰে তৈয়াৰী হাতী ৰাখিলে সুখী হয় মা লক্ষ্মী আৰু তেওঁৰ আশীৰ্বাদত সংসাৰলৈ সমৃদ্ধি আহে৷

কাছ

বিষ্ণুৰ দ্বিতীয় অৱতাৰ সৈতে কাছ৷ তাতেই নাৰায়ণ থাকে, তাতেই মা লক্ষ্মীৰো বাস৷ সেয়ে ঘৰত ধাতুৰে তৈয়াৰী কাছ ৰাখিলে লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰা সম্ভৱ৷ সেয়ে সমৃদ্ধিৰ দেৱীৰ কৃপা লাভ কৰিবলৈ ঘৰত কাছৰ মূৰ্তি ৰখাটো জৰুৰী৷

কামধেনু

হিন্দু পুৰাণ অনুসৰি কামধেনু হৈছে এনে এক গৰু, যি মনৰ সকলো ইচ্ছা পূৰণ কৰে৷ ঘৰত কামধেনুৰ মূৰ্তি থাকে, সেই ঘৰত কেতিয়াও অৰ্থ আৰু খাদ্যৰ অভাৱ নহয়৷ বাস্তু শাস্ত্ৰই কৈছে যো কোনো সামগ্ৰী আপুনি দীৰ্ঘদিন ধৰি বিচাৰিলে ঘৰত কামধেনুৰ মূৰ্তি ৰাখিব পাৰে৷

ক্ৰিষ্টেলৰ পিৰামিড

ক্ৰিষ্টেলেৰে তৈয়াৰী পিৰামিড ঘৰত ৰাখিলে সংসাৰৰ নিগেটিভ এনাৰ্জি দূৰ হয়৷ বিশেষকৈ ক্ৰিষ্টেলৰ পিৰামিডৰ শুভ প্ৰভাৱত নতুন ঘৰ নিৰ্মাণৰ সপোন পূৰণ হয় বুলি জনাইছে বাস্তু বিশেষজ্ঞই৷

ফেছা

ফেছা হৈছে মা লক্ষ্মীৰ বাহন৷ সেয়ে ঘৰত ফেঁছাৰ মূৰ্তি ৰাখিলে শুভ বুলি কোৱা হয়৷ যি ঘৰত ফেঁছাৰ মূৰ্তি থাকে সেই ঘৰত মা লক্ষ্মীয়ে বাস কৰে বুলি প্ৰচলিত বিশ্বাস৷ ইয়াৰ ফলত উপাৰ্জন বাঢ়ে আৰু ধনবৃদ্ধি হয়৷

গণেশ

ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলে ঘৰ বা কাৰ্যালত গণেশৰ মূৰ্তি ৰাখে৷ কাৰণ সিদ্ধিদাতা গণেশ হৈছে বিঘ্ননাশক আৰু অগ্ৰপূজ্য৷ সেয়ে কোনো শুভ কাম কৰাৰ পূৰ্বে গণেশৰ নাম লওক৷ ঘৰত গণেশৰ মূৰ্তি ৰাখক৷

লক্ষ্মী

মা লক্ষ্মীৰ মূৰ্তি প্ৰায় সকলো হিন্দুলোকৰ ঘৰতেই থাকে৷ হিন্দুধৰ্মত লক্ষ্মী হৈছে সম্পদ আৰু সমৃদ্ধিৰ দেবী৷ বাস্তু অনুসৰি ঘৰত লক্ষ্মীৰ মূৰ্তি ৰখা অত্যন্ত শুভ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!
জীৱনশৈলী

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

October 3, 2026
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

October 3, 2026
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?
অসম

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

October 3, 2026
কাইলৈ আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

October 3, 2026
Next Post
UCC গৃহীত হোৱাৰ দিনাই অসমত ডাঙৰ ঘটনা, নগাওঁৰ ইকবালে ১০ মাহে লুকুৱাই ৰখা অসমীয়া বোৱাৰীৰ সন্ধান লাভ

UCC গৃহীত হোৱাৰ দিনাই অসমত ডাঙৰ ঘটনা, নগাওঁৰ ইকবালে ১০ মাহে লুকুৱাই ৰখা অসমীয়া বোৱাৰীৰ সন্ধান লাভ

কালিয়েই নিজৰ ঘৰলৈ আহিব বুধ, মিথুন ৰাশিত বুধৰ গোচৰ, টকাৰ চমক দেখিব কোন কোন ৰাশিয়ে?

কালিয়েই নিজৰ ঘৰলৈ আহিব বুধ, মিথুন ৰাশিত বুধৰ গোচৰ, টকাৰ চমক দেখিব কোন কোন ৰাশিয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.